Nagaon Prorest:নগাঁৱত বন্ধৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত তুমুল সংঘাত

প্ৰতিবাদকাৰীক আঁতৰাবলৈ আহোতেই আৰক্ষীয়ে হয় সংঘাত,২০ প্ৰতিবাদকাৰীক আটক

citu protest oo

Nagaon Prorest:

কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী ফেডাৰেচনসমুহ আৰু সংযুক্ত কিষান মৰ্চাই আহ্বান জনোৱা ভাৰত বন্ধৰে ধৰ্মঘট কাৰ্যসূচী নগাঁৱতো ৰূপায়ণ কৰে বিভিন্ন ট্ৰেড ইউনিয়ন সংগঠনে ৷

সেই অনুসৰি নগাঁও চহৰৰ মাজমজিয়াত থকা নগাঁও ষ্টেট বেংকৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল বন্ধৰ সমৰ্থকে ৷ আৰক্ষীয়ে আঁতৰাবলৈ আহোতেই সৃষ্টি হয় সংঘাতৰআৰক্ষীয়ে আটক কৰে ২০ গৰাকীৰো অধিক প্ৰতিবাদকাৰীক ৷

Exit mobile version