Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Ban on visiting the Hadhadi Falls: নগাঁৱৰৰ চামগুৰিৰ হদহদী জলপ্রপাত সাধাৰণ লোকৰ বিনোদনত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ

বনভোজ, গা ধোৱা, সাঁতোৰা, ব্যক্তিগত বাহনৰ চলাচল আদিতো নিষেধাজ্ঞা,চাৰি বছৰত নজনৰ সলিল সমাধি ঘটিছিল হদহদীত, চাৰি বন্ধু-তিনি বান্ধৱীৰে জলকেলি কৰিবলৈ গৈ প্রাণ হেৰুৱাইছিল সনয়ম জৈন নামৰ যুৱক এজন

publisher by publisher
August 6, 2025
in News, Assam
Reading Time: 1 min read
0
Ban on visiting the Hadhadi Falls: নগাঁৱৰৰ চামগুৰিৰ হদহদী জলপ্রপাত সাধাৰণ লোকৰ বিনোদনত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ
1
SHARES
10
VIEWS
ShareShareShareShare

Ban on visiting the Hadhadi Falls:

নগাঁও জিলাৰ চামগুৰিৰ পাশ্বৱৰ্তী হদহদী জলপ্রপাতত সাধাৰণ লোকৰ বিনোদনত নিষেধাজ্ঞা আৰোপ জিলা প্ৰশাসনৰ ৷ বনভোজ, গা ধোৱা, সাঁতোৰা, ব্যক্তিগত বাহনৰ চলাচল আদিতো নিষেধাজ্ঞা জাৰি কৰে নগাঁও প্ৰশাসনে ৷

ADVERTISEMENT

উল্লেখ্য যে, সোমবাৰে চাৰি বন্ধু-তিনি বান্ধৱীৰে হদহদী জলপ্ৰপাতত জলকেলি কৰিবলৈ গৈ প্রাণ হেৰুৱাইছিল নগাঁও চহৰৰ সনয়ম জৈন নামৰ যুৱকজনে ৷

RelatedPosts

Flood in Samaguri:ভদীয়া বানত ডুব গ’ল চামগুৰিৰ ১৪খন গাঁও

জলপ্রপাতটোত জলকেলি কৰি থকাৰ অৱস্থাতে নগাঁও চহৰত যুৱকজনৰ শোকাৱহ মৃত্যুৰ ঘটনাই নগাঁৱত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ ।  চহৰৰ মাৰোৱাৰী পট্টিৰ ‘মেটচিং কৰ্ণাৰ’ নামৰ কপোৰ দোকানখনৰ গৰাকী প্রয়াত সুদর্শন জৈনৰ পুত্ৰ সনয়ম জৈনে লগৰ চাৰি বন্ধু আৰু তিনিগৰাকী বান্ধৱীৰ স’তে সোমবাৰে পুৱা জলকেলি কৰিবলৈ জলপ্রপাতটোলৈ গৈছিল

পুৱা প্রায় ন বজাত হদহদী জলপ্রপাতত নমাৰ পাছতে সনয়ম পানীত ডুব যায়। লগে লগে যুৱকজনৰ বন্ধু-বান্ধৱীৰ লগতে সেই সময়ত ঘটনাস্থলীত থকা একাংশ লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফৰ দল উপস্থিত হৈ অভিযান চলাই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে।

উল্লেখ্য যে লুংচুং চাহ বাগিচাখন ব্ৰিটিছৰ অধীনত থকা কালত চাহ বাগিচাখনত পাছফালৰ পাহাৰৰ পৰা বৈ অহা জলপ্রপাতৰ পৰা নামি অহা পানীধাৰা ছুইমিং পুলৰ ৰূপ দিছিল। সম্প্রতি সামাজিক মাধ্যমৰ জৰিয়তে জলপ্রপাতটোৰ অপৰূপ সৌন্দর্য প্ৰচাৰ হোৱাত জলকেলিৰ কৰাৰ লগতে ‘ছেলফি’ স্থলীলৈ পৰিণত হয় হদহদী জলপ্রপাত। ফলত নগাঁও জিলাৰ উপৰি আন জিলাৰ যুৱক-যুৱতীৰো আগমন ঘটিবলৈ লয়। ইয়াৰ মাজতে পানীৰ গভীৰতা নজনাকৈ আৰু পানীৰ তলত থকা শিলৰ ফাকত সোমাই কে’বাজনো যুৱকৰ ইতিমধ্যে মৃত্যু ঘটিছে।

উল্লেখ্য যে ২০২১ৰ পৰা আজিলৈকে হদহদী জলপ্রপাতত নজন যুৱকৰ সলিল সমাধি ঘটিছে। ইয়াৰে ২০২৪ৰ ১২ মে’ত নগাঁৱৰ হয়বৰগাঁৱত মাহিন হুছেইন, ২০২৩ৰ ১৫ আগষ্টত নগাঁও চহৰৰ হয়বৰগাঁও তেলিয়াপট্টিৰ নীকি ৰজক (২২), দিনেশ শ্বাহ (২২), ধিং গেটৰ ছাদ্দাম হুছেইন (২৫), ২০২২ৰ ১৭ এপ্ৰিলত নগাঁও চহৰৰে ছাজাদুল হক (২৪) আৰু ৰাজ বৰা (২৪)ৰ সলিল সমাধি ঘটি মৃত্যু হয়। ২০২১ৰ ১৩ আগষ্টত গুৱাহাটী মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত পাথৰকুছিৰ ৰাজেশ চাহানীৰ পুত্র পংকজ চাহানী (২৩) আৰু নগাঁও লাওখোৱা ৰোডৰ মহিন্দ্ৰ শ্বাহৰ পুত্র মিন্টু শ্বাহ (২২) নামৰ যুৱক দুজনৰ হদহদী জলপ্রপাতত মৃত্যু হয়।

হদহদী জলপ্রপাতৰ পানীৰ গভীৰতা নজনাৰ বাবে আৰু অত্যন্ত পিছল শিল আৰু পানীৰ তলৰ শিলত ফাক থকাৰ বাবে দুর্ঘটনাজনক ঘটনাসমূহ বৃদ্ধি পাই মৃত্যুৰ উপত্যকালৈ পৰিণত হৈছে বুলি স্থানীয় লোকৰ মাজত চর্চা চলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ban on visitingHadhadi FallsNagaon Dist administration
publisher

publisher

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d