Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ATLU Protest in Tinsukia:দাইচাজান চাহ বাগিছাৰ চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

    Nagaon:নগাঁৱৰ মোলাপট্টি,শেনচোৱা আৰু চিভিলৰ ৰে’লগেটত তীব্ৰ যানজঁট

    Air india Flight Crash:অভিশপ্ত বিমানত উত্তৰ-পূৱৰ দুই কন্যা নাংথৈ আৰু লামনুনথেম

    আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত ড্ৰিমলাইনাৰৰ সকলো সেৱা বন্ধ কৰাৰ কথা চিন্তা কৰিছে কেন্দ্ৰই 

    Meghalaya Murder Incident:নৱ বিবাহিতাই কাহিনী ৰচনা কৰি ভাড়াতীয়া অপৰাধীৰে হত্যা কৰিছিল ব্যৱসায়ী স্বামীক

    Raja Raghuvangsri Murder incident: শ্বিলঙৰ পৰা বোখা পিন্ধি গুৱাহাটীত উপস্থিত হৈছিল সোনম

    Ahmedabad plane Crash: বিমান দুর্ঘটনাৰ শংকাত ভুগিছিল নাংথৈয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Jayanta Malla- Hagrama’s secret meeting In chirang:চিৰাঙৰ বাথৌখেৰাই ৰিজোৰ্টত অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ গোপন বৈঠক !

publisher by publisher
June 12, 2025
in News, Assam
Reading Time: 1 min read
0
Jayanta Malla- Hagrama’s secret meeting In chirang:চিৰাঙৰ বাথৌখেৰাই ৰিজোৰ্টত অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ গোপন বৈঠক !
1
SHARES
11
VIEWS
ShareShareShareShare

Jayanta Malla- Hagrama’s secret meeting In chirang:

চিৰাঙৰ বাথৌখেৰাই ৰিজোৰ্টত অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ গোপন বৈঠক I মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমক নজনালে বিশেষ কোনো | কথা চাহ খাবলৈ অহা বুলি জনায় । একেদৰে হাগ্ৰামা মহিলাৰীয়েও একেখিনি মন্তব্যকে আগবঢ়াই ৷

ADVERTISEMENT

কিন্তু দুয়ো জনৰ মাজত প্ৰায় দুঘণ্টা সময় গোপন বৈঠক হয় । মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় কোকৰাঝাৰ জিলা বিজেপিৰ কাৰ্য্যনিৰ্ব্বাহক আছে তাত যাম । ইয়াত মাথো চাহ খাবলৈ আহিছিলো বুলি কয় । কিন্তু চাহ খাবলৈ জানো দুঘন্টাতকৈ অধিক সময় লাগে ?

RelatedPosts

Child Sold by Father: মাতৃৰ কোলাৰ পৰা আঠ মহীয়া শিশু সন্তানক কাঢ়ি নি অন্য লোকৰ ওচৰত বিক্ৰী কৰিলে পাষাণ পিতৃয়ে

Chirang UPPL: বিপিএফ আজিৰ তাৰিখত এটা বিগ জিৰো: ৰণগৌৰা নাৰ্জাৰী

বিটিছি পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দলে এখনো আসন নাপায়, দাবী বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ 

একেদৰে হাগ্ৰামা মহিলাৰীয়ে কয় ,আমাৰ জয়ন্ত মল্ল বৰুৱাই বেলেগ কামত আহিছিল । পৰ্বতঝোৰাৰ বিষয় লৈ আলোচনা কৰিবলৈ আহিছিল। কোকৰাঝাৰ ডিচি-এচপি আহিছিল বেলেগ ৰাজনৈতিক কোনো আলোচনা হোৱা নাই । এইবাৰ বিটিচি নিৰ্বাচনত আমাৰ পজিচন বহুত ভাল, বিজেপি দ্বিতীয় থাকিব । বিটিচিৰ সকলো জ্ঞানী মানুহ ইউপিপিএলত আছে কিন্তু ভালদৰে চলাব পৰা নাই । ইউপিপিএল টকা  খোৱাৰ বাবে মিছন,ভিজন ওলাই আছে বুলি কয় হাগ্ৰামাই।

আমাৰ কোনো বুজাবুজি নাই । ৰাজ্যসভাৰ নিৰ্বাচন ১৯ জুন দেৰি আছে বুলি কয় মহিলাৰীয়ে। তেওঁ লগতে কয় যে চৰকাৰী অনুষ্ঠানত ইউপিপিএলৰ ৰাজনৈতিক সভা হয় বুলি অভিযোগ কৰে । মোৰ সময়ত বিটিচিত বিজেপি-কংগ্ৰেছে পাত্তা পোৱা নাছিল কিন্তু আজি কি কৰিলে প্ৰমোদে ,আপোনালোকে সকলোৱে জানে বুলি কয় মহিলাৰীয়ে । কিন্তু মন্ত্ৰীজনৰ সৈতে দীৰ্ঘসময় ৰুদ্ধদ্বাৰ বৈঠক সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰাৰ পৰা কৌশলেৰে বিৰত থাকে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bathaikherai resortCHIRANGHagrama Mahilaryjayanta malla baruasecret meeting
publisher

publisher

Related Posts

ATLU Protest in Tinsukia:দাইচাজান চাহ বাগিছাৰ চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
News

June 13, 2025
Nagaon:নগাঁৱৰ মোলাপট্টি,শেনচোৱা আৰু চিভিলৰ ৰে’লগেটত তীব্ৰ যানজঁট
News

Nagaon:নগাঁৱৰ মোলাপট্টি,শেনচোৱা আৰু চিভিলৰ ৰে’লগেটত তীব্ৰ যানজঁট

June 13, 2025
Air india Flight Crash:অভিশপ্ত বিমানত উত্তৰ-পূৱৰ দুই কন্যা নাংথৈ আৰু লামনুনথেম
News

Air india Flight Crash:অভিশপ্ত বিমানত উত্তৰ-পূৱৰ দুই কন্যা নাংথৈ আৰু লামনুনথেম

June 13, 2025
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত ড্ৰিমলাইনাৰৰ সকলো সেৱা বন্ধ কৰাৰ কথা চিন্তা কৰিছে কেন্দ্ৰই 
India

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত ড্ৰিমলাইনাৰৰ সকলো সেৱা বন্ধ কৰাৰ কথা চিন্তা কৰিছে কেন্দ্ৰই 

June 13, 2025
Meghalaya Murder Incident:নৱ বিবাহিতাই কাহিনী ৰচনা কৰি ভাড়াতীয়া অপৰাধীৰে হত্যা কৰিছিল ব্যৱসায়ী স্বামীক
India

Raja Raghuvangsri Murder incident: শ্বিলঙৰ পৰা বোখা পিন্ধি গুৱাহাটীত উপস্থিত হৈছিল সোনম

June 13, 2025
Ahmedabad plane Crash: বিমান দুর্ঘটনাৰ শংকাত ভুগিছিল নাংথৈয়ে
News

Ahmedabad plane Crash: বিমান দুর্ঘটনাৰ শংকাত ভুগিছিল নাংথৈয়ে

June 13, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d