CRPF Camp:বোকাখাতৰ সাপজুৰি পানবাৰী CRPF কেম্পত গ্রেনেড বিস্ফোৰণৰ সন্দেহ।
এখন চলন্ত বাইকৰ পৰা কেম্পটোলৈ গ্রেনেড দলিয়াই যোৱাৰ সন্দেহ।
গ্রেনেড বিস্ফোৰণত অসম আৰক্ষীৰ তিনিদন জোৱান গুৰুতৰভাৱে আহত।
আহত অসম আৰক্ষীৰ জোৱান কেইজন সিদ্ধাৰ্থ বৰবৰা,সুশিল ভূমিজ আৰু মিন্টু হাজৰিকা।
আহত তিনিওকে বোকাখাত চিকিৎসালয়ত ভর্তি।
মহকুমা আৰক্ষীৰ নেতৃত্বত অভিযান অব্যাহত।
