Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Iran’s newly appointed army chief Ali Sadmani has been killed in an Israeli attack:ইজৰাইলৰ বিধ্বংসী ক্ষেপণাস্ত্ৰৰ আক্ৰমণত নিহত ইৰাণৰ নৱ- নিযুক্তি সেনাধ্যক্ষ আলী ছাদমানি

ইৰানত ১০ সহস্রাধিক ভাৰতীয় শিক্ষার্থী ওভতাই পঠিয়াবলৈ অনুৰোধ দিল্লীৰ, স্থলপথেৰেহে উভতিবলৈ সুযোগ আছে আবদ্ধ শিক্ষার্থীৰ, আর্মেনিয়া সীমান্তৰে ইৰাণ এৰিছে শ শ ভাৰতীয়ই

publisher by publisher
June 17, 2025
in Uncategorized
Reading Time: 3 mins read
0
Iran’s newly appointed army chief Ali Sadmani has been killed in an Israeli attack:ইজৰাইলৰ বিধ্বংসী ক্ষেপণাস্ত্ৰৰ আক্ৰমণত নিহত ইৰাণৰ নৱ- নিযুক্তি সেনাধ্যক্ষ আলী ছাদমানি
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

হৰমুজ প্ৰণালীত অবৰোধ আঁতৰাবলৈ বিশেষ চুক্তিত সন্মত ইৰান-আমেৰিকা!

Iran-US War Ceasefire Update:ইৰাণৰে যুদ্ধবিৰতি ঘোষণাৰ পিছতে গৰজি উঠিল মাৰ্কিন সাংসদ

ইৰানৰ বিদ্যালয়ত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণ

Iran’s newly appointed army chief Ali Shadmani has been killed in an Israeli attack:

যুদ্ধবিধ্বস্ত ইজৰাইল আৰু ইৰানত এতিয়া কেৱল জুই আৰু ধোঁৱাৰ কুণ্ডলী ৷ কিছুদিন আগলৈকে আটকধুনীয়া ঘৰবোৰ আজি ক’লা বৰণীয়া,কংকালসাৰ ৰূপ লৈ কোনোমতে থিয় দি আছে অথবা ছাইত পৰিণত হৈছে ৷ ক্ৰমাৎ তীব্ৰতৰ দুয়ো দেশৰ আক্ৰমণ – প্ৰত্যাক্ৰমণ। এনে ঘটনাক্ৰমৰ মাজতে ইৰানৰ বাবে আহিল এটা বেয়া খবৰ ৷ ইজৰাইলৰ বিধ্বংসী ড্ৰ’ণ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত নিহত হ’ল ইৰাণৰ নৱ-নিযুক্ত সেনাধ্যক্ষ আলী ছাদমানি ৷

ADVERTISEMENT

উল্লেখ্য কেইদিন পূৰ্বে তদানীন্তন সেনাধ্যক্ষ সহ আঠজনকৈ পাৰমানৱিক বিজ্ঞানী ইজৰাইলৰ ড্ৰ’ণ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত কৰুণ মৃত্যুক সাবটি লয় ৷

আনহাতে ইজৰাইল আৰু ইৰানৰ মাজত সংঘটিত যুদ্ধত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰৱেশৰ সম্ভাৱনা ঘনীভূত হৈ পৰিছে ৷ ইতিমধ্যে চ’ছিয়েল মেডিয়াত চৰ্চা লাভ কৰিছে যে ট্ৰাম্পে ইৰানৰ ৰাজধানী তেহৰান তৎকালেই খালী কৰিবলৈ আহ্বান জনাইছে ৰাজধানী বাসীক ৷ যাৰবাবে যোৱা নিশাৰে পৰা তেহৰানত নগৰবাসীয়ে নিজৰ বাহন লৈ নিৰাপদ স্থানলৈ ধাপলি মেলাত ৰাজপথত তীব্ৰ যানজঁটৰ সৃষ্টি হয়।

শেহতীয়া খবৰ অনুসৰি আর্মেনিয়া সীমান্তৰে ইৰাণ এৰিছে শ শ ভাৰতীয়ই। আনহাতে ইৰান-ইজৰাইলৰ সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছতে ভাৰতৰ কমেও ১০ হেজাৰ শিক্ষাৰ্থীৰ পৰিয়াল শংকিত হৈছে। কিয়নো, এই বৃহৎ সংখ্যক শিক্ষার্থী ইৰানৰ নানা চহৰত অধ্যয়নৰত হৈ আছে। ইতিমধ্যে এই শিক্ষার্থী সকলক নিৰাপদে ভাৰতলৈ প্রেৰণৰ বাবে তেহৰানক অনুৰোধ জনাইছে নতুন দিল্লীয়ে।

আন এক খবৰ অনুসৰি কানাডাৰ অনুষ্ঠিত হৈ থকা জি৭ শিখৰ সন্মিলন আধাতে সামৰি ৱাশ্বিংটনলৈ উভতি আহিছে ৰাষ্ট্ৰপতি ট্ৰাম্প ৷ আন্তৰাষ্ট্ৰীয় মহলে সন্দেহ কৰা মতে আজি বা কালিৰ ভিতৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে হোৱাইট হাউচে ৷ ইপিনে,তেহৰাণত বসবাস কৰা ভাৰতীয়ক শীঘ্ৰে ইৰাণস্থিত ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগৰ আহ্বান জনাইছে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে ।

ইতিমধ্যে ইৰাণস্থিত ভাৰতীয় হাই কমিচনাৰে তেহৰাণত বসবাস কৰা ভাৰতীয়ৰ বাবে নিম্নোক্ত ফোন নম্বৰসমূহ কেইটা মুকলি কৰিছে নম্বৰ কেইটা হ’ল :+989010144557; +989128109115; 989128109109 |

আনহাতে বিমানৰে ভাৰতলৈ উভতি অহাৰ কোনো উপায় নাই। অৱশ্যে স্থলবন্দৰ হৈ ইৰান এৰিব পাৰিব ভাৰতীয় পঢ়ুৱৈসকলে। এই ক্ষেত্ৰত আজাৰ বাইজান, তুর্কমেনিস্তান আৰু আফগানিস্তান হৈ স্থলপথৰে ভাৰতলৈ উভতিব পাৰিব এই ভাৰতীয় শিক্ষাৰ্থী সকল ।

দেওবাৰে নিশা ইউনিভাবছিটি অৱ মেডিকেল ছায়েন্সৰ শিক্ষাৰ্থীসকলৰ আৱাসৰ নিচেই কাষতে হোৱা ক্ষেপণাস্ত্র আক্রমণত কমেও দুই ভাৰতীয় পঢ়ুৱৈ আহত হয়। তাৰ পাছতে উদ্ধাৰ অভিযানৰ বাবে ভাৰতীয় দূতাবাসক আবেদন জনাইছিল শিক্ষার্থীসকলে। বহু শিক্ষার্থীয়ে ক্ষেপণাস্ত্র আক্ৰমণৰ আশংকাত নিশা শুব পৰা নাই বুলি কৈছে। বিস্ফোৰণৰ শব্দত নিদ্রাহৰণ হৈছে, আতংকৰে কটাইছে প্রতিটো মুহূর্ত।

তেহৰানৰ ভাৰতীয় দূতাবাসে জনোৱা মতে, পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখা হৈছে আৰু ইৰানৰ নিৰাপদ স্থানলৈ ভাৰতীয় শিক্ষার্থীক স্থানান্তৰ কৰা হৈছে। অৱশ্যে তেহৰানৰ উপৰি ইৰানৰ বিভিন্ন প্রান্তত আকাশমাৰ্গৰে ইজৰাইলে আক্রমণ চলাইছে। সেইবাবেই নিৰাপদ স্থান বিচাৰি পোৱাটো দুৰূহ বিষয় হৈছে। ইজৰাইলী আক্ৰমণৰ পাছতে ইৰানৰ বিমান সেৱা বন্ধ কৰা হয়। দেশৰ ভিতৰতো বিমানৰ চলাচল বন্ধ কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: army chief Ali Shadmani KilledDonald TrampIran-Israel warIsraeli attack
publisher

publisher

Related Posts

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

October 17, 2026
Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d