Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial Flood: এজাক বৰষুণতে জলমগ্ন মহানগৰীৰ একাধিক অঞ্চল

    সুভাংশু শুক্লাৰ মহাকাশ অভিযানৰ নতুন তাৰিখ ঘোষণা!

    Atasu Protest: অসম বিধানসভাৰ সন্মুখত আটাছুৰ উত্তাল প্ৰতিবাদ

    ৰহস্যময় ১১এ! ২৭ বছৰ পূৰ্বে বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে একে আসনৰ যাত্ৰী

    ভটিয়াপাৰস্থিত অ’এনজিচিত ডিএছ-১৪৭ তৈলখাদৰ পৰা গেছ নির্গমন অব্যাহত

    Drugs Seized With Paddlar Arrested In Bihpuria:বিহপুৰীয়াত আৰক্ষীৰ জালত ড্ৰাগছসহ এটা সৰবৰাহকাৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

World Bank:এটা দশকতে ভাৰতত ২৭ কোটি হ্রাস চৰম দৰিদ্ৰৰ সংখ্যা: বিশ্ববেংকৰ তথ্য

দৈনিক ২৫৭ টকা ব্যয়ৰ সামর্থ্য থকা সকল দৰিদ্ৰ নহয়,নিম্ন-মধ্য আয়ৰ দৰিদ্ৰৰ সংখ্যাও ৫৭.৭ শতাংশৰ পৰা ২৩.৯ শতাংশলৈ হ্রাস,মোদী চৰকাৰক প্ৰশংসা

publisher by publisher
June 8, 2025
in News, India
Reading Time: 2 mins read
0
World Bank:এটা দশকতে ভাৰতত ২৭ কোটি হ্রাস চৰম দৰিদ্ৰৰ সংখ্যা: বিশ্ববেংকৰ তথ্য
1
SHARES
9
VIEWS
ShareShareShareShare

World Bank:

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী চৰকাৰৰ কার্যকালৰ এটা দশক অর্থাৎ ১০ বছৰত দেশত ২৭কোটি লোকে চৰম দাৰিদ্ৰৰ পৰা পৰিত্ৰাণ পালে। এই তথ্য বিশ্ববেংকৰ শেহতীয়া এক প্রতিবেদনত প্রকাশ পাইছে। মোদী চৰকাৰক প্ৰশংসা কৰি প্ৰতিবেদন খনত কোৱা হয় যে ২০১১-১২ত দেশত চৰম দাৰিদ্ৰৰ হাৰ ২৭.১ শতাংশ হোৱাৰ বিপৰীতে ২০২২-২৩ ত ইয়াৰ হাৰ ৫.৩ শতাংশলৈ হ্রাস পায়।

ADVERTISEMENT

অর্থাৎ এই ১০ বছৰত দেশত প্রায় ২৭ কোটি অর্থাৎ ২৬ কোটি ৯০ লাখৰো অধিক লোকক চৰম দাৰিদ্ৰৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে। এনে কম সময়তে বৃহৎ সংখ্যক লোকে দৰিদ্ৰতাৰ পৰা নিষ্কৃতি পোৱা ঘটনাক আর্থ-সামাজিক উন্নয়নৰ দিশত এক উল্লেখযোগ্য সাফল্য বুলি বিশ্ববেংকে উল্লেখ কৰিছে ।

RelatedPosts

Pm Narenda Modi:অসমক কেন্দ্ৰৰ সকলো সহায়ৰ আশ্বাস মোদীৰ

Decline in India- Bangladesh relations: বাংলাদেশৰেও ভাৰতৰ সম্পৰ্কৰ অৱনতি

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

উল্লেখ্য যে বিশ্ববেংকে পূর্বে দৈনিক ২.১৫ ডলাৰ (প্রায় ১৮৪ টকা) ব্যয় সামর্থ্য অনুসৰি দৰিদ্ৰতাৰ সংজ্ঞা নির্ধাৰণ কৰিছিল। ২০২১ত এই সীমা দৈনিক তিনি ডলাৰ (প্রায় ২৫৭ টকা) ব্যয় সামর্থ্যলৈ বৃদ্ধি কৰে। অৰ্থাৎ সম্প্রতি দৈনিক ২৫৭ টকা ব্যয়ৰ সামর্থ্য থকা এজন ব্যক্তি দৰিদ্ৰ নহয়।

উল্লেখ্য যে কৰ’না কালত ২০২০ত ভাৰতত কমেও ৫.৬ কোটি লোক নতুনকৈ দৰিদ্ৰতাৰ কবলত পৰে বুলি বিশ্ববেংকৰ প’ভার্টি এণ্ড শ্বেয়াৰ্ড প্রস্পেৰিটি’ শীর্ষক প্রতিবেদন প্রকাশ পাইছিল। ইয়াৰ বিপৰীতে আন্তর্জাতিক বিত্তীয় প্রতিষ্ঠানটোৰ প্ৰতিবেদনত কোৱা হৈছে যে মোদী চৰকাৰৰ দিনত দেশত ২৭ কোটি লোকক চৰম দাৰিদ্ৰৰ পৰা উদ্ধাৰ কৰা হৈছে।

লক্ষ্যণীয় যে কৰ’না মহামাৰীয়ে কৰা মোকাবিলাৰ উদ্দেশ্যে মোদী চৰকাৰে বহু সংখ্যক দাৰিদ্ৰ দূৰীকৰণ আঁচনি ঘোষণা কৰে। প্ৰতিবেদন খনত আঙুলিয়াই দিয়া হৈছে যে ২০১১-১২ত ভাৰতত কমেও ৩৪.৫ কোটি চৰম দৰিদ্ৰ লোক আছিল।

এইসকলৰ সংখ্যা ২০২২-২৩ত চাৰে সাত কোটিলৈ হ্রাস পায়। তদুপৰি প্রতিবেদনখনত কোৱা হৈছে যে ২০১১ৰ পৰা ২০২৩ৰ সময়ছোৱাত নিম্ন-মধ্য আয়ৰ দৰিদ্ৰৰ সংখ্যাও ৫৭.৭ শতাংশৰ পৰা ২৩.৯ শতাংশলৈ হ্রাস পাইছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: PM ModiPoverty EradicatedWorld Bank
publisher

publisher

Related Posts

Artificial Flood: এজাক বৰষুণতে জলমগ্ন মহানগৰীৰ একাধিক অঞ্চল
News

June 14, 2025
সুভাংশু শুক্লাৰ মহাকাশ অভিযানৰ নতুন তাৰিখ ঘোষণা!
India

সুভাংশু শুক্লাৰ মহাকাশ অভিযানৰ নতুন তাৰিখ ঘোষণা!

June 14, 2025
Atasu Protest: অসম বিধানসভাৰ সন্মুখত আটাছুৰ উত্তাল প্ৰতিবাদ
News

Atasu Protest: অসম বিধানসভাৰ সন্মুখত আটাছুৰ উত্তাল প্ৰতিবাদ

June 14, 2025
ৰহস্যময় ১১এ! ২৭ বছৰ পূৰ্বে বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে একে আসনৰ যাত্ৰী
India

ৰহস্যময় ১১এ! ২৭ বছৰ পূৰ্বে বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে একে আসনৰ যাত্ৰী

June 14, 2025
ভটিয়াপাৰস্থিত অ’এনজিচিত ডিএছ-১৪৭ তৈলখাদৰ পৰা গেছ নির্গমন অব্যাহত
News

ভটিয়াপাৰস্থিত অ’এনজিচিত ডিএছ-১৪৭ তৈলখাদৰ পৰা গেছ নির্গমন অব্যাহত

June 14, 2025
Drugs Seized With Paddlar Arrested In Bihpuria:বিহপুৰীয়াত আৰক্ষীৰ জালত ড্ৰাগছসহ এটা সৰবৰাহকাৰী
News

Drugs Seized With Paddlar Arrested In Bihpuria:বিহপুৰীয়াত আৰক্ষীৰ জালত ড্ৰাগছসহ এটা সৰবৰাহকাৰী

June 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d