Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Lacal Buyer Seller Meet:সোপান”,পূৱ অসমৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত গাৱঁত বহনক্ষম জীৱিকাক শক্তিশালী কৰাৰ দিশত এখোজ

publisher by publisher
July 1, 2025
in Assam, News
Reading Time: 3 mins read
0
Lacal Buyer Seller Meet:সোপান”,পূৱ অসমৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত গাৱঁত বহনক্ষম জীৱিকাক শক্তিশালী কৰাৰ দিশত এখোজ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

Aaranyak:মানৱ-হাতী সংঘাত প্ৰশমনত সহায়ৰ পদক্ষেপ

Dr. Bibhab Kr. Talukdar : সংৰক্ষণ ক্ষেত্ৰলৈ উৎকৃষ্ট অৱদানৰ বাবে ড: বিভৱ কুমাৰ তালুকদাৰলৈ অসমৰ বন বিভাগৰ প্ৰশংসা পত্ৰ

Lacal Buyer Seller Meet:

মানৱ-হাতী সংঘাত প্ৰশমনৰ লগতে মানুহ আৰু বন্যপ্ৰাণীৰ সহৱস্থানক উদগনি যোগোৱাৰ উদ্দেশ্যে উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে অসমৰ পূৱ প্ৰান্তৰ পাঁচখন জিলাৰ বিভিন্ন গাঁৱত নিৰলসভাৱে কাম কৰি আহিছে । এই সামগ্ৰিক প্ৰচেষ্টাৰ অংশহিচাপে ক্ষতিগ্ৰস্ত গাঁওবাসীক জীৱিকাৰ ক্ষেত্ৰত সহায় আগবঢ়াই বন্যহস্তীয়ে কৰা ক্ষতিৰ জোৰা মৰা আৰু তেওঁলোকৰ আৰ্থিক অৱস্থা টনকীয়াল কৰাত সহায় কৰাৰ উদ্দেশ্যে আৰণ্যকে ব্ৰিটিছ এচিয়ান ট্ৰাষ্ট আৰু এলিফেন্ট ফেমিলীয়ে ডাৰউইন ইনিচিয়েটিভৰ সহায়ত গাঁওবাসীয়ে স্থানীয় ভাৱে উৎপাদন কৰা সামগ্ৰীবোৰৰ বাবে এখন বজাৰ সৃষ্টি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

ADVERTISEMENT

ইয়াৰ সৈতে সংগতি ৰাখি অলপতে “সোপান” অৰ্থাত “উত্তৰণৰ জখলা” শীৰ্ষক এলানি ক্ৰেতা-বিক্ৰেতা সন্মিলন অনুষ্ঠিত কৰা হয় । গ্ৰাম্য উৎপাদকসকলক তেওঁলোকৰ সামগ্ৰীবোৰ প্ৰত্যক্ষভাৱে গ্ৰাহকক প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে এখন নিৰ্ভৰযোগ্য আৰু সুচল মঞ্চ দিয়াৰ উদ্দেশ্য পাঁচখন জিলাত এই কাৰ্যসূচীলানি অনুষ্ঠিত কৰা হয় ।

যোৰহাট জিলাৰ জাঁজীমুখ বজাৰত ১৪ জুনত ২৭ গৰাকী লোকৰ অংশগ্ৰহণেৰে এই কাৰ্যসূচীলানিৰ প্ৰথমটো কাৰ্যসূচী অনুষ্ঠিত হয় । ইয়াৰ সফলতাৰ পাছত মাজুলী জিলাৰ মঙলবৰীয়া বজাৰত ১৭ জুনত অনুষ্ঠিত দ্বিতীয়টো কাৰ্যসূচীত ওচৰৰ প্ৰকল্প গাঁৱৰ ২৩ গৰাকী বিক্ৰেতাই অংশগ্ৰহণ কৰে । ১৯ জুনত তিনিচুকীয়া জিলাৰ ছাপাখোৱা বজাৰত ১৩ গৰাকী স্থানীয় অংশগ্ৰহণকাৰীক লৈ তৃতীয়টো; ১১ গৰাকী গ্ৰাম্য বিক্ৰেতাৰ অংশগ্ৰহণেৰে ২২ জুনত শিৱসাগৰৰ ৰাজমাই বজাৰত চতুৰ্থটো আৰু প্ৰকল্প গাঁৱৰ ১১ গৰাকী লোকৰ অংশগ্ৰহণেৰে ২৪ জুনত ডিব্ৰুগড় জিলাৰ বিভিএফচিএল বজাৰত অন্তিম তথা পঞ্চমটো কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

এই সন্মিলনসমূহত চাদৰ-মেখেলা, হাতীৰ ছবি সন্নিবিষ্ট গামোচা আৰু মোনা, মৃৎ সামগ্ৰী, কেচুসাৰ, জৈৱ সাৰ, জৈৱিকভাৱে উৎপাদিত পাছলি, আচাৰ, বাঁহৰ সামগ্ৰী আৰু বেকাৰীত উৎপাদিত সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী কৰা হয় ।

গ্ৰাম্য কলা-কুশলী, বোৱনী আৰু কৃষক সকলক এখন বহল বজাৰৰ সৈতে সংযোগ কৰাই দিয়াৰ লগতে তেওঁলোকে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰাটো নিশ্চিত কৰা এই পদক্ষেপ স্থানীয় সমুদায়ৰ বহনক্ষম উন্নয়নৰ আৰু গাঁওবাসীৰ অৰ্থনৈতিক স্বতন্ত্ৰতাক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ খোজ হিচাপে পৰিগণিত হৈছে ।

বিপনীবোৰত প্ৰদৰ্শিত সামগ্ৰীবোৰৰ প্ৰতি দৰ্শনাৰ্থীসকলে অভাৱনীয়ভাৱে ইতিবাচক সঁহাৰি প্ৰদৰ্শন কৰাৰ লগতে তেওঁলোক বিভিন্ন বিপনীৰ পৰা সামগ্ৰী ক্ৰয় কৰে । প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা হিতাধিকাৰী সকলে এই সুযোগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰী আৰু কয় যে এই পদক্ষেপে তেওঁলোকৰ উপাৰ্জন বৃদ্ধিত সহায় কৰাই নহয়, তেওঁলোকৰ মনত গৌৰৱ আৰু অনুপ্ৰেৰণাৰ ভাৱো জগাই তুলিছে |

“সোপান”ৰ মাধ্যমেৰে আৰণ্যক গ্ৰাম্য সমুদায়ৰ সবলীকৰণৰ অৰ্থে তেওঁলোকক এখন বহল বজাৰৰ সৈতে সংযোগ কৰাই দিয়াৰ লগতে স্থানীয় দক্ষতা আৰু সম্পদক আধাৰ হিচাপে লৈ বহনক্ষম জীৱিকাক উদগনি যোগোৱাৰ দিশত প্ৰতিশ্ৰুতিবদ্ধ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AaranyakLacal Buyer Seller MeetSopan
publisher

publisher

Related Posts

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান
India

October 12, 2026
‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
India

‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

October 12, 2026
হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

October 12, 2026
লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন
International

লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d