Sibsagar:
ৰাজ্যত অব্যাহত থকাৰ ব্যাপক উচ্ছেদৰ মাজতে উজনি মিঞা কেন্দ্ৰীক বিষয়ক লৈ উত্তাল হৈ পৰে জিলা কেইখন ৷ বিশেষকৈ শিৱসাগৰত মিঞা কেন্দ্ৰীক বিতৰ্কৰ মাজতে আজি জিলা প্ৰশাসনে গ্ৰহণ কৰে কঠোৰস্থিতি। জিলা খনত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা ৷ এতিয়াৰ পৰা ৫ জনতকৈ অধিক লোক একত্ৰিত হ’ব নোৱাৰিব। নিয়ম ভংগ কৰিলেই লগে লগে ব্যৱস্থা ল’ব শিৱসাগৰ জিলা প্রশাসনে ৷
ADVERTISEMENT






























