Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bishanath Eviction Drive:বিশ্বনাথত দ্বিতীয় দিনাও অব্যাহত প্ৰশাসনৰ উচ্ছেদ অভিযান,উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতিৰ চেষ্টা আমছুৰ বিশ্বনাথ জিলাৰ প্ৰাক্তন সভাপতি ছাইফুদ্দিন আহমেদৰ,পৰিস্থিতি নিয়ন্ত্ৰণ আৰক্ষীৰ

publisher by publisher
August 18, 2025
in Assam, News
Reading Time: 1 min read
0
Bishanath Eviction Drive:বিশ্বনাথত দ্বিতীয় দিনাও অব্যাহত প্ৰশাসনৰ উচ্ছেদ অভিযান,উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতিৰ চেষ্টা আমছুৰ বিশ্বনাথ জিলাৰ প্ৰাক্তন সভাপতি ছাইফুদ্দিন আহমেদৰ,পৰিস্থিতি নিয়ন্ত্ৰণ আৰক্ষীৰ
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Eviction Drive in Hailakandi:হাইলাকান্দিৰ সংৰক্ষিত বনাঞ্চলত পুৱাৰে পৰা আৰম্ভ প্ৰশাসনৰ উচ্ছেদ অভিযান

Eviction Drive:বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বেদখলিকৃত ভূমিত উচ্ছেদ অভিযান আৰম্ভ

Eviction Drive in Doboka:নৱবৰ্ষৰ দ্বিতীয়টো দিনতে ডবকাৰ মৌডংগা সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান

Bishanath Eviction Drive:

বিশ্বনাথত দ্বিতীয় দিনাও প্ৰশাসনৰ উচ্ছেদ অভিযান পুৱাৰে পৰা আৰম্ভ হয় ৷ ননকে জাপৰিগুৰিত ১৭৫ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে প্ৰশাসনৰ বুলড’জাৰে পুৱাৰে ইটোৰ পিছত সিটোকৈ বাসগৃহ এফালৰ ভাঙি যায় ৷ চৰকাৰী ভূমিত থকা ৩০৯টা পৰিয়ালৰ ঘৰ উচ্ছেদ কৰিছিল দেওবাৰে।

ADVERTISEMENT

আনহাতে একাংশ বেদখলকাৰীয়ে নিজেই খালী কৰিলে ঘৰ ৷ মনকৰিবলগীয়া যে আজি দ্বিতীয় দিনাৰ উচ্ছেদ অভিযান চলি থকাৰ মাজতে উচ্ছেদথলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ একাংশ বেদখলকাৰীয়ে বৈদ্যুতিন মাধ্যমৰ সাংবাদিকে বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে সাংবাদিকলৈ চোচা হয় ৷ বিশেষকৈসাংবাদিকক টার্গেট কৰি আমছুৰ বিশ্বনাথ জিলাৰ প্ৰাক্তন সভাপতি ছাইফুদ্দিন আহমেদে বিভিন্ন কটু বাক্যবান নিক্ষেপ কৰে ৷ উদ্থাপিত অভিযোগ অনুসৰি সাংবাদিকৰ বিৰুদ্ধে স্থানীয় ৰাইজক উচটনি দিয়ে ছাইফুদ্দিনে ৷ অৱশ্যে আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ হয় যদিও চেপা উত্তেজনা অব্যাহত আছে ৷

উল্লেখ্য যে দেওবাৰৰ পৰা বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ বেদখলীকৃত ১৭৫ বিঘা গোচৰণীয়া সংৰক্ষিত ভূমি (ভিজিআৰ)ত প্রশাসনে বেদখল উচ্ছেদ অভিযান আৰম্ভ কৰিছিল। ননকে জাপৰিগুৰি গাঁৱৰ ৩০৯ টা বেদখলীকৃত পৰিয়ালৰ ঘৰ-দুৱাৰক সামৰি এই উচ্ছেদ অভিযান আৰম্ভ হয়। দুজন অতিৰিক্ত আযুক্ত আৰু ছজনকৈ দণ্ডাধীশৰ তদাৰকীত তথা সহস্রাধিক আবক্ষ লোকৰ উপস্থিতিত পুৱা এই উচ্ছেদ অভিযান আৰম্ভ হয়। ২০ খন এক্সকেভেটৰ আৰু ১০ খন ট্রেক্টৰৰ সহায়ত প্ৰশাসনৰ উচ্ছেদকাৰ বাহিনীয়ে বেদখলকাৰীসকলৰ ঘৰ-দুৱাৰ এফালৰ পৰা ভাঙি পেলায়। তদুপৰি ৪০ বিঘা ভূমি আগুৰি থকা এখন চাহ বাগিচাতো উচ্ছেদ অভিযান চলে। অৱশ্যে উচ্ছেদিত স্থানত থকা এখন বিদ্যালয়, এটা মছজিদ আৰু এখন শ্মশানত বাতবি লিখা পৰলৈ উচ্ছেদ চলা নাই। ইপিনে, বেদখল্কাৰীসকললৈ প্রশাসনে উচ্ছেদৰ জাননী জাৰি কৰাৰ পাছতে একাংশ বেদখলকাৰীয়ে স্বেচ্ছাই বেদখলীকৃত ভূমিত নির্মাণ কৰা ঘৰ-দুৱাৰ ভাঙি বিভিন্ন বয়-বস্তু নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে।

দেওবাৰে পুৱা লোকাৰণ্য পৰিৱেশত প্রশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰাৰ সময়ত বহু বেদখলকাৰী কান্দোনত ভাঙিও পৰে। একাংশ বেদখলকাৰীয়ে দাবী কৰা অনুসৰি, বান আৰু খহনীয়াৰ কবলত পৰি তেওঁলোকে ননকে জাপৰিগুৰিক্ত আনে বেদখল কৰা ভূমি কম দামত ক্রয় কৰে। ৪০-৪৫ বছৰ ধৰি এই ভূমিত বসবাস কৰাৰ পাছত উচ্ছেদৰ সন্মুখীন হ’ব লগা হয় বুলি একাংশ বেদখলকাৰীয়ে জানিবলৈ দিছে। চৰকাৰী এই উচ্ছেদ অভিযানলৈ সহযোগিতা আগবঢ়াই একাংশ বেদখলকাৰীয়ে পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছে। পুনৰ সংস্থাপন নোপোৱা পর্যন্ত ননকে জাপৰিগুৰিৰ ভূমিতে তিৰপাল তৰি অস্থায়ীভারে থাকিব বুলিও একাংশ বেদখলকাৰীয়ে হুংকাৰ দিছে।

আনহাতে, উচ্ছেদিত স্থানত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদে দাবী কৰে যে খহনীয়াত ক্ষতিগ্রস্ত হৈ এই লোকসকলে কাৰোবাৰ পৰা মাটি ক্রয় কৰে। এই লোকসকলক পুনৰ সংস্থাপিত কৰিবলৈও সংখ্যালঘু সংগ্রাম পৰিষদৰ নেতাজনে দাবী জনায়। একেদৰে একাংশ উচ্ছেদিত লোকে হুংকাৰ দি কয়, ‘আমাক গুলীয়াই দিয়ক। তথাপিও আমি এই স্থান এৰি নিদিওঁ। দিনত উচ্ছেদ চলালে যদিও সন্ধিয়া পুনৰ আমি ইয়াতে তিৰপাল তৰি থাকিম।’ পূৰ্বৰ জনতা দলৰ চৰকাৰে তেওঁলোকক এই ভূমি দিয়া বুলি দাবী কবি এই উচ্ছেদিতসকলে লগতে কয়, ‘আমাৰ থাকিবলৈ আৰু আন স্থান নাই। আমাক এই ভূমি জনতা চৰকাৰে দিছিল। চৰকাৰে আমি থাকিবলৈ আন ব্যৱস্থা কৰক। অন্যথা আমাক গুলীয়াই মাৰক। কিন্তু আমি কোনো কাৰণতে এই স্থান নেবো।’ স্বাভাৱিকতে একাংশ উচ্ছেদিত্তৰ এনে হুংকাৰক কেন্দ্ৰ কৰি উচ্ছেদস্থলীত চেপা উত্তেজনা বিৰাজ কৰে। অৱশ্যে উচ্ছেদ অভিযান শান্তিপূর্ণভাৱে অন্ত পৰিছিল দেওবাৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BISHANATHdist adaministrationEviction Drive
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d