Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Air india Plane :মিনিটত চাৰিশ ফুট গতি বেগেৰে তললৈ নামিছিল অভিশপ্ত বিমান

উৰা মৰাৰ পাছতে হঠাতে তীব্র বেগেৰে বাঁওদিশে পাক লৈছিল

publisher by publisher
June 13, 2025
in India, News
Reading Time: 2 mins read
0
Air india Plane :মিনিটত চাৰিশ ফুট গতি বেগেৰে তললৈ নামিছিল অভিশপ্ত বিমান
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

Moran:ৰানৱেলৈ পৰিণত হ’ব মৰাণৰ চাৰিলেনযুক্ত ৰাজপথ

ইণ্ডিগ’ত বোমাৰ আতংক!

Air india Plane :

গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ ভাঙি পৰা বিমানখনক লৈ বহু প্রশ্ন উত্থাপন হৈছে। ক’ত কেতিয়া কিদৰে এই ভয়াৱহ দুর্ভাগ্যজনক ঘটনা সংঘটিত হ’ল তাকে লৈ বিভিন্ন তথ্য প্রকাশিত হৈছে। বৃহস্পতিবাৰে দুপৰীয়া ১-৩০ বজাত এয়াৰ ইণ্ডিয়াৰ এ আই-১৭১ বিমানখনে উৰা মাৰিবলৈ প্রস্তুতি চলায়। সেই সময়ত বিমানখন ৰাণৱেত আছিল। ১-৩৮ বজাত উপগ্রহৰ চিত্ৰ অনুসৰি ৰাণৱেৰ শেষ প্রান্ত এৰি বাহিৰলৈ ওলাইছিল বিমানখন।

ADVERTISEMENT

সেই সময়ত বিমানৰ স’তে এয়াৰ ট্রেফিক কন্ট্র’লৰ যোগাযোগ আছিল। দিনৰ ১-৩৯ বজাত বিমান বন্দৰ এৰি এআই-১৭১ আগুৱাই যায়। তেতিয়াও বিমানৰ স’তে এটিচিৰ যোগাযোগ আছিল। পাইলটে এটিচিক বিপদ সংকেত প্ৰেৰণ কৰে। ইয়াৰ কিছু ছেকেণ্ডৰ পছতে যোগাযোগ বিচ্ছিন্ন হয়, বিমানখন তেতিয়া ৬২৫ ফুট উচ্চতাত আছিল। দিনৰ ১-৪০ বজাত বিমানখন মেঘানি নগৰত ভাঙি পৰে।

#ৰাণৱেৰ পৰা উৰাৰ পাছত হঠাৎ বাঁওফালে পাক লৈছিল দুর্ঘটনাগ্রস্ত হোৱা বিমানে

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল বিমান বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পাঁচ মিনিট পাছতে লণ্ডন অভিমুখী বিমানখন ভাঙি পৰিছিল। এই ঘটনাৰ এক ভিডিঅ’ত দেখা গৈছে যে উৰা মৰাৰ কিছু মুহূৰ্তৰ পাছতে বিমানৰ নেজৰ অংশটো তললৈ নামি নামি হঠাৎ মাটিত ভাঙি পৰে। বিমানখন ভাঙি পৰে বিমান বন্দৰৰ চৌহদতে। ইয়াৰ গাতে লাগি আছে মেঘানি নগৰ অঞ্চল। ছেটেলাইটৰ ছবিত দেখা গৈছে যে বিমানখন টেক্সিৱেৰ পৰা ৰাণৱেলৈ আহে। উৰিবলৈ আৰম্ভ কৰাৰ পাছতে হঠাৎ বিমানখনে তীব্রবেগেৰে বাঁওদিশলৈ পাক লয়। মুহূৰ্তৰ ভিতৰতে ইয়াৰ পাছফালৰ দিশটো তললৈ নামি গৈ বিমান বন্দৰৰ চৌহদৰ ভিতৰৰ ‘জইন্ট ইন্টেগ্ৰেচন চেণ্টাৰ’ নামৰ এটি বহুমহলীয়া ঘৰৰ সমীপৰ এটা হোষ্টেলৰ ওপৰত ভাঙি পৰে।

ফ্লাইট ৰাইডাৰ্ছৰ তথ্য অনুসৰি সমুদ্রপৃষ্ঠৰ পৰা ৬৫০ ফুট ওপৰত দুর্ঘটনাগ্রস্ত হয় বিমানখন। মিনিটত চাৰিশ ফুট গতিবেগেৰে তললৈ নামি আহিছিল বিমানখন। তাৰ পাছতে জনাকীর্ণ স্থানত ভাঙি পৰে বিমানখন। দ্রুত গতিত বিমানখন নামি অহাৰ সময়ত ইয়াক নিয়ন্ত্রণ কৰিবলৈ পাইলটৰ হাতত এক মিনিটো সময় নাছিল। বিমান বিশেষজ্ঞসকলে কয় যে এয়াৰ ইণ্ডিয়াখন যেতিয়া দুর্ঘটনাৰ কৱলত পৰে তেতিয়া সেইখন সমুদ্রপৃষ্ঠৰ পৰা ৬২৫ ফুট উচ্চতাত আছিল। যদি বিমানখন ৩৫ হেজাৰ ফুট উচ্চতাত থাকিলহেঁতেন তেতিয়া পৰিস্থিতি চম্ভালিবলৈ পাইলট আৰু ক্রু সদস্যসকলে কিছু সময় পালেহেঁতেন। কিন্তু এই ক্ষেত্ৰত ৰাণৱে এৰি ওপৰলৈ উঠাৰ পাছত মাত্র ৬২৫ ফুট উচ্চতালৈ গৈছিল। যাৰ ফলত পাইলটে কোনো সুযোগে লাভ নকৰিলে।

দেশত অসামৰিক বিমান পৰিবহণ নিয়ন্ত্রক সংস্থা (ডিজিএছএ)ই জনোৱা মতে দিনৰ ১-৩৯ বজাত বিমানখনে ৰাণৱে এৰাৰ পাছতে এটিচিক ‘মে ডে কল’ কৰে পাইলটে। কিন্তু বিমানখনৰ স’তে যোগাযোগ কৰাৰ চেষ্ট কৰিও কোনো উত্তৰ পোৱা নগ’ল। ফ্লাইট ৰাইডাৰ্ছ-২৪ৰ তথ্য অনুসৰি যিখন বিমান ভাঙি পৰিল সেইখন ভিটিএনবিৰ। বিমানখনে বৃহস্পতিবাৰে পুৱাই দিল্লীৰ পৰা আহমেদাবাদলৈ আহে। তাৰ পাছত সেইখন লণ্ডন অভিমুখে যাবলৈ লয় যদিও দুর্ঘটনাত পতিত হয়।

# কি এই ‘মে ডে কল’?

বিমান পৰিসেৱাৰ ভাষাত ইয়াক বিপদ সংকেত বুলি কোৱা হয়। জৰুৰীকালীন পৰিস্থিতিত পাইলটে যেতিয়া কোনো বিপদৰ আগজাননী লাভ কৰে তেতিয়া এই শব্দ ব্যৱহাৰ কৰা হয়। ইয়াৰ অৰ্থ মোক সহায় কৰক। সাধাৰণতে এটিচি আৰু ইয়াৰ আওতাত থকা আকাশপথৰ কোনো বিমানৰ মাজত ৰেডিঅ’ যোগাযোগৰ ‘মে ডে কল’ বুলি কোৱা হয়। এই শব্দকেইটাৰ জৰিয়তে দ্রুত সাহায্য বিচাৰি বাৰ্তা প্ৰেৰণ কৰা হয়। বিমানৰ ইঞ্জিনত বিজুতি ঘটিলে, দুর্যোগপূর্ণ বাতাবৰণৰ মাজত যদি বিমানখন সোমায়, বিমানৰ যান্ত্রিক বিজুতি ঘটিলে আৰু উৰণ পথত বিমানৰ ভিতৰত যাত্রী অসুস্থ হৈ জৰুৰীকালীন পৰিস্থিতিত এই ‘মে ডে কল’ কৰা হয়।

# আহমেদাবাদ বিমান বন্দৰ বন্ধ

শোকাৱহ দুর্ঘটনাৰ পাছত ঘটনাস্থলীৰ ওচৰ-পাঁজৰৰ সকলো পথ বন্ধ কৰা হৈছে। আহমেদাবাদ বিমান বন্দৰেও বিমান পৰিসেৱা বন্ধ কৰিছে। অব্যাহত আছে উদ্ধাৰ অভিযান।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AhmedabadAir india PlaneAirportRunway
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d