Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Lilayati Memorial Quiz Competition in Damdama:দমদমাত লীলাৱতী দাস সোঁৱৰণী কুইজ

publisher by publisher
June 15, 2025
in Assam, News
Reading Time: 1 min read
0
Lilayati Memorial Quiz Competition in Damdama:দমদমাত লীলাৱতী দাস সোঁৱৰণী কুইজ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Hajo:হাজোত ‘মণিকূট উৎসৱ’-‘সমন্বয় শোভাযাত্ৰাৰ প্ৰস্তুতি

Road Accident in Hajo:হাজোৰ ৰাজপথত ভয়ংকৰ দুৰ্ঘটনা

Lilayati Memorial Quiz Competition in Damdama:দমদমাত লীলাৱতী দাস সোঁৱৰণী কুইজ

Lilayati Memorial Quiz Competition in Damdama:

শিক্ষাৰ ক্ষেত্রত অগ্ৰণী হাজো অঞ্চলৰ ঐতিহ্যমণ্ডিত পিএমশ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয় খনৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি ইনলি ফাউণ্ডেচনে ১৪ জুনত লীলাৱতী দাসৰ সোঁৱৰণত আয়োজন কৰিলে কুইজ প্ৰতিযোগিতা।

ADVERTISEMENT

লখিমপুৰ, তেজপুৰ, শিলচৰ, কাজিৰঙা, গহপুৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ ৯৮ গৰাকী প্ৰতিযোগীয়ে ভাগ লয় এই প্ৰতিযোগিতাত। প্ৰয়াত লীলাৱতী দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে বিশিষ্ট গল্পকাৰ, শিক্ষাবিদ, বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ প্ৰসন্ন কুমাৰ দাসে। তেখেতে কয়, বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰাৰ ঘটনা বৃদ্ধি পাবলৈ ধৰা সময়ত নিজ মাতৃৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ লীলাৱতী দাসৰ সন্তান ইন্দ্রজিৎ, পূৰবী আৰু গীতাঞ্জলিয়ে লোৱা পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়। তেখেতে লগতে কয়, সমাজত সৎ নাগৰিক হিচাপে নিজকে প্ৰতিপন্ন কৰিবলৈ স্কুলীয়া শিক্ষাৰ লগতে পৰিয়ালত লাভ কৰা সংস্কাৰৰ বিশেষ ভুমিকা আছে। বিশিষ্ট অতিথি, প্ৰাক্তন অধ্যক্ষ গণেশ চন্দ্ৰ দাসে ঐতিহ্যমণ্ডিত দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৰিমামণ্ডিত ইতিহাসৰ আভাস দিয়াৰ লগতে লীলাৱতী দাসৰ দৰে এগৰাকী গুণী ছোৱালীৰ সৈতে তেখেতৰ বহু বছৰৰ সান্নিধ্যৰ কথা আন্তৰিকতাৰে স্মৰণ কৰে।

সন্মানীয় অতিথি বিশিষ্ট ক্ৰীড়া সংগঠক বাসুদেব ঠাকুৰীয়াই ক্ৰীড়া সুলভ মানসিকতা সৎ জীৱন গঢ়াৰ এক উপাদান বুলি উল্লেখ কৰাৰ লগতে ভগ্নী লীলাৱতী দাসৰ জীৱনৰ আলোকপাত কৰে। অধ্যক্ষ সুৰ্য কুমাৰ ভট্টাচার্যই পিএমশ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কুইজত ভাগ ল’বলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলক আদৰণি জনায় আৰু শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান খনৰ কৃতিত্বৰ খতিয়ান দাঙি ধৰে। লীলাৱতী দাসৰ স্বামী ললিত চন্দ্ৰ দাসে আৱেগৰ বশৱৰ্তী নহৈ যুক্তিনিষ্ঠ ভাৱে জীৱন আগুৱাই নিবলৈ সকলোকে আহ্বান জনায়।

ন্যাসৰক্ষী মনজিৎ ৰাজখোৱাৰ সহযোগত ইনলি ফাউণ্ডেচনৰ অধ্যক্ষ ইন্দ্রজিৎ দাসে পৰিকল্পনা আৰু পৰিচালনা কৰা অনুষ্ঠানটিত কুইজ পৰিচালনা কৰে ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ উপশমী চিকিৎসা বিভাগৰ চিকিৎসক ডাঃ সমুজ্জ্বল ভৰদ্বাজে। প্ৰতিযোগিতাৰ ফলাফল এনেধৰণৰ: ৪৯টা দলৰ ভিতৰত ১ম স্থান লাভকৰে এছ বি দেওৰা মহাবিদ্যালয়ৰ শক্তিমান পেগু আৰু পাৰ্থ প্ৰতীম ভৰলুৱাৰ দলে। অসম জাতীয় বিদ্যালয়ৰ প্ৰিয়াংশু প্ৰীতিশ শৰ্মা, আৰু গুৰুকুল গ্ৰামাৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ত্ৰিনাভ কাশ্যপে দ্বিতীয়, লিটল্ ফ্লাৱাৰ স্কুল, নলবাৰীৰ বিবেক বৰ্মন আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মিনহাজ ৰহমানে তৃতীয়, তেজপুৰ মেডিকেল কলেজৰ জ্যোতিস্মান দেৱ শৰ্মা আৰু NIT শিলচৰৰ তন্ময় পৰাশৰে চতুর্থ, শংকৰদেৱ শিশু নিকেতন,ইশ্বদগড়িয়াৰ মনজিষ্ঠা কুমাৰ আৰু শংকৰদেৱ শিশু নিকেতন, ঘগ্ৰাপাৰৰ হিমলিনা বৰুৱাই পঞ্চম আৰু নলবাৰী মহাবিদ্যালয়ৰ প্ৰবাল শৰ্মা আৰু জ্যোতিৰ্ময় দাসৰ দলে ষষ্ঠ স্থান অধিকাৰ কৰে। উপস্থিত দৰ্শকৰ মাজৰ পৰা প্ৰশ্নৰ উত্তৰ দি শ্ৰেষ্ঠ দৰ্শক ৰূপে নৰ্থ লখিমপুৰ (স্বতন্ত্ৰ) মহাবিদ্যালয়ৰ শচীন দলে, হাজোৰ নিলোৎপল পাটোৱাৰী দ্বিতীয় আৰু গহপুৰৰ প্ৰণিতা দাস তৃতীয় শ্ৰেষ্ঠ দৰ্শক ৰূপে বিবেচিত হয়। বিজয়ীসকলক প্ৰসন্ন কুমাৰ দাস, সূৰ্য কুমাৰ ভট্টাচার্য,ললিত চন্দ্ৰ দাস, ডাঃ সমুজ্বল ভৰদ্বাজ, অক্ষেন্দ্ৰ চৌধুৰী, গীতাঞ্জলি দাস চাংমাই, জীতেন্দ্র মালাকাৰ, পংকজ শৰ্মা, হিতেন দাস,নাৰায়ণ সৰকাৰ আৰু ৰজনী শালৈয়ে লীলাৱতী দাস সোঁৱৰণী বঁটা, নগদ ধন ,কিতাপৰ টোপোলা আৰু মানপত্ৰৰে পুৰস্কৃত কৰে।

ঐতিহ্যমণ্ডিত পিএমশ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হৈ দেশে -বিদেশত সুখ্যাতিৰে কাম কৰি থকা ব্যক্তিসকলে মহাৰজত জয়ন্তী বৰ্ষৰ সময়ত সহযোগ আগবঢ়াই বিদ্যালয়খনৰ উত্তৰোত্তৰৰ বাবে জড়িত হ’ব বুলি মহাৰজত জয়ন্তী বৰ্ষ উদযাপন সমিতিয়ে আশা প্ৰকাশ কৰিছে। প্ৰাক্তন ছাত্ৰ, ইনলি ফাউণ্ডেচনৰ অধ্যক্ষ ইন্দ্ৰজিৎ দাসে অতি সোনকালে লীলাৱতী দাসৰ স্মৃতিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হোৱাকৈ এক বক্তৃতামালা আয়োজন কৰাৰ কথাও সদৰী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HajoLilayati Memorial Quiz CompetitionPMC Domdoma HS School
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d