Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

‘এনথ্ৰাক্স’ প্ৰতিষেধক উৎপাদনকাৰী প্ৰতিষ্ঠানৰ কাষতে আৰক্ষী আয়ুক্তালয়

অতি সংবেদনশীল স্থানত অনুষ্ঠান স্থাপনৰ সিদ্ধান্ত সলনিৰ আহ্বান ‌

publisher by publisher
December 6, 2021
in Assam, India, News
Reading Time: 1 min read
0
‘এনথ্ৰাক্স’ প্ৰতিষেধক উৎপাদনকাৰী প্ৰতিষ্ঠানৰ কাষতে আৰক্ষী আয়ুক্তালয়
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

Dainik Agradoot Today’s Edition – 10 May 2026

Dainik Agradoot Today’s Edition – May

Dainik Agradoot Today’s Edition – 27 April

পশু আৰু মানুহ উভয়কে সংক্ৰমিত কৰিব পৰা জৈৱ-মৰণাস্ত্ৰস্বৰূপে চিহ্নিত ‘এনথ্ৰাক্স’ ৰোগৰ প্ৰতিষেধক উৎপাদনকাৰী প্ৰতিষ্ঠানৰ নিচেই কাষতে মহানগৰ আৰক্ষী আয়ুক্তালয় স্থাপনৰ সিদ্ধান্তই সম্প্ৰতি শংকা তথা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা অতি সংবেদনশীল অঞ্চলত এনে ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান স্থাপন নকৰিবলৈ গৃহ বিভাগক পৰামৰ্শ আগবঢ়াইছে মহামাৰী বিজ্ঞান ‌বিভাগৰ পৰামৰ্শদাতা বিজ্ঞানী ড° ভগৎ‌ লাল দত্ত‌ই ।

ADVERTISEMENT

উল্লেখ্য যে সম্প্ৰতি পাণবজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা মহানগৰ আৰক্ষী আয়ুক্তালয় খানাপাৰাস্থিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মাটিলৈ স্থানান্তৰিত কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি উত্তৰ-পূবৰ একমাত্ৰ জৈৱিক উৎপাদন, প্ৰতিষেধকৰ উৎপাদন গৱেষণা আৰু বিকাশৰ বাবে কাম কৰি অহা ‘ইনষ্টিটিউট অৱ ভেটেৰিনেৰী বায়’লজিকেলছ’ (আই ভি বি)ৰ গাতে লাগি থকা প্ৰায় তিনি বিঘাৰো অধিক মাটিত আৰক্ষী আয়ুক্তালয় গঠনৰ প্ৰস্তুতি আৰম্ভ কৰিছে গৃহ বিভাগে ।

এনে অতি সংবেদনশীল অঞ্চলত আৰক্ষী আয়ুক্তালয় গঠনৰ সিদ্ধান্তৰ পাছতে ভৱিষ্যতে হ’ব পৰা ভয়াৱহতা পশু চিকিৎসক-বিজ্ঞানীসকলে চৰকাৰক উনুকিয়াই দি স্থান সলনি কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে । এই সন্দৰ্ভত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যুটীয়া আয়ুক্ত ডাঃ শশীৰাম মালাকাৰে ‘দৈনিক অগ্ৰদূত’ৰ আগত সদৰী কৰি কয়, ‘খানাপাৰাৰ জৈৱিক উৎপাদন প্ৰতিষ্ঠান উত্তৰ-পূবৰ ভিতৰত একমাত্ৰ আৰু সমগ্ৰ দেশত এনে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান প্ৰায় ১৯ খন আছে । খানাপাৰা জৈৱিক উৎপাদন প্ৰতিষ্ঠানত পশুৰ বাবে সম্প্ৰতি আঠটা প্ৰতিষেধক প্ৰস্তুত কৰা হয় । তাৰ ভিতৰত এটা উল্লেখনীয় প্ৰতিষেধক হৈছে এনথ্ৰাক্স । পশু-মানুহ উভয়কে আক্ৰমণ কৰিব পৰা এনথ্ৰাক্স বা টুটুৱা লগা এই ভয়ংকৰ বেক্টেৰিয়াজনিত সংক্ৰামক ৰোগৰ জীৱিত বীজাণু ব্যৱহাৰ কৰিয়ে এই এনথ্ৰাক্স প্ৰতিষেধক প্ৰস্তুত কৰা হয় । যিটো অতি সংবেদনশীল অৰ্থাৎ এই বীজাণু যদি কিবা কাৰণত বতাহত বিয়পি পৰে পশু-মানুহ সকলোৰে দেহলৈ সংক্ৰমণ ঘটে, ইয়াক জৈৱ মৰণাস্ত্ৰ বুলিও আখ্যা দিয়া হয় । সেয়ে এনে অতি সংবেদনশীল অঞ্চলৰ চৌপাশত কেতিয়াও ৰাজহুৱা অনুষ্ঠান বা জনসমাগমৰ ক্ষেত্ৰতো বহু নিষেধাজ্ঞা আছে ।’

উল্লেখ্য যে এনে সক্ৰিয় জীৱাণুৰ জৰিয়তে প্ৰতিষেধক উৎপাদনকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ চাৰি-পাঁচশ মিটাৰ ব্যাসাৰ্ধ অঞ্চল মুকলিকৈ ৰখা হয় বুলি যুটীয়া আয়ুক্তজনে সদৰী কৰি আৰক্ষী আয়ুক্তালয় স্থাপনৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক এনে ভয়াৱহতাৰ দিশ অৱগত কৰা হৈছে বুলি কয় ।

ইফালে, জৈৱ মৰণাস্ত্ৰ এনথ্ৰাক্স জীৱাণুৰ প্ৰতিষেধক প্ৰস্তুতকাৰী প্ৰতিষ্ঠনৰ কাষতে আৰক্ষী আয়ুক্তালয় স্থাপনৰ ভয়াৱহতাৰ দিশসমূহ উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালকপ্ৰধানলৈ যোৱা ন অক্টোবৰত এক পত্ৰ প্ৰেৰণ কৰিছিল মহামাৰী বিজ্ঞান ‌বিভাগৰ পৰামৰ্শদাতা বিজ্ঞানী ড° ভগৎ লাল দত্ত‌ই । আৰক্ষী আয়ুক্তালয় স্থাপনৰ বাবে ঠাই নিৰ্বাচন সমিতিয়ে খানাপাৰাস্থিত জৈৱিক উৎপাদন প্ৰতিষ্ঠানৰ কাষত অৰ্থাৎ অতি স্পৰ্শকাতৰ অঞ্চলত কি ধৰণে পৰ্যালোচনা কৰি নিৰ্বাচন কৰিলে সেয়া বিচাৰ্যৰ বিষয় বুলি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত ড° দত্ত‌ই উল্লেখ কৰিছে ।

উল্লেখ্য যে প্রস্তাৱিত আয়ুক্তালয় খানাপাৰাৰ ‘ইনষ্টিটিউট অৱ ভেটেৰিনেৰী বায়’লজিকেলছ’ৰ চৌহদৰ একাংশ ভূমিত নিৰ্মাণৰ প্রস্তুতি কৰা হৈছে।

উত্তৰ-পূবৰ অনন্য সম্পদ এই জৈৱিক উৎপাদন প্রতিষ্ঠানটো পশু চিকিৎসা বিজ্ঞানৰ দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ জৈৱিক উৎপাদক, প্রতিষেধকৰ উৎপাদন-গৱেষণা আৰু বিকাশৰ বাবে কাম কৰি আহিছে।

যােৱা প্রায় তিনিটা দশক ধৰি পশু- পক্ষীৰ ৰােগ প্রতিষেধকৰ দিশত কাম কৰি অহা এই উৎপাদন-গৱেষণাগাৰাত পশু আৰু মানুহক সংক্রমিত কৰিব পৰা এনথ্রাক্স’ ৰােগৰ প্রতিষেধক উৎপাদন কৰা হয় বুলি ড° দত্তই উল্লেখ কৰি কয়, ‘এনথ্রাক্স ৰােগৰ সক্রিয় বীজাণু এক সম্ভাৱ্য জৈৱ-মাৰণাস্ত্র। সম্ভাৱদুর্ঘটনামূলক পৰিস্থিতি নিয়ন্ত্রণ ৰণনীতিৰ পৰিকল্পনা অনুসৰি এনেধৰণৰ উৎপাদন-গৱেষণা প্রতিষ্ঠানৰ চৌপাশে মুকলি ঠাই থাকিব লাগে। ‘

উল্লেখ্য যে দুর্ঘটনাপ্রৱণ তথা ভয়াৱহতাৰ সম্ভাৱনা থকা এনে অতি সংবেদনশীল অঞ্চলৰ চৌপাশত আৰক্ষী আয়ুক্তালয় স্থাপন কৰাটো যুক্তিসংগত নহয় বুলি মহামাৰী বিজ্ঞান বিভাগৰ পৰামৰ্শদাতা বিজ্ঞানীজনে মুখ্যমন্ত্রী ড° শৰ্মা আৰু আৰক্ষী সঞ্চালকপ্ৰধানক পত্ৰখনৰ জৰিয়তে অৱগত কৰিছে।

সমান্তৰালভাৱে ২০২০ৰ পৰা ২০৩০লৈ অনুষ্ঠিত হ’ব লগা ‘ৰাষ্ট্ৰীয় পশুৰােগ নিয়ন্ত্রণ’ কার্যসূচীৰ অংশস্বৰূপে অসম ৰাজ্যিক নডেল কার্যালয়ে অন্য এক উভসংক্রামক ৰােগ ‘ব্ৰুচেল’চিছ’ৰ ৰক্ত নমুনা খানাপাৰা জৈৱিক প্রতিষ্ঠানে বৃহৎ সংখ্যাক সংগ্রহ আৰু হস্তান্তৰ প্রক্রিয়া সম্পন্ন কৰাৰ সম্ভাৱনা ব্যক্ত কৰি ড° দত্তই কয়, ‘আৰক্ষী আয়ুক্তালয়ৰ প্রস্তাৱিত স্থানৰ সন্মুখত ‘উত্তৰ-পূব আঞ্চলিক ৰােগ নির্ণয় পৰীক্ষাগাৰ।

ইয়াত উত্তৰ- পূবৰ পশু-পক্ষীৰ ৰােগৰ নমুনা বিশ্লেষণ কৰা হয় য’ত মাৰাত্মক ছােৱাইন ফিভাৰ, বার্ড ফ্লু, পিআৰআৰএছ, পিপিআৰ, বইন টিউবাৰকুলচিছ, কিউ ফিভাৰ আদি ৰােগী পােহৰলৈ আহে।

ইয়াৰে অধিকাংশই পশু আৰু মানুহৰ দেহত সংক্রমিত হয়। ইয়াৰ উপৰি আৰক্ষী আয়ুক্তালয়ৰ প্রস্তাৱিত স্থানৰ সমীপত আন এটা পৰীক্ষা-গৱেষণাগাৰ ডিবিটি-এডিএমএচি আছে।’

যােগাযােগ-পৰিবহণ-প্রশাসনিক আৰু ৰছদ ব্যৱস্থাপনা দিশৰ পৰা প্ৰস্তাৱিত আৰক্ষী আয়ুক্তালয় স্থান অতি সুগম আৰু উত্তম হলেও সেই স্থানত দুর্ঘটনামূলক জৈৱ-সংক্রমণ নাইবা অপঘাতমূলক দুষ্কাৰ্যৰ ফলত হ’ব জৈৱ সংক্রমণৰ দিশসমূহ আগতীয়াকৈ অধ্যয়ন-বিশ্লেষণ কৰিবলৈ চৰকাৰক ড° দত্তই পৰামৰ্শ আগবঢ়ায়।

তেওঁ লগতে পত্ৰত এনে দিশসমূহ চৰকাৰক আওকান নকৰিবলৈ আহ্বান জনাই ভৱিষ্যতে অনাকাংক্ষিত পৰিৱেশৰ কোনেও কামনা নকৰে বুলি কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anthrax VaccineDainik Agradoot
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d