Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক

বৈঠকত ল'লে কেইবাটাও সিদ্ধান্ত

publisher by publisher
February 3, 2023
in Assam, India, News
Reading Time: 2 mins read
0
G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

Three sub-inspectors of Bashishta Police station Reserved closed:বশিষ্ট আৰক্ষীৰ বৰ্বৰ কাণ্ডৰ তদন্ত ঘোষণা

Funeral of IPS officer Shiladitya Chetia will be held Today:আজি অন্তোষ্টিক্ৰিয়া সম্পন্ন হ’ব আই পিএছ বিষয়া শিলাদিত্য চেতিয়াৰ নশ্বৰদেহ

Uncontrolled Price Hike in Guwahati:নিয়ন্ত্রণহীন মূল্যবৃদ্ধিঃ গুৱাহাটীত মাগুৰৰ দৰ উঠিছে দুহেজাৰ পৰ্যন্ত !

G p Singh :

মহানগৰীৰ উলুবাৰীস্থ অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত সদ্য নিযুক্ত আৰক্ষী সঞ্চালক প্রধান জি. পি. সিঙে উচ্চপদস্থ আৰক্ষী বিষয়াৰে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ৷ বৈঠকত বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াও অংশ লয় ৷
কেবাঘণ্টা জোৰা বৈঠকৰ অন্তত লোৱা হয় কে’বাটাও সিদ্ধান্ত ৷

ADVERTISEMENT

সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা আৰক্ষী হেড কোৱাৰ্টাৰ আৰু আৰক্ষী অধীক্ষক কাৰ্যালয় সমূহত কৰ্মদিনত পুৱা ১১- ৩০ বজাৰ পৰা বিয়লি এক বজালৈ এজন আৰক্ষী বিষয়া উপস্থিতি থকাটো বাধ্যতামূলক ৷

এই বিষয়াজনে কাৰ্যালয়লৈ অহা প্ৰতিগৰাকী ৰাইজৰ স’তে মনবিনিময় কৰি তেওঁলোকৰ অভাৱ- অভিযোগ সমূহ যথাসম্ভব নিৰাময়ৰ পদক্ষেপ ল’ব ৷ এই নতুন ব্যৱস্থা কাৰ্যকৰী হ’ব ১৩ ফেব্ৰুৱাৰীৰ পৰা ৷

আনহাতে জৰুৰীকালীন অৱস্থাৰ বাদে আৰক্ষী অধীক্ষকৰ অধীনস্থ অঞ্চল সমূহত নিয়োজিত থকা আৰক্ষী লোকসকলে সপ্তাহত এটা দিন ছুটি পোৱাটো বাধ্যতামূলক কৰা হয় ৷ কিন্ত এই নিয়ম কাৰ্যকৰী নহ’ব সংশ্লিষ্ট থানা আৰু আৰক্ষী চকী,পহৰা চকীত ৷

উল্লেখ্য যে,আৰক্ষী হেডকোৱাৰ্টাৰ, আৰক্ষী অধীক্ষক আৰু বেটেলিয়ন কাৰ্যালয় সহ আৰক্ষীৰ অন্যান্য ভগ্নী অনুষ্ঠানত আগন্তুক দুমাহৰ ভিতৰত মীমাংসা নোহোৱাকৈ থকা কৰ্মচাৰীৰ পেঞ্চন সম্পৰ্কীয় কামকাজ সমূহ নিস্প্ৰতি কৰাটো নিশ্চিত কৰা ৷

আনহাতে এতিয়াৰ পৰা অৱসৰলৈ এবছৰ থকা অসম আৰক্ষীত কৰ্মৰত লোকসকলৰ পেঞ্চন সম্বন্ধীয় কামকাজ তৎকালীনভাৱে কৰা হ’ব ৷

আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্তমৰ্মে থানা,বেটেলিয়ন কাৰ্যালয় আদিত মহিলাৰ বাবে সুকীয়া শৌচালয়ৰ ব্যৱস্থা কৰা হ’ব ৷

আৰক্ষী বিষয়া- জোৱান সকলে এতিয়াৰ পৰা নিজৰ ইউনিফৰ্মত ৰাইজে স্পষ্টকৈ দ্বি-ভাষিক নামযুক্ত প্লেট লগোৱাটো বাধ্যতামূলক কৰা হ’ব।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ডি জি পি গৰাকীয়ে প্ৰতিজন আৰক্ষী বিষয়াই ৰাইজৰ লগতে নিজৰ সহকৰ্মীক যথোচিত সন্মান আৰু মৰ্যাদা দিয়াৰ বাবে আহ্বান জনাই ৷

একেদৰে অসম আৰক্ষীৰ মুৰব্বী গৰাকীয়ে আৰক্ষী বিষয়া আৰু জোৱান সকলক নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ পোষকতা কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: All Officer MeetingAssam Police HeadquarterCMODgp Gp SingMejor DecitionRank Of Sp
publisher

publisher

Related Posts

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d