Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Hajo:হাজোত ‘মণিকূট উৎসৱ’-‘সমন্বয় শোভাযাত্ৰাৰ প্ৰস্তুতি

publisher by publisher
January 12, 2026
in Assam
Reading Time: 1 min read
0
Hajo:হাজোত ‘মণিকূট উৎসৱ’-‘সমন্বয় শোভাযাত্ৰাৰ প্ৰস্তুতি
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

Road Accident in Hajo:হাজোৰ ৰাজপথত ভয়ংকৰ দুৰ্ঘটনা

Lilayati Memorial Quiz Competition in Damdama:দমদমাত লীলাৱতী দাস সোঁৱৰণী কুইজ

Hajo:

তীৰ্থনগৰী হাজো হিন্দু, মুছলমান আৰু বৌদ্ধৰ ত্রিবেণী সংগম তথা সমন্বয়ৰ মিলনভূমি। ধর্মীয় সংকীর্ণতাৰ ঊর্ধ্বত শান্তি-সম্প্রীতি আৰু সমন্বয়ৰ বাণী মানৱ সমাজত বিলাই দিবলৈ সমাগত ভোগালী বিহু উপলক্ষে পহিলা মাঘৰ পৰা ‘তীৰ্থনগৰী’ হাজোৰ ঐতিহাসিক পোৱামক্কা দৰগাহ আৰু হয়গ্রীৱ মাধৱ মন্দিৰত আৰম্ভ হ’ব এমাহজোৰা মহামিলনৰ উৎসৱ ক্ৰমে ‘উৰুছ মেলা’ আৰু ‘মাঘী মেলা’ তথা ‘মণিকূট উৎসৱ’। এই মহামিলনৰ উৎসৱক লৈ হাজোৰ ৰাইজৰ পাৰভঙা উছাহ-উদ্দীপনাৰ যেন অন্ত নাই। প্রবাদ অনুসৰি, সুদূৰ অতীজত পোৱামক্কা দৰগাহৰ ‘খাদিম’ গৰাকীয়ে সতীর্থসহ পহিলা মাঘৰ দিনা মাধৱ মন্দিৰলৈ গৈ মন্দিৰৰ ‘দলৈ’ক লগ ধৰি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সদৌটি ৰাইজৰ কুশল মংগল কামনাৰে দোৱা প্রার্থনা কৰিছিল। মন্দিৰৰ ‘দলৈ’ গৰাকীয়েও বিহুৰ পিঠা পনাৰে ‘খাদিম’ আৰু তেওঁৰ সতীর্থসকলক আপ্যায়ন কৰাৰ পাছত কুশল বাৰ্তা লৈ মন্দিৰ দর্শন কৰাইছিল। হিন্দু-মুছলমানৰ সেই অপূর্ব সম্প্রীতি সমন্বয়ৰ আদৰ্শকে চিৰযুগমীয়া কৰি ৰখাৰ প্রয়াস হিচাপে হাজোত ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা পৰম্পৰাগতভাবে অনুষ্ঠিত হৈ আহিছে ‘উৰুছ মেলা’ আৰু ‘মাঘী মেলা’ তথা ‘মণিকূট উৎসৱ’। কালক্রমত সেই অপূর্ব আদর্শ বিশ্বৰ বুকুত বহুল প্রচাৰৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত প্রতি বছৰে পহিলা মাঘৰ দিনা হাজোত অনুষ্ঠিত হৈ আহিছে ঐতিহাসিক ‘মণিকূট উৎসৱ’ আৰু ‘সমন্বয় শোভাযাত্রা’।

ADVERTISEMENT

তদুপলক্ষে অইন বছৰৰ দৰে এইবেলিও হাজো আছুৰ উদ্যোগত অহা ১৫ জানুৱাৰীত পহিলা মাঘৰ দিনা তীৰ্থনগৰী হাজোত মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্রা অনুষ্ঠিত কৰাৰ বাবে চলিছে ব্যাপক প্রস্তুতি। কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ন বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব হাজো আছুৰ সভাপতি প্রাণজিৎ দেউৰীয়াই। ছহিদ তৰ্পণ কৰিব সাধাৰণ সম্পাদক নিপু কলিতাই। পুৱা ১০ বজাত হ’ব পোৱামক্কা দৰগাহৰ নামনিৰ পৰা মাধৱ মন্দিৰলৈ এক বর্ণিল সমন্বয় শোভাযাত্রা। এই শোভাযাত্ৰাৰ উদ্বোধন কৰিব পোৱামক্কা দৰগাহৰ ‘খাদিম’ চৈয়দ ফৰিদ আলী আৰু পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ ‘দলৈ’ শিৱ প্রসাদ শর্মাই। জাতি-ধর্ম-ভাষা-বর্ণ নির্বিশেষে তীৰ্থনগৰী হাজোৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ, চৰকাৰী- বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্রী, দল-সংগঠন, সাংস্কৃতিক গোষ্ঠী-অনুষ্ঠান, উত্তৰ-পূৰ্বাঞ্চলৰ বাৰেৰহণীয়া ভালেমান সাংস্কৃতিক গোষ্ঠীয়ে অংশগ্রহণ কৰিব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HajoManikut Utsavsamanoy Rally
publisher

publisher

Related Posts

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d