Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দ্ৰুত গতিত চলিব বুলেট ট্ৰেইন,৩০০ কিলোমিটাৰ আন্তঃগাঁথনি সাজু, বৃহৎ ঘোষণা ৰেলমন্ত্ৰীৰ

publisher by publisher
May 20, 2025
in India, News
Reading Time: 1 min read
0
দ্ৰুত গতিত চলিব বুলেট ট্ৰেইন,৩০০ কিলোমিটাৰ আন্তঃগাঁথনি সাজু, বৃহৎ ঘোষণা ৰেলমন্ত্ৰীৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Vande Bharat Train : এইবাৰ আৰম্ভ হ’ব বন্দে ভাৰত মেট্ৰ’ সেৱা ৰে’লক প্ৰস্তাৱ প্ৰধামন্ত্ৰীৰ

Indian Railway : এবছৰ ধৰি ছাটাই অভিযান আৰম্ভ ভাৰতীয় ৰে’লৰ ! প্ৰকাশ্যে চঞ্চল্যকৰ তথ্য

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি বন্ধ হ’ব ফ্ৰি ভইছ কল আৰু ভিডিঅ’ কল

Bullet Train: দ্ৰুত গতিত আগবাঢ়িছে কাম। যদি সকলো ঠিকে থাকে তেন্তে ২০২৮ চনৰ ভিতৰত ভাৰতৰ মাটিত চলিব বুলেট ট্ৰেইন ।ইতিমধ্যে অধিকাংশ আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ হৈছে। এই কথা প্রমাণ দিলে স্বয়ং ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱে৷

ADVERTISEMENT

ছ’চিয়েল মিডিয়াত তেওঁ জনালে, মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইন পথৰ ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভায়াডাক্টৰ কাম সম্পূৰ্ণ হৈছে। এই ভায়াডাক্টত ওপৰত লাইন লেইং কাম সম্পূৰ্ণ হ’ব। তাৰ পাছতে চলিব বুলেট ট্ৰেইন।

মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইনখনে ৫০৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। লগতে ট্ৰেইনখন ১২টা ষ্টেচনত ৰ’ব। ইয়াৰে ন’টা ষ্টেচন গুজৰাটত। মহাৰাষ্ট্ৰত তিনিটা। মাটিৰ তলত নিৰ্মাণ হ’ব মুম্বাই ষ্টেচন। বাকীবোৰ ওপৰত। যাত্ৰীৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হ’ব উন্নত প্ৰযুক্তি।

এই ৰে’লখন জাপানী শ্বিনকানচেন প্ৰযুক্তি ব্যৱহাৰ কৰি চলোৱা হ’ব। এই ট্রেন লাইনটো নেচনেল হাই স্পিড ৰেল কর্পোৰেশনে (NHSRCL) তৈয়াৰ কৰিছে ।

সেই এন এইচ এছ আৰ চি এলে জনাই ,ইতিমধ্যে ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ভায়াডাক্টৰ কাম সম্পূৰ্ণ হৈছে। ইয়াৰে ১৪খন দলং নদীৰ ওপৰেৰে নিৰ্মাণ কৰা হৈছে, ইয়াৰে সাতখন ষ্টিলৰ দলং।

২.৭ কিলোমিটাৰ এলেকাত নিৰ্মাণ কৰা হৈছে ষ্টেচন বিল্ডিং।প্ৰথম অৱস্থাত এই বুলেট ট্ৰেইন প্ৰকল্পটো ২০২৩ চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা আছিল।

কিন্তু বিভিন্ন কাৰণত এটাৰ পাছত এটাকৈ প্ৰকল্পৰ সময়সীমা পাৰ হৈ গ’ল। বৰ্তমান কেন্দ্ৰটোৱে প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ অন্তিম তাৰিখ হিচাপে ২০২৮ চনলৈ লক্ষ্য ৰাখিছে।

দেশৰ প্ৰথমটো বুলেট ট্ৰেইন প্ৰকল্পৰ ৰূপায়ণত পলম হোৱাৰ বাবে ব্যয় ১.৬ লাখ কোটি টকা অতিক্ৰম কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ashwini VaishnawBullet Train Project
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d