মেষ: কর্মক্ষেত্রত নানা সমস্যা হোৱাৰ সম্ভাৱনা। যাত্ৰা কৰোতে সতর্ক হোৱা উচিত। ক’লা ৰঙৰ বস্ত্ৰ পুৱাৰ ভাগত পৰিধান কৰিলে শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।
বৃষ: ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত। পুৱা-গধূলি ভগৱানৰ নাম ল’ব। যাত্ৰাৰ বাবে দিনটো শুভ। নীলা ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ৮।
মিথুন: ব্যৱসায়ত লাভৱান হ’ব। প্ৰেমত ভুল বুজাবুজি হ’ব পাৰে। যাত্রা দুপৰীয়া ১২ বজাৰ পাছত কৰিব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২।
কর্কট: আয় অনুপাতে ব্যয় বৃদ্ধি পাব। কর্মত সফলতা লাভ কৰিব। পুৱাৰ ভাগত যাত্ৰা কৰিব। সেউজীয়া ৰং শুভ, বিদ্যাত শুভ, শুভ সংখ্যা ৬।
সিংহ: সমাজত হেয় হ’ব পাৰে। আনৰ প্ৰতি হিংসা-দ্বেষ আদিৰ পৰা বিৰত থাকিব। পৰাপক্ষত যাত্রা নকৰাই ভাল। শুভ ৰং পাতল গুলপীয়া, শুভ সংখ্যা ২।
কন্যা: কর্মক্ষেত্রত শুভ। পাতল হালধীয়া বা ক্ৰীম ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। সন্ধিয়া পাঁচ বজাৰ পাছত যাত্রা নকৰিব। প্রেম বাধা আহিব পাৰে। শুভ সংখ্যা ৭। শুভ ৰং ৰঙা।
তুলা: যাত্রা সাধৱানে কৰিব। পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব। সন্তানৰ স্বাস্থ্য লৈ চিন্তিত। কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। শুভ সংখ্যা ৮। শুভৰং কমলা।
বৃশ্চিক: অর্থ প্ৰাপ্তিৰ ক্ষেত্ৰত সৰু-সুৰা বাধাৰ সন্মুখীন হ’ব। যাত্রা কৰিব পাৰে। শুভ ৰং বগা। সন্ধিয়া শিৱৰ মন্ত্র জপ কৰিব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।
ধনু: ব্যৱসায়-বাণিজ্য মধ্য গতিত চলিব। যাত্রা পুৱা ১০ বজাৰ পাছত। ক’লা ৰঙৰ বাহিৰে যিকোনো ৰং আপোনাৰ বাবে শুভ। প্ৰেমত সন্দেহ ভাব। শুভ সংখ্যা ৬। শুভ ৰং নীলা।
মকৰঃ শাৰীৰিক শুভ যদিও পিত্তজনিত ৰোগত ভুগিব পাৰে। হাতত হালধীয়া ৰঙৰ সূতা মেৰিয়াই ল’ব। যাত্ৰাৰ বাবে শুভ দিন। প্রেমত সফলতা। শুভ সংখ্যা ৭। শুভ ৰং হালধীয়া।
কুম্ভ: অংশীদাৰী ব্যৱসায়ত উন্নতি। যান-বাহনৰ দ্বাৰা আঘাত পাব পাৰে। গতিকে চাই-চিতি যাত্ৰা কৰিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৮।
মীন: ধনাগম বৃদ্ধি পাব। ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে দিনটো শুভহ’ব। যাত্ৰাৰ বাবে শুভ। ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ সংখ্যা ১। শুভ ৰং গুলপীয়া। যাত্ৰাৰ বাবে দিনটো শুভ। নীলা ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ৮।