Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

প্রয়োজন নহ’ব প্লাষ্টাৰ-ধাতব প্লেটৰ : ডেৰশজনে পালে সুফল

চীনা বিজ্ঞানীৰ উদ্ভাৱন ভঙা হাড় জোৰা দিয়া আঠা আহিছে

publisher by publisher
September 15, 2025
in News, International
Reading Time: 1 min read
0
প্রয়োজন নহ’ব প্লাষ্টাৰ-ধাতব প্লেটৰ : ডেৰশজনে পালে সুফল
0
SHARES
2
VIEWS
ShareShareShareShare

Bone glu:✒️হাত-ভৰি আদিৰ হাড় ভাঙিলে যিমান বেদনা অনুভৱ কৰা হয় তাতকৈ অধিক কষ্ট -অসুবিধা সহ্য কৰিবলগীয়া হয় ইয়াৰ চিকিৎসাৰ ক্ষেত্ৰত। কাৰণ ভঙা হাড় জোৰা দিবলৈ সাধাৰণতে প্লাষ্টাৰ কৰা হয়। চিকিৎসাত ধাতব প্লেটো ব্যৱহাৰ কৰা হয়। দীঘলীয়া সময় ধৰি প্লাষ্টাৰ লগাই ৰাখিলেহে ভঙা হাড় পুনৰ জোৰা লাগে।

ADVERTISEMENT

এই সময়ছোৱাত কেনে অসুবিধাৰ সম্মুখীন হ’বলগীয়া হয়, সেয়া ভুক্তভোগীয়েহে অনুধাৱন কৰে। তদুপৰি বয়স্ক ব্যক্তিৰ হাড় ভাগিলে সমস্যা অধিক বৃদ্ধি পায়। এই ক্ষেত্রত শেহতীয়াভাৱে এক সুখবৰ আহিছে। চীনৰ ঝেজিয়ান প্রদেশৰ একাংশ বিজ্ঞানীয়ে ভঙা হাড় জোৰা দিয়া এবিধ বিশেষ আঠা উদ্ভাবন কৰিছে।

RelatedPosts

বিশ্বৰ ভিতৰতে জাপানীসকলৰ মাজত স্থূলতাৰ হাৰ কম

অন্তৰীক্ষত সঘন টহল চীনা স্পেচপ্লেনৰ

আতংকৰ কাৰণ হৈ পৰিছে চীনৰ ‘কৃত্রিম সূর্য’

সংশ্লিষ্ট বিজ্ঞানীসকলৰ মতে এই আঠা লগালে ভঙা হাড় জোৰা দিবলৈ প্লাষ্টাৰ কৰাৰ প্রয়োজন নহ’ব। চীনৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰা এই আঠাৰ নাম ‘ব’ন-০২’। এই আঠা উদ্ভাৱন কৰা বিজ্ঞানীৰ দলটোক নেতৃত্ব দিয়া গবেষক লীন জিয়ানফেঙে মন্তব্য কৰিছে যে যি ঠাইত হাড় ভাঙে, সেই ঠাইত আঠাবিধ লগাই দিলেই পুনৰ ভঙা হাড় জোৰা লাগে।

আনকি এই আঠাবিধৰ শক্তি ইমানেই প্রবল যে নির্দিষ্ট স্থানত মাথোঁ তিনি মিনিট এই আঠা লগাই ৰাখিলেই ভঙা হাড় পুনৰ জোৰা লাগে। পুনৰ জোৰা লগাৰ পাছত হাড়ৰ বৃদ্ধিও স্বাভাবিক হ’ব। এই আঠাবিধৰ আন এটা চমৎকাৰী গুণ হ’ল যে এই আঠা লগোৱাৰ ফলত ৰোগীয়ে কোনো যন্ত্রণা বা বেদনা অনুভর নকৰে।

একেদৰে প্লাষ্টাৰ কৰাৰো সমস্যা নাথাকে। উল্লেখ্য যে হাড়ৰ অনেক স্তৰ থাকে। একেবাৰে বাহিৰৰ স্তৰত এখন পর্দা থাকে। এই পৰ্দাক পেৰিঅস্ট্রিয়াম বুলি কোৱা হয়। তাৰ পাছতে কর্টিকল থাকে। এই কর্টিকলৰ মাজত মজ্জা থাকে। গতিকে হাড়ৰ গঠন ত্রিমাত্রিক হয়।

কেতিয়াবা হাড় নাভাঙিলেও হাড়ৰ স’তে যুক্ত লিগামেন্ট ফাটি যায়। কেৱল দুর্ঘটনা বা তেনে কাৰণতে হাড় যে ভাঙে তেনে নহয়। অস্ট্রিয়পৰেচিছ, ভিটামিন-ডিৰ অভাৱ বিউমাটয়েড, আর্থাইটিছ থাকিলে বা আন কাৰণতো হাড় ভাঙিব পাৰে। তদুপৰি জন্মগত কাৰণত হাড়ৰ শক্তি কম থাকিলেও সহজে হাড় ভাঙে।

অৱশ্যে যি কাৰণতেই হাড় নাভাঙক কিয়, ইয়াৰ চিকিৎসা পদ্ধতি জটিল। প্রথম এক্স-বে, চিটি স্কেন আৰু আনকি কিছু ক্ষেত্ৰত এমআইআৰ কৰাৰো প্ৰয়োজন হয়। তাৰ পাছতে স্প্রিন্ট দি সাময়িকভারে ভঙা অংশ ধৰি ৰখা হয়।

এই সময়ছোৱাত চিকিৎসকে সিদ্ধান্ত লয়, ভঙা হাড় জোৰা দিবলৈ প্লাষ্টাৰ কৰা হ’ব নে, অস্ত্রোপচাৰৰ প্ৰয়োজন আছে। ভাঙি দুটা টুকুৰাত পৰিণত হোৱা হাড় জোৰা দিবলৈ সাধাৰণতে প্লাষ্টাৰ কৰা হয়। ইয়াৰ বাবে ধাতব প্লেট, স্ক্রু বা ৰডৰো প্রয়োজন হ’ব পাৰে।

প্লাষ্টাৰ কৰাৰ পাছত সংশ্লিষ্ট স্থানত পেশীৰ সঞ্চালন ঠিকে আছে নে নাই, তাৰ প্ৰতিও চিকিৎসকে লক্ষ্য ৰাখে। শেহতীয়াভাবে হাড় জোৰা দিয়া আঠা উদ্ভাৱন কৰা চীনা বিজ্ঞানীসকলৰ মতে, এই আঠা ব্যৱহাৰ কৰিলে এনে জটিল চিকিৎসা পদ্ধতিৰ আৰু প্রয়োজন নহ’ব।

ইতিমধ্যে ডেৰশ লোকৰ ভঙা হাড় জোৰা দিয়াত এই আঠা প্রয়োগ কৰি সফলতা অর্জন কৰা হৈছে বুলিও বিজ্ঞানীসকলে জনায়। অর্থাৎ এই ডেৰশ লোকৰ হাড় পুনৰ জোৰা লাগিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bone gluChina
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d