Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ফিটনেছ ধৰি ৰখা যুৱচামেও আকস্মিক হৃদৰোগত প্ৰাণ হেৰুওৱাক লৈ উদ্বেগৰ সৃষ্টি 

publisher by publisher
July 1, 2025
in News, Entertainment
Reading Time: 1 min read
0
ফিটনেছ ধৰি ৰখা যুৱচামেও আকস্মিক হৃদৰোগত প্ৰাণ হেৰুওৱাক লৈ উদ্বেগৰ সৃষ্টি 
1
SHARES
11
VIEWS
ShareShareShareShare

Shefali Jariwala: ‘কাটা লাগা’ খ্যাত অভিনেত্রী শেফালী জৰিৱালাৰ অকাল মৃত্যুৰ ঘটনাই সাম্প্রতিক সময়ত ভাৰতত বর্ধিত হৃদৰোগক কেন্দ্ৰ কৰি বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে।

ADVERTISEMENT

জনপ্রিয় অভিনেত্ৰীগৰাকীৰ বিগত সপ্তাহত হৃদৰোগত আক্রান্ত হৈ মৃত্যু হৈছিল। ‘ফিটনেছ’ সমৃদ্ধ জীৱন অর্থাৎ শাৰীৰিক-মানসিক ব্যায়াম-অনুশীলন কৰি নিজকে সুস্থ কৰি ৰখা সন্তুলিত বুলি ভবাসকলৰ মাজতো উদ্বেগজনকভাৱে হৃদৰোগ বৃদ্ধি পাইছে।

RelatedPosts

পাচনতন্ত্ৰৰ সমস্যাৰ পৰা কোষ্ঠকাঠিন্যলৈকে

জাৰৰ নিশা নিদ্রিত অৱস্থাত ভৰিৰ পেশী টানি ধৰে নেকি?

সন্ধিয়াৰ পাছত ফল খাব পাৰি নে?

ইয়াৰ লগে লগে উত্থাপন হৈছে এক প্ৰশ্নৰ যে ফিটনেছ থেৰাপী আৰু শাৰীৰিক ব্যায়াম নিজকে সুস্থ-ৰোগমুক্ত কৰি ৰাখিবলৈ যথেষ্টনে? দিল্লীৰ যশোদা ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ ইণ্টাৰভেন্সনেল কার্ডিঅ’লজি বিভাগৰ প্ৰধান কনছালটেন্ট ডাঃ ধীৰেন্দ্ৰ সিংঘানিয়াই কয় যে হৃদৰোগৰ মূল কাৰণসমূহৰ মাজত আছে ষ্টেৰ’য়ডৰ ব্যৱহাৰ, নিদ্রাহীনতা আৰু বিশেষকৈ মহিলাৰ ক্ষেত্ৰত হৰম’নেল থেৰাপী।

তেওঁ কয়, ‘সেয়া চেলিব্রেটীয়েই হওঁক বা সাধাৰণ মানুহেই হওঁক যদি তেওঁলোকে শৰীৰৰ বিধি মানি নচলে, তেন্তে সমস্যাৰ সন্মুখীন হ’ব। চেলিব্রেটীসকলে নিজকে ‘ফিট’ অর্থাৎ নিজকে সুঠাম শৰীৰৰ অধিকাৰী আৰু সুস্থ-সতেজ কৰি ৰাখিবলৈ চেষ্টা কৰে। বহু সময়ত আমি নাজানো যে তেওঁলোকে এই লক্ষ্যত উপনীত হ’বলৈ কি কৰে। টোপোনি কম হ’লেও ই হৃদৰোগৰ আশংকা কঢ়িয়াই আনে। বহু সময়ত একোগৰাকী চেলিব্রেটীয়ে ওৰে নিশা নোশোৱাকৈ কটায়।’

তেওঁ কয়, ‘ষ্টেৰ’য়ড, ড্ৰাগছৰ অতিৰিক্ত মাত্ৰাত সেৱন আৰু মহিলাৰ ক্ষেত্ৰত হৰম’নেল থেৰাপী যেনে- হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী (মেন’পজ)ৰ সময়ত আৰু গৰ্ভনিৰোধক সেৱন আদিয়ে হৃদৰোগত আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত অৱদান আগবঢ়াব পাৰে।’ বিশেষজ্ঞ চিকিৎসকজনে কয় যে মানসিক চাপ আৰু সামাজিক মাধ্যমৰ প্ৰতি আসক্তিয়ে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে আৰু লগতে ‘ক’ৰটিছ’ল লেভেল’ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত সংশ্লিষ্ট লোকজন এসময়ত হৃদৰোগত আক্রান্ত হয়।

শেফালীৰ মৃত্যু

অভিনেত্রী-মডেল শেফালীৰ ৪২ বছৰ বয়সত যোৱা শুকুৰবাৰে মৃত্যু হয়। আৰম্ভণিৰ প্ৰতিবেদনত প্রকাশ যে তেওঁ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি লয়। অৱশ্যে এতিয়াও মৃত্যুৰ প্ৰকৃত কাৰণ নিশ্চিত হোৱা নাই।

মুম্বাইৰ কুপাৰ হাস্পতালত অভিনেত্ৰীগৰাকীৰ শবদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু ইয়াৰ ভিডিঅ’ও সংগ্ৰহ কৰা হৈছে। আৰক্ষী আৰু ফৰেনচিক বিশেষজ্ঞয়ো অভিনেত্ৰীগৰাকীৰ বাসগৃহত গ্লুটাথিয়’ন নামৰ এবিধ ড্ৰাগছ উদ্ধাৰ কৰে।

এই ড্ৰাগছ ছালৰ ৰং অধিক বগা কৰিবলৈ আৰু নিচামুক্ত হ’বলৈ ব্যৱহাৰ কৰা হয়। তদুপৰি ভিটামিন চি বেজী আৰু এচিডিটিৰ টেবলেট উদ্ধাৰ কৰে আৰক্ষীয়ে। অভিনেত্ৰীগৰাকীয়ে যৌৱন ধৰি ৰাখিবলৈ বিপজ্জনক তথা পর্যবেক্ষণ অবিহনেই চিকিৎসা গ্ৰহণৰ সন্দেহ কৰা হৈছে।

ডাঃ সিংঘানিয়াৰ মতে, দীর্ঘ সময় গ্লুটাথিয়’ন আৰু ভিটামিন চি বয়স প্ৰতিৰোধক থেৰাপী হিচাপে ব্যৱহাৰ কৰাৰ দ্বাৰা অৱশ্যে হৃদৰোগৰ সমস্যা নহয়।

এনে যৌৱন ধৰি ৰখা বাবে কৰা থেৰাপীসমূহৰ গুৰুতৰ পার্শ্বপ্রতিক্রিয়া নাই যদিও তেওঁ যদি কোনো ধৰণৰ হৰম’নেল থেৰাপী ব্যৱহাৰ কৰিছিল, তেন্তে ইয়াৰ কিছু পার্শ্বপ্রতিক্রিয়া থাকিব পাৰে বুলি ডাঃ সিংঘানিয়াই কয়। ‘কাটা লাগা’ খ্যাত অভিনেত্ৰীগৰাকীৰ ১৫ বছৰ বয়সত শৰীৰত মৃগী ৰোগ ধৰা পৰিছিল যদিও চিকিৎসকজনৰ মতে এই ৰোগ হৃদৰোগৰ কাৰণ নহয়।

উল্লেখ্য যে ৪২ বছৰীয়া অভিনেত্ৰীগৰাকী এক সুঠাম দেহৰ গৰাকী আছিল। সেয়ে তেওঁৰ মৃত্যুৱে সমগ্র দেশকে জোঁকাৰি গৈছে। এক সুস্থ জীৱন প্রণালী অৱলম্বন কৰা অভিনেত্ৰীগৰাকীৰ মৃত্যুৱে বিভিন্ন প্ৰশ্নৰ উদ্রেক ঘটোৱাৰ লগতে আতংকৰো সৃষ্টি কৰিছে।

কিয়নো যদিহে শাৰীৰিক ব্যায়াম আৰু সুস্থ আহাৰে হৃদৰোগজনিত সমস্যাৰ পৰা মানুহক ৰক্ষা নকৰে তেন্তে ই নিশ্চিতভাৱে শংকাৰ কাৰণ। তদুপৰি যদি এনে ৰোগত মৃত্যুমুখী হোৱা লোক ৩০ বা ৪০ বছৰ বয়সৰ হয় তেন্তে সেয়া অধিক উদ্বেগৰ বিষয় হৈ পৰে।

শেহতীয়াভাৱে মধ্য বয়সীয়া লোক যিসকলৰ ভিতৰত বহুজনেই দেখাত সুস্থ, তেওঁলোক ক’ভিড অতিমাৰীৰ পাছত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰাৰ সঘন বতৰাই শংকাৰ সৃষ্টি কৰিছে।

বিভিন্নজনে ইয়াৰ বাবে ক’ভিড ভেকচিনকো দায়ী কৰিছে যদিও আন একাংশ বিশেষজ্ঞই এই ধাৰণা নস্যাৎ কৰে। একাংশৰ মতে, খাদ্যত ভেজাল, মানসিক চাপ, নিদ্রাহীনতাৰ বাবেই এইসমূহ পৰিঘটনাৰ সৃষ্টি হৈছে। তদুপৰি আন একাংশই কয় যে সিংহভাগ চেলিব্রেটীয়ে ব্যৱহাৰ কৰা বয়স প্ৰতিৰোধক চিকিৎসাৰ গুৰুতৰ পাৰ্শ্বপ্রতিক্রিয়া আছে নে নাই সেয়াও নিৰীক্ষণৰ বিষয়।

শেফালীৰ মৃত্যুৰ প্ৰকৃত কাৰণ নির্ধাৰণ হ’লে ইয়াৰ বহু উত্তৰ স্পষ্ট হ’ব। সেয়েহে এতিয়া অভিনেত্ৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিছে বিভিন্নজনে।

সেই নিশা কি হৈছিল?

চিকিৎসকে জনোৱা মতে, বিগত আঠ বছৰে যৌৱন ধৰি ৰখাৰ বাবে অভিনেত্ৰীগৰাকীয়ে বয়স প্ৰতিৰোধক চিকিৎসাৰ আশ্ৰয় লৈছিল। শৰীৰৰ ৰং অধিক বগা কৰিবলৈ আৰু ছাল সতেজ কৰিবলৈ তেওঁ নিয়মিতভাবে গ্লুটাথিয়’ন আৰু ভিটামিন চি ব্যৱহাৰ কৰিছিল।

তথ্য অনুসৰি, তেওঁ যোৱা ২৭ জুনত নিয়মিতভাৱে গ্ৰহণ কৰি থকা বয়স প্ৰতিৰোধক বেজীও লৈছিল। মৃত্যুৰ নিশা ১০ৰ পৰা ১১ বজাৰ ভিতৰত তেওঁ অতিকৈ অসুস্থ হৈ পৰে।

তেওঁ কঁপিবলৈ ধৰে আৰু চেতনা হেৰুৱায়। লগে লগে শেফালীক সমীপবর্তী হাস্পতাললৈ লৈ যোৱা হয় আৰু তাতেই চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। প্রাথমিক তথ্য অনুসৰি, নিম্ন ৰক্তচাপ, হৃদৰোগৰ ক্ৰিয়া বন্ধ আৰু অতি গুৰুতৰ গেষ্ট্ৰিকৰ সমস্যাৰ বাবে তেওঁৰ মৃত্যু হৈছিল।

২৭ জুনত ঘৰত পূজাৰ আয়োজন কৰা অভিনেত্ৰীগৰাকীয়ে ইয়াৰ বাবে উপবাসত আছিল। চিকিৎসকৰ মতে, উপবাসত থকাৰ সময়ত এনে বয়স প্ৰতিৰোধক দৰব গ্ৰহণ কৰাটো অতি ক্ষতিকাৰক হ’ব পাৰে। চিকিৎসকে কয়, ‘ছালৰ চিকিৎসাৰ বাবে গ্লুটাথিয়’ন আৰু ভিটামিন চি ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়।

উপবাসত থকা আৰু শৰীৰত পানীৰ পৰিমাণ কম থকা অৱস্থাত এইসমূহ ব্যৱহাৰ কৰিলে কার্ডিয়’ভাস্কুলাৰ ছিষ্টেমৰ ওপৰত অপ্রয়োজনীয় হেঁচা পৰিব পাৰে। অৱশ্যে অতি বিৰল ঘটনাতহে ইয়াৰ ফলত ৰক্তচাপ বিপজ্জনক পর্যায়লৈ হ্রাস পাব পাৰে, যাৰ ফলত হৃদৰোগৰ ক্ৰিয়া বন্ধ হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FitnesshealthyShefali Jariwala dies at 42
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d