Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Golakganj thana: হত্যাকাৰীক ফাঁচীৰ দাবীত গোলকগঞ্জত মৃতদেহ লৈ সহস্ৰাধিকৰ সমদল: সমদলকাৰীৰে আৰক্ষীৰ ঠেলাহেঁচা খণ্ড যুদ্ধ

গাঁও খনত এক ঘৰুৱা কাজিয়াৰ পৰিণতিত লক্ষীমাৰী মজলীয়া ইংৰাজী বিদ্যালয়ৰ শিক্ষক শ্বাহ আলম সৰকাৰ তেঁৱৰ পুত্ৰ ইনজামামুল সৰকাৰ আৰু ভাগিন ৰেজ্জাক তালুকদাৰ ২৫ ডিচেম্বৰৰ নিশা অতৰ্কিতে মিৰাজুল ইছলামৰ ঘৰত প্ৰৱেশ কৰি ডেগাৰেৰে খপিয়ায়। মিৰাজুলক বচাবলৈ পত্নী আমিনা বিবি আৰু ভাতৃ সাহাজুল ইছলাম আগবাঢ়ি যোৱাত সিহঁতকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলায়ন কৰে

publisher by publisher
January 1, 2025
in News, Assam
Reading Time: 1 min read
0
Golakganj thana: হত্যাকাৰীক ফাঁচীৰ দাবীত গোলকগঞ্জত মৃতদেহ লৈ সহস্ৰাধিকৰ সমদল: সমদলকাৰীৰে আৰক্ষীৰ ঠেলাহেঁচা খণ্ড যুদ্ধ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Journalist arrested for demanding money:শ্ৰমিকক ধন দাবী কৰি ৰঙাঘৰৰ আলহী সাংবাদিক !

Bilasipara Teacher:মানুহক আক্ৰমণ কৰিবলৈ হাতত অস্ত্ৰ তুলি লোৱা শিক্ষক কেনেকৈ পাঠদান কৰে চাবলৈ লক্ষীমাৰী এম ই বিদ্যালয়ত উপস্থিত শতাধিক অভিভাৱক

  • https://dainikagradoot.in/wp-content/uploads/2025/01/hhh.mp4

    Golakganj thana: ধুবুৰী জিলাৰ লক্ষীমাৰী দ্বিতীয় খণ্ড গাঁৱৰ পৰা আজি হত্যাকাৰী শিক্ষকক ফাঁচীৰ দাবীত বিভিন্ন দল সংগঠন তথা স্থানীয় সহস্ৰাধিক ৰাইজে মৃতদেহ লৈ গোলকগঞ্জ থানা ঘেৰাও কৰিবলৈ সমদল কৰি আহে।

  • ADVERTISEMENT
  • গোলকগঞ্জ থানাৰ বিশাল আৰক্ষী বাহিনী গোলকগঞ্জৰ দীনেশ চন্দ্ৰ সৰকাৰ দলঙৰ কাষত বেৰিকেড লগাই সমদলকাৰীক আটক কৰে। ইয়াক লৈ দুয়োপক্ষৰ ঠেলা হেঁচা খণ্ড যুদ্ধৰ সৃষ্টি হয়।WhatsApp Image 2025 01 01 at 18.03.59 1
  • গাঁও খনত এক ঘৰুৱা কাজিয়াৰ পৰিণতিত লক্ষীমাৰী মজলীয়া ইংৰাজী বিদ্যালয়ৰ শিক্ষক শ্বাহ আলম সৰকাৰ তেঁৱৰ পুত্ৰ ইনজামামুল সৰকাৰ আৰু ভাগিন ৰেজ্জাক তালুকদাৰ ২৫ ডিচেম্বৰৰ নিশা অতৰ্কিতে মিৰাজুল ইছলামৰ ঘৰত প্ৰৱেশ কৰি ডেগাৰেৰে খপিয়ায়। মিৰাজুলক বচাবলৈ পত্নী আমিনা বিবি আৰু ভাতৃ সাহাজুল ইছলাম আগবাঢ়ি যোৱাত সিহঁতকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলায়ন কৰে।
  • নিশাতে পৰিয়ালৰ লোক গোলকগঞ্জ থানাত এজাহাৰ দিবলৈ আহে। থানাত আৰক্ষী বিষয়াই এজাহাৰ নলৈ দাবী ধমকি দি খেদি পঠিয়ায়। মিৰাজুলৰ অৱস্থা সংকটজনক হোৱাত নিশাতে কোচবিহাৰৰ ব্যক্তিগত নাৰ্চিংহোমত ভৰ্তি কৰে। ধনৰ অভাৱত চিকিৎসা আধাতে সামৰি ২৭ ডিচেম্বৰৰ নিশা ঘৰত ঘুৰাই আনে। পিছদিনা পুনৰ এজাহাৰ দিবলৈ যোৱাত অভব্য আচৰণ কৰি ঘুৰাই পঠিয়ায়।
  • আক্ৰমণকাৰী শিক্ষক শ্বাহ আলম থানাৰ সন্মুখত দপদপাই ঘুৰি ফুৰাৰ লগতে আক্ৰমণকাৰীৰ বিৰূদ্ধে এজাহাৰ নোলোৱা কাৰ্যত ক্ষুব্ধ হৈ গাঁও খনৰ দুই শতাধিক ৰাইজ থানা ঘেৰাও কৰে। উপায়ন্তৰ হৈ আৰক্ষীয়ে এজাহাৰ সংগ্ৰহ কৰি ২৯৮/২৪ নম্বৰত গোচৰ ৰুজু কৰি নিশাৰ ভিতৰতে ইনজামামুল আৰু ৰেজ্জাকক গ্ৰেপ্তাৰ কৰে।
  • ৰহস্যজনক ভাবে গ্ৰেপ্তাৰ নহয় শিক্ষক শ্বাহ আলম সৰকাৰ। ৩০ ডিচেম্বৰত শিক্ষক জনৰ বিৰুদ্ধে তাৎক্ষণিক ভাবে বিভাগীয় ব্যৱস্থা গ্ৰহণৰ দাবীত স্থানীয় ৰাইজ আৰু অভিভাৱক সকল বিদ্যালয় ঘেৰাও কৰি স্মাৰকপত্ৰ প্ৰদান কৰে। কালি পুৱতি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মিৰাজুলৰ মৃত্যু হয়।
  • মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। স্থানীয় দল সংগঠন ক্ষুদ্ধ হৈ পৰে। খবৰ পাই ভীতিগ্ৰস্ত হৈ পৰে  আৰক্ষী। ৰাইজৰ ৰোষত পৰাৰ ভয়তে নাটকীয় ভাবে আৰক্ষীয়ে সন্ধিয়া শক্তিমান ধাৰাবাহিকৰ শক্তিমানৰ দৰে গোপন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে।
  • আৰক্ষীৰ লগত হত্যাকাৰীৰ গোপন বুজাবুজি থকাৰ অভিযোগ তুলি আজি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতি , দেশী জনগোষ্ঠীয় মঞ্চ,অসমৰ জিলা সমিতি আৰু আক্ৰাছুৰ জিলা সমিতিৰ উদ্যোগত স্থানীয় সহস্ৰাধিক ৰাইজৰ সহযোগত সমদল উলিওৱা হয়।
  • প্ৰায় দুঘন্টা ধৰি আৰক্ষীয়ে সমদলকাৰীক আটক কৰি ৰাখে। যাৰ ফলত প্ৰচণ্ড যান যটৰ সৃষ্টি হয়। যোগাযোগ ব্যহত হৈ পৰে। ঘটনাস্থলীতে মিৰাজুলৰ পত্নী শোকত ভাগি ঢলি পৰি মুৰ্চ্ছা যায়। ততালিকে তেওঁক গোলকগঞ্জ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ লৈ নিয়া হয়।
  • ঘটনাস্থলীত অতিৰিক্ত আয়ুক্ত উপস্থিত হৈ উচিত তদন্তৰ প্ৰতিশ্ৰুতি দিয়াত পৰিস্থিতি নিয়ন্ত্ৰণ হয়। মৃতদেহ লৈ প্ৰতিবাদকাৰী ঘৰলৈ উভতি যায়।
  • https://dainikagradoot.in/wp-content/uploads/2025/01/hhh.mp4

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Golakganj Policeধুবুৰীসদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d