Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Road and Rail connection have become dangerous between Barak and Brahmaputra:অতি বিপদসংকুল হৈছে ব্ৰহ্মপুত্ৰ-বৰাকৰ পথ আৰু ৰে’ল যোগাযোগ ব্যৱস্থা

ব্যাপক ৰূপত অব্যাহত ভূমিস্খলন কমেও ১১ খন ৰেল গাড়ীৰ চলাচল বাতিল

publisher by publisher
July 9, 2025
in News, Assam
Reading Time: 2 mins read
0
Road and Rail connection have become dangerous between Barak and Brahmaputra:অতি বিপদসংকুল হৈছে ব্ৰহ্মপুত্ৰ-বৰাকৰ পথ আৰু ৰে’ল যোগাযোগ ব্যৱস্থা
0
SHARES
3
VIEWS
ShareShareShareShare

Road and Rail connection have become dangerous between Barak and Brahmaputra:

পথ মুকলি হ’বলৈ ধৰাৰ সময়তে ভূমিস্খলনে পুনৰ গুৰুতৰ ৰূপ ধাৰণ কৰিছে লামডিং-বদৰপুৰ ৰেলপথত। সমান্তৰালভাৱে স্থলপথো অতি নিয়ন্ত্রিত ৰূপত মুকলি কৰা হৈছে যদিও পৰিস্থিতি যথেষ্ট স্পর্শকাতৰ হৈ আছে।

ADVERTISEMENT

পাহাৰৰ বোকা-মাটিয়ে স্থলপথ আৰু ৰেলপথৰ ওপৰত বৃহৎ বৃহৎ দ’মৰ সৃষ্টি কৰিছে। বিগত দুসপ্তাহে পথ যোগাযোগ ব্যাহত হৈ থকাত ৰেল যোগাযোগৰ ওপৰতে সাধাৰণ যাত্রীয়ে অধিক নিৰ্ভৰ কৰিছিল; কিন্তু ঠায়ে ঠায়ে ৰেলপথতো ভূমিস্খলন সংঘটিত হয়। ৰেলপথৰ তেনে অংশ মোকলাই নিয়ন্ত্রিত ৰূপত দুই-এখন ৰেলৰ চলাচল উত্তৰ-পূব সীমান্ত ৰেলৱে আৰম্ভ কৰে যদিও কালি মুপা আৰু দিহাখো ষ্টেছনৰ মাজত পাহাৰীয়া অঞ্চলত ব্যাপক ৰূপত ভূমিস্খলন হয়।

RelatedPosts

China Sichuan Hongqi bridge:তাচপাতৰ দৰে খহি পৰিল চীনৰ ছিচুৱানৰ নৱনিৰ্মিত হংকি দলং

Lanslide In Arunacal Chatai: মুষলধাৰ বৰষুণৰ মাজত শোণিতপুৰ অসম-অৰুণাচল সীমান্তৰ চটাইত ভূমিস্খলন

Lanslide Incident in Guwahati Rupnagar: মহানগৰীত সংঘটিত ভয়ংকৰ ভূমিস্খলন

পাহাৰৰ খহি পৰা বৃহৎ বৃহৎ অংশই লামডিং-বদৰপুৰ সংযোগী ৰেলপথছোৱাৰ বহু ঠাই পুতি পেলাইছে। সেইবোৰ মোকলাবলৈ ৰেল বিভাগক যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব। এই ভূমিস্খলনৰ পৰিণতিত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত পথ আৰু ৰেল যোগাযোগ স্থবিৰ হৈ পৰিছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ তথ্য অনুসৰি বৃহৎ ভূমিস্খলনৰ বাবেই ব্ৰহ্মপুত্ৰ-বৰাক সংযোগী ১২ খন ৰেলৰ চলাচল সাময়িকভাৱে বন্ধ ঘোষণা কৰা হৈছে।

ছখন ৰেল আংশিকভাবে বাতিল কৰা হৈছে আৰু দুখন ৰেলৰ সময়সূচী পুনৰ নিৰ্ধাৰণ কৰা হৈছে। ৰেলেই যাতায়াতৰ মুখ্য বুলি গ্ৰহণ কৰি অহা হেজাৰ হেজাৰ যাত্ৰীৰ বাবে  উত্তৰ-পূব সীমান্ত ৰেলৱে কর্তৃপক্ষই একমাত্ৰ নিৰাপত্তাজনিত কাৰণতে এনে  সিদ্ধান্ত গ্রহণ কৰিবলৈ বাধ্য হোৱা বুলি সদৰী কৰে। সম্পূৰ্ণভাৱে বাতিল কৰা ৰেলকেইখন হ’ল ৰঙিয়া-শিলচৰ এক্সপ্ৰেছ, শিলচৰ-ৰঙিয়া এক্সপ্ৰেছ, শিলচৰ-গুৱাহাটী আৰু গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ, দুল্লভচেৰা-গুৱাহাটী, গুৱাহাটী-বদৰপুৰ ট্যুৰিষ্ট এক্সপ্ৰেছ, শিলচৰ-কলকাতা-শিলচৰ আৰু আগৰতলা-গুৱাহাটী-আগৰতলা।

ৰেল বিভাগৰ এনে সিদ্ধান্তই কেৱল অসমৰে নহয়, বৰাকৰ গাত লাগি থকা চুবুৰীয়া ৰাজ্য কেইখনৰো যাতায়াতত প্ৰভাৱ বিস্তাৰ কৰিছে। বিশেষকৈ ত্ৰিপুৰাৰ ৰেল যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে। চৰম হাৰাশাস্তিৰ সম্মুখীন হৈছে  দূৰণিবটীয়া যাত্ৰীসকল। ৰেলপথছোৱাত ভূমিস্খলন পূৰ্বৰে পৰা চলি আহিছে। এনে ক্ষেত্রত ভূমিস্খলন ৰোধৰ শক্তিশালী পদক্ষেপ গ্রহণ নকৰাৰ বাবেই বাৰম্বাৰ এনে জটিলতা সৃষ্টি হৈ আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Barak and BrahmaputraDangerousLanslideRoad and Rail connection
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d