Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Durga Puja In Assam:প্ৰস্তুতি তুংগত,ৰাজ্যজুৰি আৰম্ভ হ’ল শাৰদীয় দুৰ্গা পূজা

আজি ষষ্ঠী, পূজাৰ বেদীত স্থাপিত হ’ব মা দুৰ্গাৰ প্ৰতিমা

publisher by publisher
October 20, 2023
in Assam, India, News
Reading Time: 5 mins read
0
Durga Puja In Assam:প্ৰস্তুতি তুংগত,ৰাজ্যজুৰি আৰম্ভ হ’ল শাৰদীয় দুৰ্গা পূজা

Swami Atmasudhananda of Ramkrishna Mission (Ulubari) offering arati after inaugurating the Nava Ratri Durgotsav as part of the platinum Jubilee celebration of Restcamp Kalibari Durgostav Samiti at Pandu in Guwahati on Sunday late evening,15th October 2023.Pix by UB Photos

7
SHARES
65
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Durga Puja In Assam:

আজিৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল শাৰদীয় দুৰ্গা পূজা । শদিয়াৰ পৰা ধুবুৰীলৈকে চৌদিশে এতিয়া পূজাৰ আনন্দ। সমাজৰ দুষ্কৃতিকাৰী আৰু অশুভ শক্তিক নাশিবলৈ ধৰালৈ নামি আহিল আদ্যাশক্তি মহামায়া। শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ শ্ৰীচৰণত ভক্তৰ পূজা-অৰ্চনা আৰম্ভ হয় দেৱীৰ অকাল বোধনৰে। পঞ্জিকা অনুসৰি আজি মহাষষ্ঠী। যথাবিহিত বৈদিক নিয়মানুসাৰে আদিশক্তিক ষষ্ঠীৰ বেদীত প্রাণ প্ৰতিষ্ঠাৰ বাবে বেল বৰণৰে বোধন কৰা হ’ব।

ADVERTISEMENT

ইয়াৰ লগে লগে মাৰ বন্দনাৰে মুখৰিত হৈ পৰিব ৰাজ্যৰ আকাশ–বতাহ। এইবাৰ দেৱীৰ আগমন ঘোঁৰাত, গমনো ঘোঁৰাত। মহালয়াৰ পৱিত্ৰ ক্ষণত দেৱীৰ মৰ্ত্যলৈ আগমনৰ লগে লগে আৰম্ভ হয় নৱৰাত্ৰি। ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমীৰ বিহিত পূজাৰ পিছত ২৪ অক্টোবৰত হ’ব দশমীৰ পূজা আৰু দেৱী বিসৰ্জন। ঘোঁৰাত উঠি ধৰাৰ পৰা গমন কৰিব দেৱীয়ে।

ষষ্ঠী পূজা উপলক্ষে দেৱীৰ আমন্ত্ৰণ আৰু অধিবাসৰ বাবে ইতিমধ্যে ৰাজ্যৰ পূজা মণ্ডপসমূহত সম্পূৰ্ণ হৈছে সকলো প্রভৃতি। মহিষমর্দিনীক আদৰিবলৈ ৰাজ্যৰ প্রান্তে প্রান্তে ভিন্নৱর্তী আলোকসজ্জাৰে আজিৰে পৰা উদ্ভাসিত হৈ পৰিছে পূজা সমূহ। পঞ্জিকা অনুসৰি বৃহস্পতিবাৰে নিশা ১২-৩৩ বজাৰ পৰা আৰম্ভ হয় ষষ্ঠী তিথি। অৱশ্যে আন একাংশ পঞ্জিকাত এই সময় নিৰ্ধাৰণ কৰা হৈছে নিশা ১০-৩২বজাত ৷

গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যতে পূজাক লৈ উখল–মাখল পৰিৱেশে বিৰাজ কৰিছে। আটক ধুনীয়াকৈ সজাই–পৰাই তোলা হৈছে পূজা মণ্ডপসমূহ। চকুত লগা আলোকসজ্জাৰে সজোৱা হৈছে পূজাথলী।

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যক প্ৰান্তে প্ৰান্তে দেখা গৈছে আকৰ্ষণীয় পূজা মণ্ডপ। ক’ৰবাত যদি কেদাৰনাথৰ আৰ্হিত মণ্ডপ সজোৱা হৈছে ক’ৰবাত আকৌ কলকাতাৰ ভিক্ট’ৰিয়া মেম’ৰিয়েলৰ আৰ্হিত।

গুৱাহাটীৰ কে’বাখনো পুৰণি পূজাস্থলীত এইবাৰ প্ৰাণ পাই উঠিছে বৃন্দাবনৰ চন্দ্রোদয় মন্দিৰৰ পৰা আৰম্ভ কৰি থাইলেণ্ডৰ বৌদ্ধ মন্দিৰৰ আৰ্হিয়ে। লাখ লাখ টকা ব্যয় কৰি পূজা সমিতিসমূহে আন পূজা মণ্ডপক চেৰ পেলাবলৈ চেষ্টাৰ কোনো ত্রুটি কৰা নাই । মহানগৰীৰ মালিগাঁও ৰেষ্ট কেম্প কালিবাৰী দুর্গা পূজা উদযাপন সমিতিয়ে এইবাৰ একুৰিয়ামৰ আৰ্হিত সাজি উলিয়াইছে মূল মণ্ডপ।

ইকালে, আন এখন ঐতিহাসিক পূজাস্থলী বিষ্ণুপুৰ দুৰ্গা পূজা উদ্‌যাপন সমিতিয়ে বৃন্দাবনৰ চন্দ্রোদয় মন্দিৰৰ আৰ্হিত সাজি উলিয়াইছে আকর্ষণীয় পূজা মণ্ডপ। আকৌ আঠগাঁও সার্বজনীন পূজা সমিতিয়ে জনজাতীয় পৰম্পৰাৰ আৰ্হি, গীতানগৰ সার্বজনীন পূজা সমিতিয়ে থাইলেণ্ডৰ বৌদ্ধ মন্দিৰৰ আৰ্হিত মণ্ডপ সাজি উলিয়াইছে। শান্তিপুৰ শূইছ গেট পূজা সমিতিয়ে আকৌ পুৰণি দুমহলীয়া অট্টালিকাৰ আৰ্হিৰে মণ্ডপ সাজি উলিয়াইছে ।

# মহা অষ্টমীত কৃষ্ণ সূৰ্য্য মিলিজুলি দলৰ নাগাৰা নাম পৰিবেশন:

২৭ বৰ্ষত ভৰি দিয়া গণেশগুৰিৰ গণেশ মন্দিৰ তিনিআলিৰ সাৰ্বজনীন দুর্গা পূজা সমিতিয়ে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। থলুৱা শিল্পীয়ে বাঁহ-বেতেৰে নিৰ্মাণ কৰা আটকধুনীয়া আদৰণি তোৰণৰ তলৰে ভক্তক আদৰিবলৈ সাজু হৈ থকা পূজা সমিতিখনে আজি ষষ্ঠীৰ বেদীত মা দুৰ্গাৰ প্ৰতিমা স্থাপন কৰিব।

উল্লেখ্য যে ভক্তক আকৰ্ষণ কৰিবলৈ গণেশ উদ্যানৰ চৌহদত বিভিন্ন কাৰুকাৰ্যৰ লগতে আলোকসজ্জাৰে জিলিকি উঠা গণেশ মন্দিৰ তিনিআলিৰ দুৰ্গাৰ পূজাৰ এইবাৰ মূল আকৰ্ষণ হৈছে নাগাৰা নাম। মহা অষ্টমীৰ দিনা পূজা স্থলীত কৃষ্ণ সূৰ্য মিলিজুলি নাগাৰা নামৰ দল আৰু মহা নৱমীত শিৱ শক্তি ছোৱালী নাগাৰা নামৰ দলে নাম পৰিৱেশন কৰিব বুলি উদ্যোক্তাই সদৰী কৰিছে।

উদ্যোক্তাই সদৰী কৰা অনুসৰি শুকুৰবাৰে সন্ধিয়া দেৱী দুৰ্গাৰ ষষ্ঠাদি কল্পাৰম্ভ আৰু ষষ্ঠী বিহিত পূজা দেৱীৰ বোধন, আমন্ত্ৰণ আৰু অধিবাস হ’ব। সপ্তমীৰ দিনটো পুৱা ন বজাত দেৱীৰ নৱপত্রিকা স্থাপন কল্পাৰম্ভৰ পাছত ১০ বজাত সপ্তমীৰ চণ্ডীপূজাৰ লগতে চণ্ডী পাঠ হ’ব। দুপৰীয়া ডেৰ বজাত পুষ্পাঞ্জলি আৰু প্ৰসাদ বিতৰণৰ পাছত সন্ধিয়া ৭-৩০ বজাত আৰতি হ’ব। অষ্টমীৰ দিনটোত পুৱা ন বজাৰ পৰা মহাঅষ্টমী পূজাৰ কল্পাৰম্ভ হ’ব। নৱমীৰ দিনটোত দিনৰ ১১-৩০ বজাত কুমাৰী পূজা, ডেৰ বজাত হোম যজ্ঞ অনুষ্ঠিত হ’ব। পূজাৰ কেওটা দিনৰ কাৰ্যসূচীলৈ ভক্তসকলক আমন্ত্রণ জনাইছে সমিতিৰ ৷

# খানাপাৰা ফাৰ্মগেটৰ দুৰ্গা পূজাৰ মহাৰজত জয়ন্তী বৰ্ষ:

মহানগৰীৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিয়া খানাপাৰা ফার্মগেটৰ দুৰ্গা পূজাৰো ব্যাপক আয়োজন কৰা হৈছে। খানাপাৰা ৰাজহুৱা দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈ অহা দুর্গা পূজাৰ কাৰ্যসূচী এইবাৰ ১৪ অক্টোবৰৰ পৰা আৰম্ভ হৈছে। উক্ত দিনা পুৱা মন্দিৰ শুদ্ধিকৰণ কৰাৰ পাছতে শ্রীশ্রী মহাচণ্ডী দেৱীৰ আৱাহন, পূজা-পাঠ কৰা হয়।

১৫ অক্টোবৰৰ পুৱা সকুম্ভ প্রভাতফেৰি শোভাযাত্রা উলিওৱা হয়। উক্ত সন্ধিয়া বৰপেটা কলবাৰীৰ পৰিবেশ্যকলা শিল্পী দলে বীৰ নাম প্ৰদৰ্শন কৰে। উল্লেখ্য যে আজি পুৱা ন বজাৰ ভিতৰত দেৱী দুৰ্গাৰ নিত্যপূজা সমাপন হয় আৰু ষষ্ঠাদি কল্পাৰম্ভ আৰম্ভ হ’ব বুলি উদ্যোক্তাসকলে সদৰী কৰি সন্ধিয়া ৬-৩০ বজাৰ পৰা দেবীৰ বোধন, আমন্ত্রণ, বেলবণ লগতে আয়তীসকলৰ দ্বাৰা নাম-কীৰ্ত্তন হ’ব বুলি কয়।

একেদৰে সপ্তমী দিনটোৰ সন্ধিয়া এজি ডান্স একাডেমীৰ শিল্পীবৃন্দই আৰতি পৰিৱেশন, অষ্টমীৰ দিনটোত সন্ধিয়া ঝংকাৰ মিউজিকেল গ্রুপে ভজন- কীৰ্ত্তন পৰিৱেশন কৰিব। ইয়াৰ উপৰি নৱমীৰ দিনটোৰ সন্ধিয়া মনোজ বৰাৰ পৰিচালনাত অর্ণব পুতলা কৃষ্টি দলে পুতলা নাচ প্ৰদৰ্শন কৰিব ৷

উল্লেখ্য যে,গুৱাহাটীৰ বিভিন্ন পূজা মণ্ডপত এনেদৰে ভিন্ন আৰ্হিৰ ঐতিহ্যক প্রাণৱন্ত ৰূপ দি ভক্তক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ সমান্তৰালভাৱে ৰাজ্যৰ আন বিভিন্ন স্থানতো শিল্পীৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ভিন্ন আৰ্হিৰ পূজা মণ্ডপে।

Workers Preparation Durga Puja Pandal ahead of up-coming Durga Puja at Rest Camp, Maligaon in Guwahati on 18-10-23. Pix by UB Photos

নগাঁও চহৰৰ হয়বৰগাঁওস্থ শনি মন্দিৰ দুৰ্গা পূজা সমিতিয়ে এইবাৰ ১১ লাখ টকাৰ মুদ্ৰাৰে সাজি উলিয়াইছে পূজা মণ্ডপ। উদযাপন সমিতিয়ে বহুদিন পূৰ্বৰে পৰা বিভিন্ন উৎসৰ জৰিয়তে সংগ্ৰহ কৰিছিল এই বৃহৎ পৰিমাণৰ মুদ্রা। মূলতঃ এটকা- দুটকা-পাঁচ টকা আৰু ১০ টকীয়া মুদ্ৰাৰে চালে চকু ৰোৱাকৈ সাজি উলিয়াইছে পূজা মণ্ডপ।

এই ক্ষেত্ৰত আয়োজক সমিতিক বৃহৎ সংখ্যক মুদ্রা যোগানৰে সহায় আগবঢ়াইছে ভাৰতীয় ষ্টেট বেংকেও। ইফালে, গোলাঘাট জিলাৰ দেৰগাঁৱত আকৌ পূজা মণ্ডপ ৰূপান্তৰিত হৈছে ভাৰতৰ মহাকাশ গবেষণা সংস্থা ইছৰৰ উৎক্ষেপণ স্থলীলৈ। পুজা মণ্ডপটো সজোৱা হৈছে এটা বৃহদাকাৰ ৰকেটৰে। চন্দ্ৰযান-৩ৰ আৰ্হিত নিৰ্মাণ কৰা এই পূজা মণ্ডপখন এইবাৰৰ শাৰদীয় দুর্গা পূজাত অন্যতম আকৰ্ষণৰ কেন্দ্ৰৰূপে চিহ্নিত হৈছে।

অনুকূল বতৰৰ বাবে শাৰদীয় দুর্গোৎসৱে এইবাৰ প্ৰাণ পাই উঠা পৰিলক্ষিত হৈছে। অধীৰ আগ্ৰহৰে অপেক্ষা কৰিছে কাইলে দেৱীৰ বেল বৰণৰ দিনটোলৈ। অৱশ্যে শাৰদীয় দুর্গোৎসৱৰ সময়ত ৰাইজৰ এই আগ্ৰহ যাতে বিষাদলৈ পৰ্যবসিত নহয় সেয়া নিশ্চিত কৰিবলৈ চৰকাৰ-প্ৰশাসনে এইবাৰ পথ দুৰ্ঘটনা ৰোধৰ বাবে গ্ৰহণ কৰিছে সৰ্বাধিক সতর্কতা।

ইতিপূর্বে আৰক্ষী আৰু পৰিবহণ বিভাগে গ্রহণ কৰা যুটীয়া কর্মপন্থাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰেপথ দুৰ্ঘটনা ৰোধৰ বাবে আগতীয়া সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিবহণ বিভাগক কঠোৰ নিৰ্দেশ দিছে।

মুখ্যমন্ত্ৰীয়ে ইংগিত দিয়ে যে পূজাৰ সময়ত সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব। ইয়াৰ অন্যথা সুৰাপায়ী চালকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা। এনে প্ৰস্তুতিৰ মাজেৰে আজি ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ আৱাহন আৰু অধিবাসৰ বাবে আৰম্ভ হৈছে ক্ষণ গণনা।

আনহাতে নীলাচলৰ বুকুত থকা শক্তিপীঠ কামাখ্যাত নৱৰাত্ৰি উপলক্ষে চলিছে কুমাৰী পূজা। নৱৰাত্ৰিৰ আৰম্ভণিৰ দিনাৰ পৰা প্ৰতিদিনে অনুষ্ঠিত হয় কুমাৰী পূজা। আজি ছয়গৰাকী কুমাৰীক পূজা কৰা হ’ব কামাখ্যা ধামত। পূজা উপলক্ষত আটকধুনীয়া সুন্দৰকৈ ফুলেৰে সজাই–পৰাই তোলাই হৈছে মা কামাখ্যা দেৱালয় । ইতিমধ্যেই বিভিন্ন স্থানৰ পৰা ভক্তসকলে ভিৰ কৰিছেহি নীলাচল পাহাৰত।

# দুর্গোৎসৱ উপলক্ষে অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা:

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শাৰদীয় দুর্গোৎসৱ উপলক্ষে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এক শুভেচ্ছা বার্তাত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে প্রাচীন কালৰে পৰা ভাৰতত দেৱী পূজাৰ পৰম্পৰা চলি আহিছে। পুৰাণ, উপনিষদ আদি সনাতন আধ্যাত্মিক গ্রন্থসমূহৰ মাজেৰে দেৱী পূজাই মাহাত্ম্য লাভ কৰিছিল। বৈদিক যুগৰে পৰা অসুৰ বিনাশকাৰিণী দুৰ্গাক হিন্দুৱে জ্যোতির্ময়ী মাতৃ-মূৰ্তি ৰূপে পূজা
কৰি আহিছে। তেওঁ কয় যে দুর্গা পূজাৰ লগত ভক্তি, শ্ৰদ্ধা আৰু সাধনাৰ প্রাবল্য আছে।

এই উৎসৱ পালনৰ জৰিয়তে মানুহৰ মাজত সামাজিক, নৈতিক আৰু আধ্যাত্মিক বান্ধোন সুদৃঢ় হয়। দুৰ্গা পূজাৰ অন্তর্নিহিত বৈশিষ্ট্যই আমাৰ মাজত শান্তি-সম্প্রীতি, ভাতৃত্ববোধৰ বান্ধোন আৰু সংহতি কঢ়িয়াই আনে।

‘দেৱ- দেৱীৰ পুজা-অৰ্চনাই আমাক মানৱতাবোধৰ দিশেৰে জীৱন পৰিচালিত কৰিবলৈ উদ্বুদ্ধ কৰে। শৰৎ কালৰ দেৱীৰ উপাসনা হ’ল অপশক্তি নাশেৰে সত্যক প্রতিষ্ঠা কৰা এক যুগজয়ী উৎসৱ। এইদৰে মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে দুর্গোৎসৱে সমাজত শান্তি, সম্প্ৰীতি, প্রেম তথা ভাতৃত্ববোধ সুদৃঢ় কৰিব বুলি আশা কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Durga puja 2023GuwahatiMaha SasthiPuja Greetings Message To The CM
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d