Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্ৰন্থমেলালৈ জনস্রোত

publisher by publisher
January 3, 2021
in Assam, India, News
Reading Time: 1 min read
0
অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্ৰন্থমেলালৈ জনস্রোত
13
SHARES
126
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

ADVERTISEMENT

অসম প্ৰকাশন পৰিষদৰ ৩৩ তম গুৱাহাটী গ্রন্থমেলাত আজি পৰিলক্ষিত হয় বিপুল জনস্রোত। দিনৰ পৰা নিশালৈকে হাজাৰ হাজাৰ গ্ৰন্থপ্রেমী সমৱেত হৈ চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে। পুৱা গ্রন্থমেলাৰ দুৱাৰ মুকলি হােৱাৰে পৰা নিশা বন্ধ হােৱা পর্যন্ত ৫০ হাজাৰৰাে অধিক পুথিপ্রেমীৰ সমাগম ঘটে চানমাৰি বাকৰিত। বিশেষকৈ সন্ধিয়া পৰত গ্রন্থমেলাত বিৰ দি বাট নােপােৱা অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ সমান্তৰালভাৱে আজি গ্রন্থ বিক্ৰীৰ পৰিমাণে সন্তোষজনক বুলি সদৰি কৰে প্ৰকাশন গােষ্ঠীসমূহে। আজিৰ দিনটোত প্রায় ১ কোটি টকাৰ গ্ৰন্থ বিক্রী হােৱা বুলি জনাইছে অসম প্রকাশন পৰিষদে।

পৰিষদৰ বিপণীত আজিও সর্বাধিক বিক্রী হয় বিপুলজ্যোতি শইকীয়া সম্পাদিত ‘হীৰেন ভট্টাচার্য ৰচনাৱলী’। বিশেষকৈ তৰুণ প্রজন্মই হীৰেন ভট্টাচার্য ৰচনাৱলী’ বিচাৰি প্ৰকাশন পৰিষদৰ বিপণীত ভিৰ কৰা পৰিলক্ষিত হয়। পৰিষদে এইবেলি নতুনকৈ প্ৰকাশ কৰা আন গ্রন্থসমূহাে পঢ়ুৱৈৰ মাজত সমাদৃত হৈছে। ইপিনে আজিও গ্রন্থমেলাত কেবাখনাে গুৰুত্বপূর্ণ আলােচনা সত্র অনুষ্ঠিত হয়। ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযােগ্য হৈছে উত্তৰ-কভিড কালত গ্রন্থ উদ্যোগ ও প্রত্যাহ্বান আৰু সম্ভাৱনা’ শীর্ষক আলােচনা সত্ৰ। ইয়াত উদ্বোধনী ভাষণ প্রসংগত বিশিষ্ট সাহিত্যিক তথা পুথি প্রকাশক নবীন বৰুৱাই ক’ভিডৰ পৰিণতিত গ্রন্থ উদ্যোগ বিস্তৰ ক্ষতিৰ সন্মুখীন হােৱা বুলি মন্তব্য কৰে। আনকি এই সময়ছােৱাত হােৱা বিপর্যয়ৰ পৰিণতিত তেওঁৰ প্ৰকাশন প্রতিষ্ঠানৰ দুটা মহলাৰ ভিতৰত এটা মহলা বন্ধ কৰি দিবলগীয়া হােৱাৰ কথা সদৰি কৰে।

অৱশ্যে শেহতীয়াকৈ পৰিস্থিতি কিছু পৰিমাণে উন্নত হােৱাত গ্রন্থ উদ্যোগলৈ পুনৰ উদ্যম ঘূৰি অহা বুলি উল্লেখ কৰি বৰুৱাই কয়— সকলাে জাগতিক ঘটনাৰ ইতিবাচক দিশা থাকে। ক’ভিড়ে গ্রন্থ বিক্ৰীৰ ক্ষেত্ৰত নতুন বাটো মুকলি কৰিছে। সেই মর্মে আমাজন, স্নেপদিলত গ্রন্থ উপলব্ধ হৈছে। এয়া আশাৰ বতৰা। তেওঁ লগতে চাহিদা অনুযায়ী গ্রন্থ ছপাৰ ব্যৱস্থা অসমতাে গঢ়ি তােলা দৰকাৰ বুলি কয়। আলােচনা সত্ৰখনৰ পৰিচালক বিশিষ্ট সাংবাদিক-লেখক নৱ ঠাকুৰীয়াই কয়— ‘ক’ভিডৰ পৰিণতিত কেৱল গ্রন্থ উদ্যোগেই নহয় ছপা মাধ্যম বিশেষকৈ বাতৰি কাকত অপূৰণীয় ক্ষতিৰ গ্ৰাসত পৰিছে। অসমতে বহু সাংবাদিকে এই সময়ছােৱাত কর্ম হেৰুৱাবলগীয়া হােৱাটো দুর্ভাগ্যজনক। এই ক্ষেত্ৰত বাতৰি কাকত বিৰােধী, গ্রন্থ বিৰােধী অপশক্তিৰাে ইন্ধন জড়িত হৈ আছে। অৱশ্যে ক’ভিড়ে অনলাইন মাধ্যম ত্বৰান্বিত কৰা বুলি মন্তব্য কৰে ঠাকুৰীয়াই।

তেওঁ কয় যে অনলাইনে এই সময়ছােৱাত কিছু পাঠক সৃষ্টি কৰিছে। এয়া বিপর্যয়ৰ মাজতাে শুভ বার্তা বুলি উল্লেখ কৰে তেওঁ । লগতে ঠাকুৰীয়াই সমগ্র পৃথিৱীৰ ৬ শতাধিক আৰু ভাৰতবৰ্ষৰ অর্ধ শতাধিক সাংবাদিকে ক’ভিডৰ বাতৰি সংগ্রহ কৰাৰ বাবে জীৱন উছৰ্গা কৰা বুলি কৈ সেইসকলক ক’ভিড যােদ্ধা’ৰ মর্যাদা প্রদান কৰিব লাগে বুলি কয়। অনুষ্ঠানত অংশগ্রহণ কৰি ৰাজ্যৰ আগশাৰীৰ প্ৰকাশন প্রতিষ্ঠান পাঞ্চজন্যৰ স্বত্বাধিকাৰ ধীৰাজ কুমাৰ লহকৰে ক’ভিডৰ ফলত গ্রন্থ। বিতৰণ এতিয়াও সুচল হৈ উঠা নাই বুলি উল্লেখ কৰি কয় যে মেলা, পূজা আদিত গ্রন্থ বিক্ৰীৰ প্ৰক্ৰিয়াটো বন্ধ হৈ পৰিছে। এই ক্ষেত্ৰত অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্রন্থমেলাই যথেষ্ট ইতিবাচক পৰিৱেশ ৰচনা কৰা বুলি কয় লহকৰে। ৰাজ্যখনৰ আন এটা অভিজাত প্রকাশন প্রতিষ্ঠান ‘বনলতা’ৰ মনিষ হাজৰিকাই কয় যে ক’ভিডৰ ফলত নিৰাশাজনক পৰিৱেশৰ সৃষ্টি হৈছে।

যদিও এই সময়ছােৱাত বহু লেখকে ভাল গ্রন্থ ৰচনা কৰিছে। এয়া লেখক-প্রকাশক আৰু পাঠকৰ বাবে আশাব্যঞ্জক। অনুষ্ঠানত অংশগ্রহণ কৰি প্ৰকাশক প্রতিমা কৌশিক বৰুৱায়া ক’ভিডৰ সময়ছােৱাত অনলাইন পাঠকৰ সংখ্যা বৃদ্ধি পােৱা বুলি মন্তব্য কৰি ইয়াৰ মাজত নতুন সম্ভাৱনা থকা বুলি কয়। আলােচনা সত্ৰখনত বিপুল দেউৰী, অমৃত কুমাৰ উপাধ্যায়, বুলজিৎ বুঢ়াগােহাঞিকে ধৰি কেবাগৰাকী লেখক-সাহিত্যিক-প্রকাশকে অংশগ্রহণ কৰে। ইপিনে আজি গ্রন্থমেলাৰ বেণু মিশ্ৰ সোঁৱৰণী প্রেক্ষাগৃহত ‘কিতাপ গােটৰ উদ্যোগত অনুষ্ঠিত হয় ‘ কিতাপৰ চৈ দিয়া নাও’ শীর্ষক অনুষ্ঠান। ইয়াত সমল ব্যক্তি ৰূপে অংশগ্রহণ কৰে বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী আৰু বিশিষ্ট সমালােচক অৰিন্দম বৰকটকীয়ে। আজি বিয়লি গ্রন্থমেলাত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হয় দেশ-বিদেশ ২০২০’ শীর্ষক ‘কুইজ-আলাপ’। জ্যেষ্ঠ অসামৰিক বিষয়া ভাৰতভূষণ দেৱচৌধুৰী আৰু ডাঃ সমুজ্জ্বল ভৰদ্বাজৰ পৰিচালনাত অনুষ্ঠিত এই কুইজত প্রশসমূহৰ উত্তৰৰ বিপৰীতে নগদ ধনেৰে পুৰস্কৃত কৰা হয়।

আনহাতে গ্রন্থমেলাৰ অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাঘৰত উন্মােচিত হয় গিৰিধৰ মহন্তৰ ত্ৰিধাৰা’ শীর্ষক এখনি নৃত্য-নাটিকা। অসম প্ৰকাশন পৰিষদৰ সচিব প্রমােদ কলিতাই বস্তি প্রজ্বলনেৰে আৰম্ভ কৰা ইয়াৰ উন্মােচন অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট লেখক-সাহিত্যিক বিপুল দেউৰী, প্রফুল্ল বর্মন, উৎপল দত্ত, নম্রতা দত্ত, বিশিষ্ট অভিনেতা কপিল বৰা আদি। গ্রন্থমেলাৰ বাকৰিত আজি প্রতিশ্রুতি প্রকাশনৰ তিনিখন গ্রন্থ উন্মােচন হয়। একেদৰে গগনচন্দ্র অধিকাৰী সোঁৱৰণী প্রেক্ষাগৃহত ২০১৯ বৰ্ষৰ বাবে স্বর্ণলিপি কাব্য বঁটা প্ৰদান কৰা হয় বিশিষ্ট কবি গংগামােহন মিলিক। ইয়াৰে সংগতি ৰাখি ‘স্বর্ণলিপি’ৰ উদ্যোগত অনুষ্ঠিত কবি সন্মিলনত সন্মানীয় অতিথি ৰূপে অংশগ্রহণ কৰে বিশিষ্ট সাহিত্যিক ড° আনন্দ বৰমুদৈ আৰু মুখ্য অতিথি ৰূপে অংশগ্রহণ কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য ড° কন্দর্পনাথে। তদুপৰি বেণু মিশ্ৰ সোঁৱৰণী প্রেক্ষাগৃহত অনুষ্ঠিত হয় জনগােষ্ঠীয় বহুভাষিক কবি সন্মিলন আৰু গ্ৰন্থ উন্মােচনৰ আন এক অনুষ্ঠান। গ্রন্থমেলাৰ দৃষ্টিনন্দন মঞ্চত সন্ধিয়া আয়ােজন কৰা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক সুশীল কুৰ্মীয়ে। পুহমহীয়া শীতক নেওচি সাংস্কৃতিক অনুষ্ঠানত শ্রোতা-দর্শকৰ ভিৰ পৰিলক্ষিত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Book FairBook ReleaseGuwahati
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d