Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিশ্বৰ ৩৫ কোটি শিশুৱে চৰম দৰিদ্ৰতাৰ কবলত বিপর্যস্ত জীৱন কটাইছে

publisher by publisher
October 23, 2020
in News
Reading Time: 1 min read
0
ক্ষুধাসূচকত ভাৰতৰ স্থান ৯৪
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

বিশ্বৰ প্রতি ছটি শিশুৰ ভিতৰত এটি শিশুৱে চৰম দৰিদ্ৰতাৰ মাজত বসবাস কৰিবলৈ বাধ্য হৈছে। সংখ্যাৰ ফালৰ পৰা ক’বলৈ হ’লে ৩৫ কোটি ৬০ লাখ শিশুৱে স্বাভাৱিক জীৱন পাৰ কৰিবলৈ সক্ষম হােৱা নাই । বিশ্ব বেংক তথা ৰাষ্ট্ৰসংঘৰ শিশুনিধিৰ এক সমীক্ষাত এই কৰুণ পৰিস্থিতি পােহৰলৈ আহিছে ।

ADVERTISEMENT

সমান্তৰালভাৱে ‘গ্ল’বেল এষ্টিমেট অৱ চিলড্রেন ইন মণিটাৰি পভার্টি : অন আপডেট’ৰ পৰা প্রকাশিত এক প্রতিবেদনত পােহৰলৈ অহা তথ্য অনুসৰি আফ্রিকাৰ ছাহাৰ অঞ্চলৰ দুই-তৃতীয়াংশ শিশুৰ পৰিয়ালৰ দৈনিক আয় ১.৯০ ডলাৰতকৈও কম। ইয়াতকৈ কিন্তু দক্ষিণ এছিয়াৰ শিশুসকলৰ অৱস্থা কিছু হ’লেও উন্নত । দক্ষিণ এছিয়াত প্রতি পাঁচটা শিশুৰ ভিতৰত এটি শিশুৱে দৈন্যতাৰ মাজত জীৱন অতিবাহিত কৰি আছে । ২০১৩ৰ পৰা ২০১৭ৰ মাজত সময়ছােৱাত শিশুসকলৰ অর্থাভাৱৰ যথেষ্ট উন্নতি হৈছিল।

উক্ত সময়ছােৱাত কমেও দুই কোটি ৯০ লাখ শিশুৰ আর্থিক অৱস্থালৈ পৰিৱৰ্তন আহিছিল; কিন্তু যােৱা কে’বা মাহ ধৰি কৰ’না পৰিস্থিতিৰ বাবে বিশ্ব অর্থনীতি অৱনমিত হয়। ফলত শিশুসকল পুনৰ নেতিবাচক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। বিশ্বৰ কোনাে কোনাে প্রান্তত শিশুসকলৰ অৱস্থা পূর্বতকৈও অধিক বেয়া হােৱাটোহে দেখিবলৈ পােৱা গৈছে। এই শিশুসকলৰ ভিতৰত ২০ শতাংশৰ বয়স পাঁচ বছৰতকৈও কম। ইয়াৰে অধিক সংখ্যক আকৌ উন্নয়নশীল দেশৰ বাসিন্দা ।

ইউনিচেফৰ পৰা জনােৱা অনুসৰি ছটি শিশুৰ ভিতৰত এটি শিশুৱে চৰম দৰিদ্ৰতাৰ মাজত বসবাস কৰি থকাৰ অৰ্থ হ’ল, শিশুটিয়ে প্রাণটো ৰক্ষা কৰিবলৈকেই সংগ্রাম কৰিবলগীয়া হৈছে। এনে অৱস্থাৰ মাজতে কৰ’নাই শিশুসকলৰ দুর্গতি অধিক বৃদ্ধি কৰিলে। ইয়াৰ মাজতে আকৌ গৃহবন্দী হ’বলৈ আগবাঢ়িছে ইউৰােপ । অর্থনীতি স্বাভাৱিক কৰি ৰাখিবলৈ আপ্রাণ চেষ্টা চলাই যাবলগীয়া হৈছে বহু দেশে ।

বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ তথ্য অনুসৰি কৰ’নাত আক্রান্ত হােৱা লােকৰ সংখ্যাই চলিত সপ্তাহত ইউৰােপত নতুন অভিলেখৰ সৃষ্টি কৰিছে । ইউৰােপত এক সপ্তাহতে ন লাখ ৭২ হেজাৰজনে নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে । নিশ্চিত সংক্রমণৰ অন্তত ২৫ শতাংশলৈ বৃদ্ধি পাইছে। মহাদেশখনত । বিশ্বত নতুনকৈ কৰ’নাত আক্রান্ত হােৱাসকলৰ ভিতৰত ৩৮ শতাংশই ইউৰােপৰ ।

ইয়াৰে আধাতকৈ অধিক আক্ৰান্ত হৈছে ৰাছিয়া, চেক ৰিপাব্লিক আৰু ইটালীত । শ্ল’ভেনিয়াৰ দৰে সৰু দেশত এক সপ্তাহতে ১৫০ শতাংশলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যাই। ইউৰােপত মৃত্যুৰ ক্ষেত্ৰত আগবাঢ়ি আছে ইংলণ্ড । দেশখনত ৪৩,৯৬৭ জনৰ কৰ’নাত মৃত্যু হৈছে। ইংলণ্ডত কৰনাৰ দ্বিতীয় সংক্ৰমণত বৰিছ জনছনৰ চৰকাৰাে সংকটৰ মুখত পৰিছে। পুনৰ তলাবন্ধৰ কথা চিন্তা কৰিছে জনছন চৰকাৰে ।

দেশখনৰ জনসাধাৰণে চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰাৰ লগতে তলাবন্ধ দিলে ফল ভােগ কৰিব লাগিব বুলিও সকীয়াই দিছে । ইউৰােপৰ উত্তৰৰ প্রতিখন চহৰতে বিক্ষোভৰাে সৃষ্টি হৈছে। ইংলণ্ডত ব্যৱসায় বন্ধ হােৱাৰ ক্ষতি স্বৰূপে দুই-কোটি ২০ লাখ পাউণ্ডৰ অর্থ সাহায্য প্রদান কৰা হৈছে । গ্রেটাৰ মানচেষ্টাৰ পৰা ছাউথ ইক’শ্বায়াৰ পর্যন্ত ইতিমধ্যে কৰ’না স্বাস্থ্য বিধি কঠোৰভাৱে পালন কৰিবলৈকো নির্দেশ জাৰি কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19WORLD FIGHTS CORONAVIRUS
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d