Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Namrata bora Dead incident:Cm Tweets যুৱ অধিবক্তা নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীক আহ্বান ড:হিমন্ত বিশ্ব শৰ্মাৰ

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াক সমস্ত ঘটনাৰ তদন্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ, সামাজিক মাধ্যম যোগে সদৰি মুখ্যমন্ত্ৰীৰ

publisher by publisher
June 7, 2025
in News, Assam, Crime
Reading Time: 2 mins read
0
Namrata bora Dead incident:Cm Tweets যুৱ অধিবক্তা নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীক আহ্বান ড:হিমন্ত বিশ্ব শৰ্মাৰ
1
SHARES
5
VIEWS
ShareShareShareShare

Namrata bora Dead incident:Cm Tweets

চুবুৰীয়া মেঘালয়ৰ নংপোত যোৱা বুধবাৰে পুৱতি নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনাত নম্ৰতা বৰা নামৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী যুৱ অধিবক্তাৰ কৰুণ মৃত্যু হয় ৷ ৰহস্যজনকভাবে একেখন বাহনত যোৱা ৪ জন বন্ধ- বান্ধৱীৰ কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰা বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ এআইইউডিএফৰ এজন বিধায়কৰ পুত্ৰ আন্নায়াতুল ৱাদুদে দুৰ্ঘটনাগ্ৰস্ত বাহন খন চলোৱা অভিযোগ কৰি ইতিমধ্যে দিছপুৰ থানাত গোচৰ তৰে নম্ৰতা বৰাৰ পিতৃয়ে ৷ তেওঁ এইয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰি সমস্ত বিষয়টোত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ বাবে কাতৰ আহ্বান জনায় ৷

ADVERTISEMENT

অৱশেষত আজি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে যে যোৱা ৪ জুন, বুধবাৰে পুৱতি নিশা নংপো আৰক্ষী থানাৰ সমীপত সংঘটিত শোকাৱহ ঘটনাটিৰ বিষয়ত দৃষ্টি নিক্ষেপ কৰিবলৈ মই মেঘালয়ৰ  মুখ্যমন্ত্ৰী কনৰাড চাংমাক অনুৰোধ জনাইছোঁ।

RelatedPosts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

Bjp Mla Bijoy Malakar:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহনত উঠিব বিচাৰিও বিমুখ বিধায়ক বিজয় মালাকাৰ

এ এছ-০১ ই ভি-৯৫৭৮ পঞ্জীয়ন নম্বৰযুক্ত এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নম্ৰতা বৰা নামৰ এগৰাকী যুৱতীৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয়, আনহাতে আন চাৰিজন সহযাত্ৰীয়ে সামান্য আঘাতহে পায়। নংপো আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে। তথাপি শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীসকলে উত্থাপন কৰা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি মই অনুৰোধ জনাইছোঁ যে ঘটনাৰ সৈতে জড়িত সকলো তথ্য পোহৰলৈ আনিবলৈ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ দ্বাৰা এক উচিত আৰু নিৰপেক্ষ তদন্ত সম্পাদন কৰা হওক।

আনহাতে শেহতীয়া খবৰ অনুসৰি নম্ৰতা বৰাক হত্যা কৰাৰ অভিযোগ তুলি ৪ বন্ধু-বান্ধৱীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল নম্ৰতাৰ পিতৃয়ে ৷ এই গোচৰ ৰুজুৰ পিছতেই বিধায়ক পুত্ৰ আন্নায়াতুল ৱাদুদ সহ ৪ যুৱক-যুৱতীৰ আত্মগোপন কৰে ৷

# আন্নায়াতুল ৱাদুদৰ স’তে চিনাকি নাছিল নম্ৰতাৰ : পিতৃৰ দাবী,একাংশই ‘লাভ জেহাদ’ আখ্যা দিয়াত অসন্তুষ্ট পৰিয়াল

নম্রতা বৰাৰ দুর্ঘটনাজনিত মৃত্যুৰ ঘটনাক একাংশই ‘লাভ জেহাদ’ আখ্যা দিয়াত তেওঁৰ পৰিয়াল অসন্তুষ্ট হৈছে। ঘটনাটোৰ স’তে ‘লাভ জেহাদ’ৰ বিষয়টো অস্বীকাৰ কৰি নম্ৰতাৰ পিতৃ ৰমেন কুমাৰ বৰাই ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘এইটো ‘লাভ জেহাদ’ৰ ঘটনা নহয়। হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্যক আমি বেয়া পাইছো।

একাংশ সংবাদ মাধ্যমে ঘটনাটো ‘লাভ জেহাদ’ত পৰিণত কৰিবলৈ বিচাৰিছে যদিও তেনে নহয়। আন্নায়াতুল ৱাদুদ নামৰ যুৱকজন নম্রতাৰ চিনাকি নাছিল। একাংশ সংবাদ মাধ্যমে যিদৰে মোৰ মৃত ছোৱালীজনীক লৈ বাতৰি কৰিছে, তাক লৈ আমি দুখ পাইছো।’

# প্রজ্ঞাই মাজনিশা ফোন কৰি মাতি নিছিল নম্রতাক

কন্যাৰ মৃত্যুত ম্রিয়মাণ হৈ থকা নম্রতাৰ পিতৃয়ে যোৱা চাৰি জুনৰ নিশা কি ঘটিছিল সেই বিষয়েও কিছু তথ্য প্রকাশ কৰে। তেওঁ কয় যে ঘটনাৰ দিনা নিশা ফোন কৰি নম্রতাক তেওঁৰ বান্ধৱী প্রজ্ঞাই মাতি নিয়ে। সেই মর্মে নম্রতা নিশা এপার্টমেণ্টৰ পৰা ওলাই যায়। উক্ত নিশা তেওঁলোকৰ স’তে মেঘালয়লৈ যোৱা কেইজনৰ অন্যতম মৃগাংকৰ স’তে প্ৰজ্ঞাৰ প্ৰেমৰ সম্পৰ্ক আছে বুলিও নম্রতাৰ পিতৃয়ে কয়। আনহাতে, ৱাদুদ বিবাহিত হোৱাৰ লগতে দুই সন্তানৰ পিতৃ আৰু তেওঁৰ স’তে গায়ত্রী (নম্রতাৰ স’তে ঘটনাৰ নিশা মেঘালয়লৈ গৈছিল) ৰ সম্পৰ্ক আছে বুলি লোকজনে কয়।

ঘটনাৰ বিষয়ে তেওঁ আৰু কয়, ‘ৱাদুদৰ গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত ‘হোম স্টেত ঘটনাৰ দিনা গায়ত্রী, প্রজ্ঞা আৰু মৃগাংকই আইপিএলৰ ফাইনেল খেল টেলিভিছনত চায়। পাছত নিশা প্রজ্ঞাই মৃগাংকৰ ফোনৰে নম্রতালৈ ফোন কৰি তেওঁক মাতি নিয়ে। নম্ৰতাৰ স’তে কেবল প্রজ্ঞা আৰু মৃগাংকৰহে চিনাকি আছিল।’ এই তথ্যসমূহ তেওঁ নম্রতাৰ বন্ধুৰ পৰা জানিব পাৰিছে বুলি জনায়। তেওঁ আৰু কয় যে ইতিমধ্যে সমগ্র ঘটনা সন্দর্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

আনহাতে শুকুৰবাৰে নম্রতাৰ গোলাঘাটৰ কমাৰগাঁওস্থিত ঘৰত তেওঁৰ তিলনি সম্পন্ন কৰা হয়। এই কথা উল্লেখ কৰি তেওঁৰ পিতৃয়ে লগতে কয়, ‘আজি তাইৰ তিলনি। তাইৰ আত্মাই যেন শান্তি পায় আৰু প্রকৃত ঘটনা পোহৰলৈ আহে তাকে কামনা কৰো।’ যুৱতী অধিবক্তাগৰাকীৰ মৃত্যুত বৃহত্তৰ কমাৰগাঁও অঞ্চলত চেপা উত্তেজনা বিৰাজ কৰিছে। ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ অহাটো কামনা কৰিছে স্থানীয় ৰাইজেও।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaCm TweetsNamrata bora Dead incident
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d