Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা

    প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান

    ৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ChenabTrain Bridge Inauguration: জম্মু- কাশ্মীৰত প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা মুকলি বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং

publisher by publisher
June 6, 2025
in India, News
Reading Time: 2 mins read
0
ChenabTrain Bridge Inauguration: জম্মু- কাশ্মীৰত প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা মুকলি বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Inauguration of NCLT Guwahati Campus:এন চি এল টি গুৱাহাটী বিচাৰপীঠ চৌহদ উদ্বোধন

Inauguration of Tiyak Equal District Office :টীয়ক সম জিলাৰ আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিক ভাৱে উদ্বোধন মন্ত্ৰী অতুল বৰাৰ 

Dhing:ধিঙৰ বেতকাটীত সুমংগল ঘাট উদ্বোধন

Chenab Train Bridge Inauguration:

পহলগামত নিৰীহ পৰ্যটকৰ হত্যাকাণ্ডৰ পিছত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰ ভ্ৰমণৰ বাবে উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মোদীয়ে চেনাব নদীৰ ওপৰত নিৰ্মিত বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখন দেশক দিলে উপহাৰ ৷ এই দলঙৰ জৰিয়তে জম্মু আৰু শ্ৰীনগৰক ৰে’ল সংযোগৰ যোগেদি সংযোগ কৰা হৈছে। বহু বছৰৰ আগতে ৰে’ল নেটৱৰ্কৰ জৰিয়তে উপত্যকাটোক দেশৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোগ কৰাৰ সপোন দেখা গৈছিল। এতিয়া সেয়া সঁচা হৈছে। ইয়াৰ দ্বাৰা কেৱল কাশ্মীৰ উপত্যকাত পৰ্যটনৰ প্ৰসাৰ হোৱাই নহয়, ব্যৱসায়তো নতুন ডেউকা পোৱাৰ সম্ভাৱনা আছে।

ADVERTISEMENT

আনহাতে প্ৰধানমন্ত্ৰী মোডীৰ দিনজোৰা ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰে বিশেষ বিমানেৰে পুৱা ১০ বজাত উধমপুৰ বায়ুসেনা ষ্টেচনত উপস্থিত হয় ৷তাৰ পৰা হেলিকপ্তাৰেৰে প্ৰধানমন্ত্ৰী ৰাওনা হয় চেনাব দলংলৈপুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ,ৰাজ্যপাল মনোজ সিনহা আৰু জম্মু- কাশ্মীৰৰ মুখ্যমন্ত্ৰ ওমৰ আব্দুলাৰ উপস্থিতিত মুকলি কৰে বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং খন৷ প্ৰধানমন্ত্ৰী আৰু ৰেল’মন্ত্ৰী,ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে ৰে’লত উঠি চেনাব দলঙৰ পৰা অঞ্জী দলংলৈ যাত্ৰা কৰে।

উল্লেখ্য যে ইউএছবিআৰএল প্ৰকল্পৰ অধীনত অত্যাধুনিক প্ৰযুক্তিৰে ১,৩১৫ মিটাৰ দৈৰ্ঘ্যৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ৰে’ল দলং খন ৷ ভাৰতীয় ৰে’ল মন্ত্ৰণালয়ে নিৰ্মাণ কৰিছে দলং খন ৷ দলং খন নিৰ্মাণত ব্যয় কৰা হৈছে প্ৰায় ৪৬ হাজাৰ কোটি টকা ৷ এই দলং খনৰ জৰিয়তে সংযোগ কৰিব কাশ্মীৰ উপত্যকাৰে দেশৰ অন্য প্ৰান্তৰে ৷ উল্লেখ্য যে ,ভাৰত চৰকাৰে ২০০২ চনত ইউএছবিআৰএল প্ৰকল্পক ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপে ঘোষণা কৰিছিল।

মনকৰিবলগীয়া যে চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং খন চেনাব নদীৰ পৰা ১,১৭৮ ফুট উচ্চতাত আছে ৷ একেদৰে ফান্সৰ ৰাজধানী পেৰিছত থকা আইফেল টাৱাৰতকৈ ৩৫ মিটাৰ ওখ চেনাব দলং। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগেৰে ষ্টীল আৰু কংক্ৰিটেৰে নিৰ্মাণ কৰা হৈছে চেনাব ৰে’ল দলংখন।

আনহাতে প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২ বজাত কাটৰা- শ্ৰীনগৰ সংযোগী বন্দে ভাৰতৰ ৰে’লৰ ফ্লেগ অফ কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে ৪৬,০০০ ব্যয় সাপেক্ষে কে’বাটাও প্ৰকল্প আধাৰশিলা স্থাপন কৰিব ৷

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে জম্মু-কাশ্মীৰক ৰে’ল লাইনৰ জৰিয়তে দেশৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোগ কৰাটো এটা যুগ যুগ ধৰি চলি অহা সপোন আছিল, যিটো এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃঢ় ইচ্ছা আৰু অক্লান্ত প্ৰচেষ্টাৰে বাস্তৱায়িত হৈছে। চেনাৱ ৰেল দলং উদ্বোধন হ’ব দেশৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। ইয়াৰ লগতে দুখন বন্দে ভাৰত ৰে’লৰো উদ্বোধন কৰা হয়, যাৰ ফলত অঞ্চলটোৰ ৰে’ল সংযোগ আৰু অধিক শক্তিশালী হ’ব।

অশ্বিনী বৈষ্ণৱে কয় যে জম্মু-কাশ্মীৰৰ ভৌগোলিক প্ৰত্যাহ্বানৰ মাজতো এই প্ৰকল্প সম্পূৰ্ণ কৰাটো এক অভূতপূৰ্ব সাফল্য। জম্মু ষ্টেচনত চলি থকা কামৰ বাবে বন্দে ভাৰতৰ ৰে’ল বর্তমান কাত্রাৰ পৰা শ্ৰীনগৰলৈ চলিব যদিও চলিতবৰ্ষৰ ছেপ্টেম্বৰৰ পৰা এই ৰে’লসমূহ জম্মুৰ পৰা শ্ৰীনগৰলৈ যোৱা সমগ্ৰ পথত চলিব। এই ৰেল প্ৰকল্পত দুটা অভিযান্ত্ৰিক আশ্চৰ্য্য (চেনাব দলং আৰু অঞ্জি দলং) অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ অত্যাধুনিক প্ৰযুক্তি আৰু ডিজাইনৰ প্ৰতীক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chenab Train BridgeinaugurationPm Nrendra Modi
publisher

publisher

Related Posts

SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা
India

November 3, 2026
প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ
India

প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

November 3, 2026
ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!
News

ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

November 3, 2026
আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান
International

আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান

November 3, 2026
৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ
International

৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ

November 3, 2026
চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়
Assam

চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

November 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d