Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Isreal -Iran War Update:তেহৰানৰ বিমান ঘাটিত ভয়ংকৰ আক্ৰমণ, ধ্বংস কৰিলে ইৰানৰ যুঁজাৰু বিমান-ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ

আমেৰিকাৰ আক্ৰমণৰ ২৪ ঘণ্টা পাছত ইৰানৰ ফ'ৰড়ো পৰমাণু কেন্দ্ৰত পুনৰ আঘাত ইজৰাইলৰ, মস্কোলৈ অধিক সহায় বিচাৰি খামেনেই প্ৰেৰণ কৰিলে বৈদেশিক মন্ত্রীক, গাঢ় ক'লা ধোঁৱাই আৱৰিলে আকাশ

publisher by publisher
June 24, 2025
in News, International
Reading Time: 4 mins read
0
Isreal -Iran War Update:তেহৰানৰ বিমান ঘাটিত ভয়ংকৰ আক্ৰমণ, ধ্বংস কৰিলে ইৰানৰ যুঁজাৰু বিমান-ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ
1
SHARES
13
VIEWS
ShareShareShareShare

Isreal -Iran War Update:

ইৰানৰ ৰাজধানী তেহৰানত পুনৰ ভয়াৱহ আক্রমণ সংঘটিত কৰে ইজৰাইলে। ইজৰাইলৰ ক্ষেপণাস্ত্র আক্রমণৰ ফলত তেহৰানৰ আকাশত বৃহৎ ধোঁৱাৰ কুণ্ডলীৰ সৃষ্টি হৈছে। তেহৰানৰ বিভিন্ন স্থানত প্ৰচণ্ড বিস্ফোৰণৰ শব্দও শুনিবলৈ পোৱা গৈছে। তেল আভিভে দাবী কৰে যে কেৱল সামৰিক স্থলীসমূহকে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। ইৰানৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম প্রেছ টিভিত প্রকাশ কৰা ভিডিঅ’ত দেখা গৈছে যে ইৰানৰ ব্যস্ততম জনবসতি অঞ্চলৰ পৰা ধোঁৱাৰ ঘন কুণ্ডলী আকাশলৈ উৰি আহিছে। ইৰানৰ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি, ইজৰাইলে বিভিন্ন নিৰাপত্তা প্রতিষ্ঠানসমূহত গুৰুতৰ আঘাত হানিছে।

ADVERTISEMENT

ইয়াৰ ভিতৰত আছে ইছলামিক ৰিভলিউচনাৰী গার্ড কর্পছ আৰু আৰক্ষী চোৰাংচোৱা ইউনিটসমূহ। ইজৰাইলৰ সামৰিক মুখপাত্রই আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনোৱা মতে, তেহৰানক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে আৰু ইছলামিক ৰিভলিউচনাৰী গার্ড অব কমাণ্ডৰ কেন্দ্ৰসমূহত আঘাত হনা হৈছে। ইৰানে পৰমাণু অস্ত্র নির্মাণৰ প্ৰচেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰি কালি তেহৰানৰ তিনিটা পাৰমাণৱিক ঘাটিত আমেৰিকাই আক্রমণ চলোৱাৰ পাছত মধ্যপ্রাচ্যৰ সংঘাত অধিক তীব্ৰতৰ হৈছে। ফ’ৰডো, নাটাঞ্জ আৰু এছফাঞ্জত আকাশ পথৰে আক্ৰমণৰ পাছত মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে কয় যে ইৰানে জনা উচিত কিদৰে শান্তি প্রতিষ্ঠা কৰিব লাগে। এনে নকৰিলে ভৱিষ্যতে অধিক ভয়াৱহ আক্রমণ অনায়াসে কৰা হ’ব।ডনাল্ড ট্রাম্পক হত্যাৰ ভাবুকি! আল কায়দাৰ হিটলিস্টত মাস্ক-সহ মার্কিন প্রশাসনৰ শীর্ষ বিষয়া

RelatedPosts

ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ কোনো বাৰ্তা ভাৰতৰ পৰা অহা নাই : ক্ৰেমলিন

পাঁচ ঘণ্টাৰ বাবে আকাশসীমা বন্ধ কৰিলে ইৰানে, প্ৰভাৱ ভাৰতীয় উৰণত

ৰুছ ৰাষ্ট্ৰপতিৰ স’তে মূল বিৰোধী নেতাক সাক্ষাতৰ সুযোগেই নিদিলে

war 11ইপিনে, ইৰানৰ বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ে আমেৰিকাৰ আক্ৰমণক নৃশংস সামৰিক আগ্রাসন বুলি অভিহিত কৰে আৰু কয় যে ইয়াৰ দ্বাৰা ৰাষ্ট্ৰসংঘৰ চনদৰ মৌলিক নীতি আৰু আন্তর্জাতিক আইন গুৰুতৰ তথা নজিৰবিহীনভাৱে ভংগ কৰা হৈছে। ইৰানৰ বৈদেশিক মন্ত্রী আব্বাছ আৰাঘচিয়ে কয়, ‘মোৰ দেশক আক্ৰমণ কৰা হৈছে, এই মুহূর্তত কূটনীতিয়ে যথেষ্ট নহয়, আমাৰ অগ্ৰাধিকাৰ হ’ব লাগিব আত্মৰক্ষা।’

উল্লেখ্য যে সোমবাৰে পুৱাৰে পৰা ইৰানৰ বিভিন্ন প্রান্তত ইজৰাইলী সেনাই আক্রমণ কৰে। তেহৰানৰ গুৰুত্বপূৰ্ণ বিদ্যুৎ শক্তি কেন্দ্ৰতো ইজৰাইলে আক্ৰমণ কৰে। ইৰানৰ সশস্ত্র বাহিনীৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰা বুলি সদৰী কৰি ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্রী ইজৰাইল কাজই কয় যে মূলতঃ বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু সামৰিক বাহিনীৰ কাৰ্যালয়ক লক্ষ্য কৰি লোৱা হৈছে। মনকৰিবলগীয়া যে তেহৰানত অৱস্থিত গুৰুত্বপূর্ণ কেন্দ্ৰসমূহৰ ভিতৰত আছে ইৰানৰ ৰিভলেউচনাৰী গার্ড অৱ বাছিচ বাহিনীৰ মুখ্য কার্যালয়, নিৰাপত্তা বিষয়ক মুখ্য কার্যালয় এভিন জেল আদি।

# ইৰানৰ বিমান ঘাটি, ক্ষেপণাস্ত্ৰ ভাণ্ডাৰ ধ্বংস কৰিলে ইজৰাইলে

ইজৰাইলৰ সেনাই দাবী কৰে যে পশ্চিম-পূব আৰু কেন্দ্ৰীয় ইৰানৰ কমেও ছটা বিমান বন্দৰত আঘাত হানিছে আৰু এখন ইন্ধন যোগানিয়াৰ বিমানৰ উপৰি তিনিখন যুঁজাৰু বিমান ক্রমে এফ-১৪, এফ-৫ আৰু এএইছ-১ ধ্বংস কৰিছে। ইজৰাইলী সেনাই কয় যে কেন্দ্রীয় ইৰানত থকা ক্ষেপণাস্ত্র মজুতকৰণ ভাণ্ডাৰ ধ্বংস কৰা হৈছে।

এক বিবৃতিত ইজৰাইলী সেনাই কয় যে পশ্চিম ইৰানৰ কেৰমানশাহ অঞ্চলত কমেও ১৫খন যুঁজাৰু বিমান ক্ষতিগ্রস্ত কৰা হৈছে। বিবৃতিত ইজৰাইলী সেনাই কয়, ‘বহুসংখ্যক ক্ষেপণাস্ত্র প্রক্ষেপ আৰু মজুতকৰণস্থলী ধ্বংসপ্রাপ্ত কৰা হৈছে। এইসমূহ ইজৰাইলৰ ভূমিৰ দিশে উদ্যত কৰি ৰখা হৈছিল।’ ইপিনে, ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী (আইডিএফ) য়ে এক বিবৃতিত কয়, ‘আইডিএফে ইৰানৰ সামৰিক সামর্থ্যক অৱনমিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ইৰানৰ আকাশ দমন কৰিবলৈ চেষ্ট চলাইছে।’ আইডিএফে কয় যে লক্ষ্যনিৰ্ভৰ আক্ৰমণৰে ইৰানৰ ৰাণৱে, ভূ-তলৰ বাংকাৰ, বিমানত ইন্ধন যোগানিয়াৰ ব্যৱস্থা তথা যুঁজাৰু বিমান ধ্বংস কৰা হৈছে।

ইজৰাইলৰ বিৰুদ্ধে ইৰানে ব্যৱহাৰ কৰিবলৈ উদ্যত হোৱা যুঁজাৰু বিমান ধ্বংস কৰা বুলি ইজৰাইলে কয়। তেহৰানৰ মেহৰাবাদ, মাশ্বহাদ আৰু ডেজফুলৰ বিমান বন্দৰসমূহ ধ্বংস কৰা বুলি কিছু ছবিও প্রকাশ কৰে ইজৰাইলী বাহিনীটোরে। আক্রমণৰ ফলত সম্প্রতি এইসমূহ বিমান বন্দৰৰ পৰা বিমানে উৰা মাৰিব নোৱাৰিব আৰু ইয়াৰ দ্বাৰাই ইৰানী সেনাৰ আকাশী পথৰ ক্ষমতা কাঢ়ি লোৱা হৈছে বুলিও সামাজিক মাধ্যম ‘এক্স’ত দাবী কৰে ইজৰাইলে।

উল্লেখ্য যে ইজৰাইলৰ অন্যতম লক্ষ্য আছিল ফ’ৰডো পৰমাণু কেন্দ্ৰ। আমেৰিকাই আক্রমণ চলোৱা তিনিটা পৰমাণু কেন্দ্ৰৰ ভিতৰত অন্যতম এই পৰমাণু কেন্দ্ৰটো। কালি আমেৰিকাৰ আক্ৰমণৰ পাছত আজি ইজৰাইলে পুনৰ ফ’ৰডোত আক্রমণ কৰে। কালি আমেৰিকাৰ আক্ৰমণৰ পাছত প্রকাশিত উপগ্ৰহৰ ছবি বিশ্লেষণ কৰি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দাবী কৰে যে এসময়ৰ বাদামী ৰঙৰ পাহাৰৰ কিছু অংশ আক্ৰমণৰ পাছত ধূসৰ হৈছে। আক্ৰমণৰ পূৰ্বৰ উপগ্ৰহৰ চিত্ৰ আৰু ইয়াৰ পাছত দুখন চিত্ৰৰ মাজত পার্থক্য স্পষ্ট বুলি দাবী কৰা হয়। ইৰানৰ ৰাজধানী তেহৰানৰ পৰা এশ কিলোমিটাৰ নিলগৰ দক্ষিণ-পশ্চিমৰ এখন পাহাৰৰ তলত আছে এই গৱেষণা কেন্দ্রটো।

এইটো হৈছে ইৰানৰ সবাতোকৈ গভীৰ, সুৰক্ষিত আৰু গোপন পৰমাণু কেন্দ্ৰ। পাহাৰৰ তলত মাটিৰ পৰা প্ৰায় তিনিশ ফুট গভীৰত এই কেন্দ্ৰটো স্থাপন কৰা হৈছে, যাতে বাহিৰৰ কোনো শত্রুৱে আক্ৰমণ কৰিলে কোনো আঘাত হানিব নোৱাৰে। ফ’ৰডোত উৎপাদন কৰা হয় ৬০ শতাংশ বিশুদ্ধ ইউৰেনিয়াম। ই ইজৰাইলৰ উপৰি আমেৰিকাৰ মূৰৰ কামোৰণি হৈছিল। দেওবাৰে পুৱা আমেৰিকাই ফ’ৰডোত বি-২ বম্বাৰ ব্যৱহাৰ কৰি বাংকাৰ ৰাষ্ট্ৰৰ বোমা নিক্ষেপ কৰে। আমেৰিকাৰ আক্ৰমণৰ ফলত এই পৰমাণু কেন্দ্ৰৰ কিমান ক্ষতিগ্রস্ত হৈছে সেয়া সম্পূর্ণৰূপে স্পষ্ট নহয়। মার্কিন প্রতিৰক্ষা বিষয়াসকলেও এই কথা নির্ধাৰণ কৰিব পৰা নাই। অৱশ্যে ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিয়ন্ত্রিত আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থাই জনোৱা মতে, ফ’ৰডোৰ পৰমাণু কেন্দ্ৰত বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা প্রবল।

# মস্কোলৈ গ’ল ইৰানৰ বৈদেশিক মন্ত্রী

ইৰানৰ মুৰব্বী আয়াতুল্লা খামেনেয়ে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ পৰা অধিক সাহায্য দাবী কৰি  বৈদেশিক মন্ত্ৰীক মস্কোলৈ প্ৰেৰণ কৰে। পুটিনে ইজৰাইলৰ আক্ৰমণৰ গৰিহণা দিছে যদিও এই পর্যন্ত তেওঁ মার্কিন আক্রমণ সন্দর্ভত কোনো মন্তব্য কৰা নাই।

অৱশ্যে বিগত সপ্তাহত তেওঁ সংযম বৰ্তাই ৰাখিবলৈ তেওঁ আহ্বান জনোৱাৰ লগতে মধ্যস্থতা কৰিবলৈও আগ্রহ প্রকাশ কৰিছিল। সূত্ৰত প্রকাশ যে ইৰানৰ বৈদেশিক মন্ত্ৰী আৰাঘচিয়ে খামেনেইৰ পত্র ম’স্কোলৈ কঢ়িয়াই লৈ গৈছে। এই পর্যন্ত ইৰানে ৰাছিয়াৰ সমৰ্থনক লৈ সন্তুষ্ট হোৱা নাই বুলিও সূত্ৰত প্ৰকাশ। ৰাছিয়াৰ পৰা অধিক আশা কৰে ইৰানে। ইৰানৰ দীর্ঘকালৰ বন্ধু ৰাছিয়াই ৰাষ্ট্ৰখনৰ পাৰমাণৱিক আলোচনা-বিলোচনা পশ্চিমৰ ৰাষ্ট্ৰসমূহৰ স’তে আগবঢ়াই নিয়াত ভূমিকা গ্রহণ কৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ali KhameneiIsreal -Iran War UpdateTEHRANVladimir Putin
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d