Fake Ulfa Arrested in Boko:আলফা স্বাধীনৰ নামত ধন দাবী কৰি আৰক্ষী জালত ভুৱা আলফা

fake ulfa

Fake Ulfa Arrested in Boko:

আলফা স্বাধীনৰ নামত ধন দাবী কৰি বকো আৰক্ষী জালত পৰিল এজন ভুৱা আলফা ৷ ধৃত যুৱকজনৰ নাম শংকৰ ৰাভা ৷ ধৃত যুৱকজনে আলফা স্বাধীনৰ নামত বকোৰ বনগাঁৱৰ ব্যৱসায়ী অৰবিন্দ ৰয়ক ১ লাখ টকা দাবী কৰিছিল ৷ দাবী কৰা অনুসৰি ধন নিবলৈ আহোতেই আৰক্ষীয়ে হাতেলোটে গ্ৰেপ্তাৰ কৰে ৷ আটকাধীন যুৱকজনৰ ঘৰ কৃষ্ণাইত ৷

Exit mobile version