Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ক্ষোভ নে হতাশা! ভাৰতীয় সামগ্ৰীত ৫০ শতাংশলৈ শুল্ক বৃদ্ধি ট্রাম্পৰ

publisher by publisher
August 7, 2025
in News, International
Reading Time: 1 min read
0
ক্ষোভ নে হতাশা! ভাৰতীয় সামগ্ৰীত ৫০ শতাংশলৈ শুল্ক বৃদ্ধি ট্রাম্পৰ
0
SHARES
3
VIEWS
ShareShareShareShare

Donald Trump:✒️ক্ষোভ নে হতাশা! মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দি অহা অহৰহ ভাবুকিৰ ওচৰত ভাৰতে শিৰণত নকৰাত বুধবাৰে তেওঁ ৰপ্তানিকৃত ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপিত শুল্কৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি কৰে। ইয়াৰ লগে লগে দুয়োখন দেশৰ মাজৰ এক বাণিজ্যিক যুদ্ধৰ সূচনা হ’ল।

ADVERTISEMENT

উল্লেখ্য যে বিগত সময়ত ট্রাম্পে ভাৰতক ৰাছিয়াৰ পৰা তেল ক্রয় বন্ধ কৰিবলৈ ভাবুকি দি আহে। অন্যথা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা ভাৰতীয় সামগ্ৰীৰ ওপৰত অতি উচ্চ হাৰৰ শুল্ক আৰোপৰ হুংকাৰ দিয়ে বহুবন্ধী ট্রাম্পে।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

এপষ্টেইন তদন্তৰ নথি প্ৰকাশ: ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে অচিনাক্ত মহিলাৰ গুৰুতৰ অভিযোগ

ইৰান যুদ্ধত ১৮.৮৭ লাখ কোটি টকা ব্যয় হ’ব পাৰে ট্রাম্প প্ৰশাসনৰ

তেওঁৰ এই ভাবুকিৰ প্ৰতি নতুন দিল্লীয়ে কর্ণপাত নকৰাত যোৱা ৩১ জুলাইত মার্কিন ৰাষ্ট্ৰপতিজনে ভাৰতীয় ৰপ্তানিকৃত সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰে। এই কথা ঘোষণা কৰাৰ সময়তো তেওঁ ভাবুকি দিয়ে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্রয় বন্ধ নকৰিলে এই শুল্কৰ ওপৰত জৰিমনা বিহিব।

তৎসত্ত্বেও তেওঁৰ এনে ভাবুকিক গুৰুত্ব সহকাৰে নল’লে। কালি পুনৰ তেওঁ ভাৰতক ভাবুকি দি কেতবোৰ উচ্চ-বাচ্য কৰে। তাৰ পাছতো ভাৰতে নিজ স্থিতিত অটল থকাত কালি ট্রাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপিত শুল্কৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি কৰে।

এই অতিৰিক্ত শুল্ক অহা ১৭ছেপ্টেম্বৰৰ নিশা ১২-০১ বজাৰ পৰা কাৰ্যকৰী হ’ব বুলি ট্রাম্পে ঘোষণা কৰিছে। এই ৫০ শতাংশ শুল্কৰ ২৫ শতাংশক ‘জৰিমনা’ বুলি বহুতে আখ্যা দিছে। অৱশ্যে ট্রাম্পে পূর্বে এই জৰিমনাৰ পৰিমাণৰ কথা ঘোষণা কৰা নাছিল। বুধবাৰে ট্রাম্পে এক কার্যবাহী নির্দেশৰ জৰিয়তে ভাৰতীয় সামগ্ৰীত আৰোপিত শুল্কৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি কৰে।

ট্রাম্পৰ এই কার্যবাহী নির্দেশত কোৱা হয়, ‘ভাৰতে প্রত্যক্ষ বা পৰোক্ষভাৱে ৰাছিয়াৰ পৰা তেল আমদানি কৰি আছে। সেই অনুসৰি ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমা শুল্ক ভূখণ্ডলৈ অহা আমদানিকৃত ভাৰতীয় সামগ্ৰীৰ ওপৰত প্রায়োগিক আইনৰ স’তে তাল মিলাই অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব।’

এই অতিৰিক্ত ২৫ শতাংশ শুল্কৰ স’তে পূৰ্বৰ ২৫ শতাংশ শুল্কক ধৰিলে ভাৰতীয় সামগ্ৰীৰ ওপৰত মুঠ ৫০ শতাংশ মার্কিন শুল্ক আৰোপ হ’ল। উল্লেখ্য যে ভাৰত হৈছে আমেৰিকাৰ দীর্ঘ সময়ৰ অন্যতম প্রধান বাণিজ্যিক অংশীদাৰ। গতিকে ভাৰতীয় সামগ্ৰীত ট্রাম্পে এই বৃহৎ হাৰত শুল্ক আৰোপ কৰা কাৰ্যক দেশখনৰে বহুতে সহজভাবে ল’ব পৰা নাই।

‘বন্ধু’ ভাৰতৰ পৰিৱৰ্তে চীনৰ ক্ষেত্ৰত এনে কঠোৰ স্থিতি লোৱাটো পোষকতা কৰিছে দেশখনৰ একাংশই। লক্ষ্যণীয়ভাবে মার্কিন উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু বৈদেশিক সচিব মার্ক’ কবিঅ’য়ো ভাৰতৰ স’তে সম্পৰ্ক অৱনতি ঘটোৱাৰ পোষকতা নকৰে বুলি একাংশই চর্চা কৰে। তেওঁৰ প্ৰশাসনৰ একাংশৰ এনে স্থিতিৰ বিপৰীতে শান্তিৰ ন’বেল বঁটা লাভৰ সপোন দেখি থকা ট্রাম্পে ৰাছিয়া, ইউক্রেইন যুদ্ধ বন্ধ কৰাত বিফল হৈ ভাৰতৰ ওপৰতে ক্ষোভ প্রকাশ কৰা বুলি চর্চা হৈছে।

কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি থকাত দেশখনে ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিবলৈ সক্ষম হোৱা বুলি ট্রাম্পে বিগত সময়ত অভিযোগ উত্থাপন কৰি আহিছে। অৱশ্যে শেহতীয়াভাবে ট্রাম্পে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ স’তে সম্পর্ক উন্নত কৰিছে। সন্ত্রাসবাদৰ পৃষ্ঠপোষক দেশখনৰ সামগ্ৰীত ভাৰততকৈ বহু পৰিমাণে কম অর্থাৎ ১৯ শতাংশ শুল্কহে তেওঁ আৰোপ কৰিছে।

একেদৰে ভাৰতৰ আন একাংশ প্রতিবেশী ৰাষ্ট্র বাংলাদেশৰ সামগ্রীতো ট্রাম্পে ২০ শতাংশহে শুল্ক আৰোপ কৰিছে। গতিকে ট্রাম্প যে প্রচণ্ড ভাৰতবিৰোধী হৈ উঠিছে সেয়া কোৱা বাহুল্য মাথোন। উল্লেখ্য যে ২০২০ৰ মার্কিন ৰাষ্ট্ৰপতি নির্বাচনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ট্রাম্পৰ সমর্থনত একপ্ৰকাৰ প্ৰচাৰ চলায়। আমেৰিকা যুক্তৰাষ্ট্ৰতে এক অনুষ্ঠানত মোদীয়ে ‘অব কী বাৰ মোদী চৰকাৰ’ ধ্বনি দিছিল। তৎসত্ত্বেও এইবাৰ ৰাষ্ট্ৰপতি নির্বাচনত জয়ী হোৱাৰ পাছতে লুটিবাগৰ মাৰে। ইয়াৰ আঁত ধৰি বিৰোধী দলসমূহে প্রধানমন্ত্রী মোদীক কটাক্ষ কৰি আহিছে।

কি আছে ট্রাম্পৰ কার্যবাহী নির্দেশত

ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্কৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি কৰা ট্রাম্পৰ কাৰ্যবাহী নির্দেশটোত কেতবোৰ আইনৰ ধাৰা তথা পূৰ্বৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ কাৰ্যবাহী নির্দেশৰ প্ৰসংগও উল্লেখ আছে।

ট্রাম্পৰ এই নির্দেশৰ প্রথম ধাৰাটোত কোৱা হয়, ‘২০২২ৰ আঠ মাৰ্চৰ ১৪০৬৬ কার্যবাহী নির্দেশত বর্ণিত ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা অনুসৰি মই নির্ধাৰণ কৰিলো যে ৰাছিয়াৰ পৰা প্রত্যক্ষ বা পৰোক্ষভাবে তেল আমদানি কৰি থকা ভাৰতৰ আমদানিকৃত সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাটো প্রয়োজনীয় আৰু যথোপযুক্ত। মোৰ বিচাৰ মতে উক্ত কাৰ্যবাহী নির্দেশত বর্ণিত ৰাষ্ট্ৰীয় জৰুৰী অৱস্থাৰ অধিক কাৰ্যকৰী মোকাবিলাৰ বাবে আন ব্যৱস্থা গ্ৰহণৰ উপৰি শুল্ক আৰোপ কৰাটো প্রয়োজন।’

নির্দেশটোত কে’বাটাও ধাৰা আছে। ইয়াৰ দুই নম্বৰ (ক) ধাৰাত ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা স্পষ্টভাবে উল্লেখ আছে। ইয়াৰ তিনি নম্বৰ ধাৰাটোত কোৱা হৈছে যে এই নির্দেশ প্রকাশ পোৱাৰ তাৰিখৰ পৰা ২১ দিনৰ পাছত অর্থাৎ অহা ১৭ ছেপ্টেম্বৰৰ নিশা ১২-০১ বজাৰ পৰা এই অতিৰিক্ত শুল্ক ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপ হ’ব।

অনিশ্চিত হ’ল ভাৰত-মার্কিন বাণিজ্যিক চুক্তি

নিজৰ মতে ভাৰতক খটুৱাত বিফল হৈ ভাৰতীয় সামগ্ৰীত উচ্চ হাৰৰ শুল্ক জাপি দি ট্রাম্পে অনিশ্চিত কৰি তুলিলে ভাৰত-মার্কিন বাণিজ্যিক চুক্তি। উল্লেখ্য যে ট্রাম্পে দি অহা ভাবুকিৰ পাছতো দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তি স্বাক্ষৰৰ উদ্দেশ্যে আলোচনা অব্যাহত আছে।

এনে অৱস্থাতে ৰাষ্ট্ৰপতিজনে ভাৰতীয় সামগ্ৰীৰ শুল্কৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি কৰাত দুয়োখন দেশৰ মাজৰ বাণিজ্যিক চুক্তি সম্পৰ্কীয় আলোচনাৰ ভৱিষ্যৎ ধূসৰ হৈছে। আনকি একাংশৰ মতে ভাৰত-মার্কিন বাণিজ্যিক চুক্তি পণ্ড হৈছে।

তীব্র প্রতিক্রিয়া ভাৰতৰ ৰাষ্ট্ৰীয় স্বার্থ সুৰক্ষিত কৰিম

ক্ষোভতেই হওক বা হতাশাতে হওক বা আন কাৰণতেই হওক, ট্রাম্পে ভাৰতীয় সামগ্ৰীত শুল্কৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি কৰাক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে নতুন দিল্লীয়ে। ইতিমধ্যে নিজ স্থিতিত অটল থকাৰ ইংগিত দি অহা মোদী চৰকাৰে দৃঢ় মত পোষণ কৰিছে যে ভাৰতে নিজৰ স্বাৰ্থ সুৰক্ষিত ৰাখিব।

চৰকাৰী সূত্ৰই স্পষ্ট কৰি দিছে যে ভাৰতে ৰাছিয়াৰ তেল ক্রয় অব্যাহত ৰাখিব। ট্রাম্পৰ এনে কাৰ্যক লৈ শক্তিশালী প্রতিক্রিয়া প্রকাশ কৰি ভাৰতৰ বৈদেশিক মন্ত্রণালয়ে কয় যে মার্কিন ৰাষ্ট্ৰপতিজনৰ এই কাৰ্য ন্যায়সংগত নহয়। লগতে তেওঁৰ এই শুল্ক আৰোপক অযুক্তিকৰ আখ্যাও দিছে বৈদেশিক মন্ত্রণালয়ে।

উল্লেখ্য যে ট্রাম্পে শুল্ক আৰোপৰ ভাবুকি দিয়াৰ পাছতে অলপতে বৈদেশিক মন্ত্রণালয়ে প্রতিক্রিয়া ব্যক্ত কৰে যে ভাৰতক আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে ইউৰোপীয় সংঘই লক্ষ্য কৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DONALD TRUMPNarendra Modi
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d