Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুনৰ অসুস্থ ছোনিয়া গান্ধী

    পুনৰ অসুস্থ ছোনিয়া গান্ধী

    পুণ্যস্নান কৰি অঘটন ! গোদাবৰী নদীত উটি গ’ল পাঁচ কিশোৰ 

    মর্মান্তিক ! দলং ভাঙি চাৰি জনৰ মৃত্যু, আহত ৩২

    ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ পথত ভূমিস্খলন, তীৰ্থযাত্ৰীৰ মৃত্যু, বৰ্তমানৰ বাবে বন্ধ তীৰ্থযাত্ৰা

    মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, মধ্যপ্ৰদেশত চাৰি মাওবাদী নেতা নিহত

    মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Lilayati Memorial Quiz Competition in Damdama:দমদমাত লীলাৱতী দাস সোঁৱৰণী কুইজ

publisher by publisher
June 15, 2025
in News, Assam
Reading Time: 1 min read
0
Lilayati Memorial Quiz Competition in Damdama:দমদমাত লীলাৱতী দাস সোঁৱৰণী কুইজ
1
SHARES
7
VIEWS
ShareShareShareShare

Lilayati Memorial Quiz Competition in Damdama:

শিক্ষাৰ ক্ষেত্রত অগ্ৰণী হাজো অঞ্চলৰ ঐতিহ্যমণ্ডিত পিএমশ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয় খনৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি ইনলি ফাউণ্ডেচনে ১৪ জুনত লীলাৱতী দাসৰ সোঁৱৰণত আয়োজন কৰিলে কুইজ প্ৰতিযোগিতা।

ADVERTISEMENT

লখিমপুৰ, তেজপুৰ, শিলচৰ, কাজিৰঙা, গহপুৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ ৯৮ গৰাকী প্ৰতিযোগীয়ে ভাগ লয় এই প্ৰতিযোগিতাত। প্ৰয়াত লীলাৱতী দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে বিশিষ্ট গল্পকাৰ, শিক্ষাবিদ, বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ প্ৰসন্ন কুমাৰ দাসে। তেখেতে কয়, বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰাৰ ঘটনা বৃদ্ধি পাবলৈ ধৰা সময়ত নিজ মাতৃৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ লীলাৱতী দাসৰ সন্তান ইন্দ্রজিৎ, পূৰবী আৰু গীতাঞ্জলিয়ে লোৱা পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়। তেখেতে লগতে কয়, সমাজত সৎ নাগৰিক হিচাপে নিজকে প্ৰতিপন্ন কৰিবলৈ স্কুলীয়া শিক্ষাৰ লগতে পৰিয়ালত লাভ কৰা সংস্কাৰৰ বিশেষ ভুমিকা আছে। বিশিষ্ট অতিথি, প্ৰাক্তন অধ্যক্ষ গণেশ চন্দ্ৰ দাসে ঐতিহ্যমণ্ডিত দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৰিমামণ্ডিত ইতিহাসৰ আভাস দিয়াৰ লগতে লীলাৱতী দাসৰ দৰে এগৰাকী গুণী ছোৱালীৰ সৈতে তেখেতৰ বহু বছৰৰ সান্নিধ্যৰ কথা আন্তৰিকতাৰে স্মৰণ কৰে।

RelatedPosts

Lilayati Memorial Quiz Competition in Damdama:দমদমাত লীলাৱতী দাস সোঁৱৰণী কুইজ

Manikut Utsav In Hajo:সমন্বয়ৰ বাৰ্তাৰে হাজোত আছুৰ উদ্যোগত মণিকূট উৎসৱ ও সমন্বয় শোভাযাত্ৰা

Manikut Festival, ‘Samannya Procession’ in Hajo:তীর্থনগৰী হাজোত ‘মণিকূট উৎসৱ, ‘সমন্বয় শোভাযাত্রা’ৰ প্রস্তুতি

lialyati 2সন্মানীয় অতিথি বিশিষ্ট ক্ৰীড়া সংগঠক বাসুদেব ঠাকুৰীয়াই ক্ৰীড়া সুলভ মানসিকতা সৎ জীৱন গঢ়াৰ এক উপাদান বুলি উল্লেখ কৰাৰ লগতে ভগ্নী লীলাৱতী দাসৰ জীৱনৰ আলোকপাত কৰে। অধ্যক্ষ সুৰ্য কুমাৰ ভট্টাচার্যই পিএমশ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কুইজত ভাগ ল’বলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলক আদৰণি জনায় আৰু শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান খনৰ কৃতিত্বৰ খতিয়ান দাঙি ধৰে। লীলাৱতী দাসৰ স্বামী ললিত চন্দ্ৰ দাসে আৱেগৰ বশৱৰ্তী নহৈ যুক্তিনিষ্ঠ ভাৱে জীৱন আগুৱাই নিবলৈ সকলোকে আহ্বান জনায়।

ন্যাসৰক্ষী মনজিৎ ৰাজখোৱাৰ সহযোগত ইনলি ফাউণ্ডেচনৰ অধ্যক্ষ ইন্দ্রজিৎ দাসে পৰিকল্পনা আৰু পৰিচালনা কৰা অনুষ্ঠানটিত কুইজ পৰিচালনা কৰে ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ উপশমী চিকিৎসা বিভাগৰ চিকিৎসক ডাঃ সমুজ্জ্বল ভৰদ্বাজে। প্ৰতিযোগিতাৰ ফলাফল এনেধৰণৰ: ৪৯টা দলৰ ভিতৰত ১ম স্থান লাভকৰে এছ বি দেওৰা মহাবিদ্যালয়ৰ শক্তিমান পেগু আৰু পাৰ্থ প্ৰতীম ভৰলুৱাৰ দলে। অসম জাতীয় বিদ্যালয়ৰ প্ৰিয়াংশু প্ৰীতিশ শৰ্মা, আৰু গুৰুকুল গ্ৰামাৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ত্ৰিনাভ কাশ্যপে দ্বিতীয়, লিটল্ ফ্লাৱাৰ স্কুল, নলবাৰীৰ বিবেক বৰ্মন আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মিনহাজ ৰহমানে তৃতীয়, তেজপুৰ মেডিকেল কলেজৰ জ্যোতিস্মান দেৱ শৰ্মা আৰু NIT শিলচৰৰ তন্ময় পৰাশৰে চতুর্থ, শংকৰদেৱ শিশু নিকেতন,ইশ্বদগড়িয়াৰ মনজিষ্ঠা কুমাৰ আৰু শংকৰদেৱ শিশু নিকেতন, ঘগ্ৰাপাৰৰ হিমলিনা বৰুৱাই পঞ্চম আৰু নলবাৰী মহাবিদ্যালয়ৰ প্ৰবাল শৰ্মা আৰু জ্যোতিৰ্ময় দাসৰ দলে ষষ্ঠ স্থান অধিকাৰ কৰে। উপস্থিত দৰ্শকৰ মাজৰ পৰা প্ৰশ্নৰ উত্তৰ দি শ্ৰেষ্ঠ দৰ্শক ৰূপে নৰ্থ লখিমপুৰ (স্বতন্ত্ৰ) মহাবিদ্যালয়ৰ শচীন দলে, হাজোৰ নিলোৎপল পাটোৱাৰী দ্বিতীয় আৰু গহপুৰৰ প্ৰণিতা দাস তৃতীয় শ্ৰেষ্ঠ দৰ্শক ৰূপে বিবেচিত হয়। বিজয়ীসকলক প্ৰসন্ন কুমাৰ দাস, সূৰ্য কুমাৰ ভট্টাচার্য,ললিত চন্দ্ৰ দাস, ডাঃ সমুজ্বল ভৰদ্বাজ, অক্ষেন্দ্ৰ চৌধুৰী, গীতাঞ্জলি দাস চাংমাই, জীতেন্দ্র মালাকাৰ, পংকজ শৰ্মা, হিতেন দাস,নাৰায়ণ সৰকাৰ আৰু ৰজনী শালৈয়ে লীলাৱতী দাস সোঁৱৰণী বঁটা, নগদ ধন ,কিতাপৰ টোপোলা আৰু মানপত্ৰৰে পুৰস্কৃত কৰে।

ঐতিহ্যমণ্ডিত পিএমশ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হৈ দেশে -বিদেশত সুখ্যাতিৰে কাম কৰি থকা ব্যক্তিসকলে মহাৰজত জয়ন্তী বৰ্ষৰ সময়ত সহযোগ আগবঢ়াই বিদ্যালয়খনৰ উত্তৰোত্তৰৰ বাবে জড়িত হ’ব বুলি মহাৰজত জয়ন্তী বৰ্ষ উদযাপন সমিতিয়ে আশা প্ৰকাশ কৰিছে। প্ৰাক্তন ছাত্ৰ, ইনলি ফাউণ্ডেচনৰ অধ্যক্ষ ইন্দ্ৰজিৎ দাসে অতি সোনকালে লীলাৱতী দাসৰ স্মৃতিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হোৱাকৈ এক বক্তৃতামালা আয়োজন কৰাৰ কথাও সদৰী কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: HajoLilayati Memorial Quiz CompetitionPMC Domdoma HS School
publisher

publisher

Related Posts

পুনৰ অসুস্থ ছোনিয়া গান্ধী
India

পুনৰ অসুস্থ ছোনিয়া গান্ধী

June 15, 2025
পুণ্যস্নান কৰি অঘটন ! গোদাবৰী নদীত উটি গ’ল পাঁচ কিশোৰ 
India

পুণ্যস্নান কৰি অঘটন ! গোদাবৰী নদীত উটি গ’ল পাঁচ কিশোৰ 

June 15, 2025
মর্মান্তিক ! দলং ভাঙি চাৰি জনৰ মৃত্যু, আহত ৩২
India

মর্মান্তিক ! দলং ভাঙি চাৰি জনৰ মৃত্যু, আহত ৩২

June 15, 2025
ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ পথত ভূমিস্খলন, তীৰ্থযাত্ৰীৰ মৃত্যু, বৰ্তমানৰ বাবে বন্ধ তীৰ্থযাত্ৰা
India

ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ পথত ভূমিস্খলন, তীৰ্থযাত্ৰীৰ মৃত্যু, বৰ্তমানৰ বাবে বন্ধ তীৰ্থযাত্ৰা

June 15, 2025
মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, মধ্যপ্ৰদেশত চাৰি মাওবাদী নেতা নিহত
India

মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, মধ্যপ্ৰদেশত চাৰি মাওবাদী নেতা নিহত

June 15, 2025
মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!
India

মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!

June 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d