Guwahati Police commissionerate:গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে মহানগৰীতনিষিদ্ধ কৰিলে সকলো ধৰণৰ সমদল

thausen

Guwahati Police commissionerate:

গুৱাহাটী মহানগৰীত নিষিদ্ধ কৰা হ’ল সমদল,দৌৰ,মাৰাথন আৰু ৱাকাথন ৷ শুক্ৰবাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই সম্পৰ্কীয় নিৰ্দেশনা জাাৰি কৰে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে ৷ নিৰ্দেশনাটোত স্পৰ্শ কৰি দিয়া হয় যে নির্দেশনা অৱজ্ঞা কৰিলে আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিব কঠোৰ পদক্ষেপ ৷

Exit mobile version