Gst Raid In Cachar:
কৰ ফাঁকি দিয়া একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত ৰাখি ৷ সোমবাৰে মহানগৰীৰ ছাত্ৰীবাৰীৰ অশোক অট এজেন্সিত ৰাজ্যিক জিএছটিয়ে অভিযান চলাই কৰ ফাঁকি ধৰা পেলাই ৷
ADVERTISEMENT
মঙলবাৰে ২৫ কোটি টকাৰ জিএছটি ফাঁকি দিয়া প্ৰতিষ্ঠানৰ প্ৰৱন্ধক আটক কৰে জিএছটিয়ে ৷কাছাৰৰ কয়লাপুৰত থকা ডিজিটেল প্রেমেন্ট প্রাইভেট লিমিটেডৰ পৰিচালক ইশাক আহমেদক আটক কৰিবলৈ সক্ষম হয় ৷ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ভুৱা বিলেৰে ২৫ কোটি টকাৰ জিএছটি ফাঁকি দিছিল ৷