Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দীঘলীয়া ষড়যন্ত্ৰৰ ফলশ্ৰুতিত অকাল মৃত্যুক সাবটিলে জুবিনে 

publisher by publisher
September 27, 2025
in Assam, News
Reading Time: 1 min read
0
 Guwahati:সংগোপনেৰে নিশা ১১:২৪ বজাত ইণ্ডিগ’ বিমানেৰে গুৱাহাটীত উপস্থিত সিদ্ধার্থ শৰ্মা !
1
SHARES
11
VIEWS
ShareShareShareShare

Zubeen Garg:✒️জনতাৰ হৃদয়ৰ নিভৃত কোণত অৱস্থান কৰা শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে বিভিন্নজনৰ মুখা খুলি দিলে। পৰ্দাৰ আঁৰ কাপোৰ আঁতৰাই দিয়াৰ দৰে বহুতৰে তথাকথিত সম্ভ্রান্ত মুখৰ আঁৰৰ ক’লা চৰিত্ৰ প্রকট হ’ল। ছিংগাপুৰত জুবিনৰ ৰহস্যজনক মৃত্যুৰ পাছত পোহৰলৈ অহা এনে এজন ভণ্ড চৰিত্ৰৰ, নর্থ-ইষ্ট ফেস্টিভেল আয়োজনৰ নামত সংস্কৃতিৰ দালালি কৰা, বিভিন্নজনক অন্যৰূপে ব্যৱহাৰ কৰি নিজৰ সামাজিক-অর্থনৈতিক স্থিতি সৱল কৰা শ্যামকানু মহন্তৰ অন্যতম পৃষ্ঠপোষক আছিল চৰকাৰো।

ADVERTISEMENT

অথচ শ্যামকানুৰ দ্বাৰা আয়োজিত যিকোনো অনুষ্ঠানৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে এতিয়া নিষেধাজ্ঞা জাৰি কৰিবলৈ ৰাজি হৈছে। ৰাজ্যত এইদৰে কোনো অনুষ্ঠান-প্রতিষ্ঠানৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰাৰ ঘটনা বহু কম। শ্যামকানু জড়িত থকা অনুষ্ঠান আয়োজনত অসম চৰকাৰে জনৰোষৰ সম্মুখীন হৈ নিষিদ্ধ কৰিবলগীয়া হোৱাটোৱে সুচায় যে শ্যামকানুৰ ব্যৱসায় বা এই অনুষ্ঠান আয়োজন ক’লা-বগা নাছিল। ইয়াৰ পাছতো কোনো ধৰণৰ পৰীক্ষা-নিৰীক্ষা নকৰাকৈ কিয় শ্যামকানুৱে বৃহৎ পৰিমাণৰ অনুদান লাভ কৰিছিল দৰাচলতে গভীৰ ৰহস্যৰ বিষয়।

RelatedPosts

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

জুবিন বিহীন গৰু বিহুৰ দিনাই জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ,পামী বৰঠাকুৰ

এক তথ্য অনুসবি, শ্যামকানু মহন্তৰ ট্রেন্ড এমএমএছ-এ বিভিন্ন সময়ত চৰকাৰৰ পৰা বিভিন্ন অনুদান লাভকৰিছিল। এনে কিছু তথ্য দাঙি ধৰা হ’ল- ২০১৪-১৫ বর্ষত যুব কল্যাণ মন্ত্রণালয়ৰ পৰা দিল্লীত নর্থ-ইষ্ট ফেস্টিভেলৰ বাবে শ্যামকানুরে লাভ কৰিছিল ন লাখ আৰু একেটা বৰ্ষত ড’নাৰ মন্ত্রণালয়ৰ পৰা ছয় লক্ষাধিক অনুদান লাভ কৰিছিল। ইপিনে, ২০১৫ত সাংস্কৃতিক মন্ত্রণালয়ৰ পৰা পাঁচ লাখ, ২০১৫-২০১৬ত বঙালী আয়োজনৰ বাবে যুব কল্যাণ মন্ত্রণালয়ৰ পৰা ১০ লাখ টকা, একেটা বর্ষতে যুব কল্যাণ মন্ত্রণালয়ৰ পৰা ফেস্টিভেলৰ ফুটবল প্রতিযোগিতাৰ বাবে পাঁচ লাখ, তথ্য প্রযুক্তি মন্ত্রণালয়ৰ পৰা আলোচনাচক্ৰৰ বাবে ২০১৬ত দুই লাখ টকা, ২০১৮৩ দিল্লীত নর্থ-ইষ্ট ফেস্টিভেলৰ বাবে অ’এনজিচিৰ পৰা ১২ লাখ, ড’নাৰৰ পৰা ১০ লাখ, ২০১৯ত বেংককত নর্থ-ইষ্ট ফেস্টিভেলৰ আয়োজন কৰিবলৈ ড’নাৰ মন্ত্রণালয়ৰ পৰা ৭৯ লাখ, ট্রেন্ড এনএমএছৰ নামত পর্যটন মন্ত্রণালয়ৰ পৰা একেটা বর্ষতে ৩০ লাখ টকা, ২০২০-২১ত ড’নাৰ মন্ত্রণালয়, এনআৰএলৰ পৰা তেওঁৰ অনুষ্ঠানৰ নামত ক্রমে ২৫ লাখ আৰু তিনি লাখ টকা অনুদান হিচাপে লাভ কৰে।

এইদৰে বিভিন্ন সময়ত চৰকাৰী অনুদান লাভ কৰি চৰকাৰৰ আশিস ধন্য হৈছে শ্যামকানু। ২০২৪ত পর্যটন মন্ত্রণালয়ে ট্রেন্ড এনএমএছৰ নামত ২০২২ত ২৫ লাখ, পাঁচ লাখ টকা, সাংস্কৃতিক মন্ত্রণালয়ে ২০২৪ত নর্থ-ইষ্ট ফেষ্টিভেলৰ বাবে ২০ লাখ, ২০২২৩ ২৩ লাখ টকা অনুদান লাভ কৰে।

ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্রণালয়ৰ পৰা কাৰ পৃষ্ঠপোষকতাত শ্যামকানুরে অনুদান লাভ কৰিছিল। কাৰ জহত শ্যামকানুরে এইদবে বৃহৎ ধনৰাশি লাভ কৰিছে সেয়াই প্রশ্ন। চর্চা অনুসৰি, বিজেপি চৰকাৰৰ সকলো সা-সুবিধা লাভ কৰিছিল তেওঁৰ জ্যেষ্ঠ ভ্রাতৃ ননীগোপাল মহন্তয়ো। সামাজিক মাধ্যমত বিভিন্নজনে এই প্রশ্ন উত্থাপন কৰিছে যে কিহৰ বাবে এটা পৰিয়ালৰ বাবে বিশেষ দৰদ চৰকাৰৰ।

যুৱ প্ৰজন্মৰ জনপ্রিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে ২০০৩ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা ঘটনাৰ বিষয়ে সামাজিক মাধ্যমত বিবৰি কয় যে জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্র বহু পুৰণি। এই ক্ষেত্ৰত তেওঁ নাম উল্লেখ নকৰাকৈ কোনো এজন সাংবাদিকৰ কথা উল্লেখ কৰিছে।

তেওঁ কয় যে সম্পূর্ণ মিথ্যাচাৰেৰে জুবিন গার্গে কোৱা এটা বাক্যৰ অপভ্রংশ কৰি তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰা হৈছিল। সেই সময়ত আজিৰ দৰে ম’বাইল ভিডিঅ’ আদিৰ উপস্থিতি নাছিল, গতিকে জুবিনে স্থিতি স্পষ্ট কৰিবলৈ সুযোগেই নাপালে। এক অনাহুত অপ্রীতিকৰ পৰিস্থিতিৰ বাবে হতাশ আৰু বিধ্বস্ত হৈ পৰা বুলিও কবি প্রণৱে লিখিছে।এই ঘটনাৰ বাবে জুবিনে বহু নিশা শুব পৰা নাছিল। প্রণরে লিখিছে, ‘জুবিন গাৰ্গৰ জনপ্রিয়তাত ঈর্ষান্বিত হৈ এচামে সেই তাহানিৰ পৰাই ষড়যন্ত্র ৰচি আহিছিল। সেই ষড়যন্ত্রই ২০২৫ ত সাকাৰ ৰূপ পালে।’

ইপিনে, জুবিন গাৰ্গৰ অনাকংক্ষিত মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত তথা জুবিনৰ মেনেজাৰ সিদ্ধার্থই এখন মুকলি পত্ৰ প্ৰেৰণ কৰি নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছে। বিভিন্ন স্পষ্টীকৰণ দিবলৈ চেষ্টা কৰা সিদ্ধার্থই এই কথাও লিখিছে যে তেওঁক জুবিন গার্গে প্রায়েই কৈছিল কিদৰে মানুহে তেওঁক ব্যৱহাৰ কৰিছিল, তেওঁৰ গানে কোটি কোটি টকা উপাৰ্জন কৰাৰ পাছতো তেওঁ অসমৰ মিউজিক লেভেলৰ পৰা ৰ’য়েলিটি পোৱা নাছিল।

সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু হোৱাৰ পাছত তেওঁ বিচাৰ প্ৰক্ৰিয়াৰ সন্মুখীন হোৱাৰ সলনি এইদৰে নিজৰ স্পষ্টীকৰণৰ ঢাক-ঢোল বজাবলৈ সুবিধা পাইছে এয়া গভীৰ ৰহস্যৰ বিষয়।

ইতিমধ্যে সিদ্ধার্থৰ চিঠিখন ইমান শুদ্ধ অসমীয়াত লিখি দিলে বুলি সন্দেহৰ চৰ্চা আৰম্ভ হৈছে। বিভিন্নজনৰ লগতে এগৰাকী অভিনেত্রী অমৃতা গগৈয়ে কয় যে সিদ্ধার্থ শর্মাই শুদ্ধ অসমীয়া ক’বই নোৱাৰে, লিখাটো দূৰৰে কথা। যিজন মানুহে ক’বই নোৱাৰে তেওঁ ইমান ধুনীয়া অসমীয়া ইমান দীঘলীয়াকৈ লিখিব পাৰে নে বুলি প্রশ্ন কৰে অভিনেত্ৰীগৰাকীয়ে।

তেওঁ দাবী কৰিছে যে পত্ৰখনৰ আধা শব্দই হয়তো বুজিয়েই পোৱা নাই। এই পত্রখন এজন অসমীয়া মানুহে যে সহায় কৰিছে সেয়া ধুকপ বুলি তেওঁ কয়। কেবল তেরেই নহয়, এই বিষয়টোক লৈ সামাজিক মাধ্যমত সন্দেহৰ জোৱাৰ উঠিছে যে জুবিনৰ মৃত্যুক লৈ অসম স্তব্ধ হৈ পৰাৰ সময়ত কোন অসমীয়াই সিদ্ধার্থক সহায় কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DiedZubeen Garg
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d