Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Iran : হিজাব বিৰোধী আন্দোলনত অংশগ্ৰহণকাৰী যুৱকৰ মৃত্যুদণ্ডৰ পাছত পুনৰ অশান্ত ইৰান ! তেহৰানত সংঘর্ষ

publisher by publisher
December 10, 2022
in International
Reading Time: 2 mins read
0
Iran : হিজাব বিৰোধী আন্দোলনত অংশগ্ৰহণকাৰী যুৱকৰ মৃত্যুদণ্ডৰ পাছত পুনৰ অশান্ত ইৰান ! তেহৰানত সংঘর্ষ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

Iran :

হিজাব-বিৰোধী আন্দোলনত অংশগ্রহণৰ বাবে এজন যুৱকৰ মৃত্যুদণ্ড কার্যকৰ কৰাৰ পাছত পুনৰ অশান্ত হৈ পৰিছে ইৰান । ৰাজধানী তেহৰানসহ সেই দেশৰ কে’বাখনো চহৰত বৃহস্পতিবাৰে বিয়লিৰ পৰা আৰম্ভ হয় বিক্ষোভকাৰীসকলৰ সমাবেশ ।

ADVERTISEMENT

তেহৰানৰ ছাত্তাৰ খান পথ অৱৰোধ আৰম্ভ হৈছে । আৰক্ষীৰ স’তে আন্দোলনকাৰীসকলৰ সংঘর্ষৰ ঘটনাও ঘটিছে ।

চৰকাৰ বিৰোধী বিক্ষোভত অংশগ্ৰহণ কৰাৰ ‘অপৰাধ’ত বৃহস্পতিবাৰে ২৩ বছৰ বয়সৰ যুৱক মহছিন শ্বেকাৰিক ফাঁচী দিয়া হৈছে বুলি জনায় তেহৰান প্রশাসনে । সেই দেশত চৰকাৰ বিৰোধী বিক্ষোভত অংশগ্ৰহণ কৰি গ্রেপ্তাৰ হৈছিল যুৱকজন । এই ঘটনাৰ ফলত সেই দেশত বিক্ষোভ বৃদ্ধিৰ শংকা বাঢ়ে ।

যোৱা ২২ ছেপ্টেম্বৰত হিজাব পৰিধান নকৰাৰ অভিযোগত মাহশা আমিনি নামে এগৰাকী মহিলাক আটক কৰিছিল ইৰানৰ আৰক্ষীয়ে । তেওঁক থানালৈ লৈ যোৱা হয় । দুঘণ্টা পাছত তেওঁৰ পৰিয়ালক জনোৱা হয়, হৃদ‌্‌ৰোগত আক্রান্ত হৈ মৃত্যু হৈছে মাহশাৰ ।

কিন্তু মাহশাৰ পৰিয়ালৰ অভিযোগ, তেওঁক হত্যা কৰা হৈছে । মাহশাৰ মৃত্যুৰ পাছত ইৰানত প্রতিবাদৰ জুই জ্বলি উঠে‌ ।

দেশেৰ প্ৰায় ৫০খন চহৰ আৰু গাঁৱত মুকলিকৈ হিজাব খুলি, জ্বলাই দিয়ে, চুলি কাটি বিক্ষোভ প্ৰদৰ্শন কৰে মহিলাসকলে । তেওঁলোকে ইৰানৰ ‘গোড়া’ ধর্মীয় আচৰণৰ বিৰোধিতা কৰে ।

ইয়াৰ পাছতে ক্ৰমান্বয়ে হিজাব-বিৰোধী বিক্ষোভ সেই দেশৰ প্রধান ধর্মীয় নেতা আয়াতোল্লা আলি খোমেইনিৰ তিনি দশকৰ ‘স্বৈৰাচাৰী’ শাসনৰ অৱসান বিচাৰি আন্দোলনত পৰিণত হয় । এই আন্দোলনত পুৰুষসকলেও অংশগ্ৰহণ কৰে ।

মহছিনো সেই দলত আছিল বুলি ইৰানৰ দাবী । একাধিক বিক্ষোভকাৰী বৰ্তমানেও আৰক্ষীৰ জিম্মাত আছে । তেওঁলোকৰো মৃত্যুদণ্ড কার্যকৰ হোৱাৰ সম্ভাৱনা আছে বুলি শংকা ইৰানৰ মানৱাধিকাৰ আন্দোলনকাৰীসকলৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: International NewsIranIran Woman
publisher

publisher

Related Posts

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

September 29, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d