Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পোহনীয়া মেকুৰীক তুলি লোৱাজনক দান কৰিব ঘৰ-গাড়ী-সম্পত্তি

publisher by publisher
July 27, 2025
in News, International
Reading Time: 1 min read
0
পোহনীয়া মেকুৰীক তুলি লোৱাজনক দান কৰিব ঘৰ-গাড়ী-সম্পত্তি
1
SHARES
8
VIEWS
ShareShareShareShare

China:সন্তান বা আত্মীয়-স্বজন নহয়, বৰঞ্চ কোনো অপৰিচিত ব্যক্তিৰ নামত নিজৰ সমস্ত সম্পত্তি উইল কৰিব বিচাৰে এজন চীনা বৃদ্ধই। অৱশ্যে এটা চৰ্ত আছে। তেওঁৰ মৃত্যুৰ পাছত পোহনীয়া মেকুৰীজনীৰ নিঃচর্তভারে যত্ন ল’ব লাগিব।

ADVERTISEMENT

চীনৰ গুৱাংডং প্রদেশৰ এজন ৮২ বছৰীয়া বৃদ্ধৰ এই অদ্ভুত ইচ্ছাক কেন্দ্ৰ কৰি এতিয়া দেশখনৰ সামাজিক মাধ্যমত তোলপাৰ লাগিছে।লং নামৰ সেই অশীতিপৰ বৃদ্ধজনে তেওঁৰ অতি মৰমৰ পোহনীয়া মেকুৰী ‘জিয়ানবা’ৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবেই এই সিদ্ধান্ত লৈছে।

RelatedPosts

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

পিতৃৰ স’তে ১.৫ কোটিটকীয়া মার্চিডিজ গাড়ী কৰিলে কবৰস্থ

চীনৰ সংবাদ মাধ্যমৰ সূত্ৰই জনোৱা মতে, লং নিঃসন্তান। এটা দশকৰ পূৰ্বে পত্নীৰ মৃত্যুৰ পাছৰে পৰা তেওঁ অকলে বাস কৰিছে। এক বৰষুণৰ দিন বৃদ্ধই চাৰিটা মেকুৰীক নিজৰ ঘৰত আশ্রয় দিছিল।

ডাঙৰ মেকুৰীজনীৰ নাম ৰাখে জিয়ানবা। লগত তাইৰ তিনিটা পোৱালিও আছিল। সম্প্রতি জিয়ানবাৰ অবিহনে লঙৰ কোনো সংগী নাই। সেয়ে নিজৰ অবর্তমানত পোহনীয়া প্ৰাণীটিৰ চোৱা-চিতাৰ বাবে তেওঁ উপযুক্ত লোকৰ সন্ধান কৰি আছে।

গুৱাংডঙৰ এটা টিভি চেনেলক লঙে জনাইছে যে যিজনে তেওঁৰ মেকুৰীৰ ‘ভালদৰে যত্ন’ ল’বলৈ সন্মত হ’ব, সেইজনকে তেওঁ নিজৰ ফ্লেট আৰু সমস্ত জমা ধন দি যাব বিচাৰে।

এই বাতৰি বিয়পি পৰাৰ লগে লগে অনলাইনত অনেক মানুহে বিস্ময় প্রকাশ কৰিছে। এজন লোকে মন্তব্য কৰিছে, ‘যদি কোনেও এই প্রস্তাৱ গ্ৰহণ কৰিবলৈ সন্মত নহয়, তাৰ কাৰণ তেওঁলোক সঁচাকৈয়ে মেকুৰীপ্রেমী নহয়; নতুবা বৃদ্ধৰ প্ৰস্তাৱিত চৰ্তসমূহ অত্যন্ত কঠোৰ।’

অৱশ্যে চৰ্তর্তসমূহ এতিয়াও ৰাজহুৱা কৰা হোৱা নাই। তথাপি বিষয়টোৰ আইনী জটিলতাক লৈও বহুতে সতর্ক কৰিছে। সামাজিক মাধ্যমত এজন লোকে কয়, ‘বৃদ্ধই হয়তো তেওঁৰ সম্পত্তি দি দিব বিচাৰিছে; কিন্তু যি এই প্ৰস্তাৱ গ্ৰহণ কৰিব, তেওঁ বৃদ্ধৰ আত্মীয়সকলৰ মামলাৰ সন্মুখীন হ’ব পাৰে। কাৰণ তেওঁলোকে এই সম্পত্তিৰ ওপৰত নিজৰ অধিকাৰ দাবী কৰিব পাৰে।’

উল্লেখ্য যে চীনত ২০২১ৰ পৰা প্ৰৱৰ্তিত নতুন নাগৰিক আইন অনুসৰি, কোনো ব্যক্তিয়ে দেশৰ চৰকাৰ, কোনো প্রতিষ্ঠান বা নির্দিষ্ট কোনো ব্যক্তিক নিজৰ সম্পত্তি উইল কৰি দি যাব পাৰে।

অৱশ্যে বহু লোকে লঙৰ ধন নোলোৱাকৈয়ে মেকুৰীজনীক দত্তক লোৱাৰ আগ্রহো প্রকাশ কৰিছে। এজন লোকে লিখিছে, ‘মই মেকুৰীজনীক দত্তক ল’ব বিচাৰো, তেওঁৰ টকাৰ মোক প্ৰয়োজন নাই।’

ইপিনে, বহুতে আকৌ বিপদৰ আশংকাও কৰিছে। তেওঁলোকৰ মতে, টকাৰ লোভত দুষ্ট প্ৰকৃতিৰ মানুহেও মেকুৰীজনীক দত্তক ল’ব পাৰে আৰু পাছত প্রাণীটিক অত্যাচাৰ কৰিব পাৰে। চীনত সম্প্ৰতি এই ধৰণৰ ঘটনা অনেক বৃদ্ধি পাইছে। সম্প্রতি দেশখনত পোহনীয়া প্ৰাণীৰ ওপৰত হোৱা নির্যাতন ৰোধত নির্দিষ্ট কোনো আইন নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CatChinaowner
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d