Rupahihat :
ৰূপহীহাটৰ গড়েমাটিখোৱা সুলভ মূল্যৰ দোকানত চোৰৰ চাফাই অভিযান ।
আবু তাহেৰ নামৰ সুলভ মূল্যৰ দোকানৰ পৰা চোৰে তলা ভাঙি লুটি নিয়ে ৬১ বস্তা চাউল ।
গ্ৰাহকৰ কাৰণে সুলভ মূল্যৰ এজেণ্টে উঠাই আনিছিল ৭১ বস্তা চাউল ।
তাৰে নিশা চোৰে লুটি নিয়ে ৬১ বস্তা চাউল ।
ৰূপহী সমবায় সমিতিৰ অন্তৰ্গত গড়েমাটিখোৱা সুলভ মূল্যৰ দোকানত এই চুৰি কাণ্ডৰ ঘটনা ৰাইজৰ মাজত চাউল বিচাৰি হাঁহাকাৰ ।
