Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জুবিন বিহীন গৰু বিহুৰ দিনাই জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ,পামী বৰঠাকুৰ

প্ৰিয়জনক বিচাৰি উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ

publisher by publisher
April 14, 2026
in Assam, News
Reading Time: 1 min read
0
জুবিন বিহীন গৰু বিহুৰ দিনাই জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ,পামী বৰঠাকুৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

Zubeen Khetra Visit Garima Saikia Garg:আজি ৰাজ্যজুৰি পালন কৰা হয় গৰু বিহু ৷ কিবা যেন এক উকা উকা, ৰিঙা ৰিঙা অনুভৱ! বিহু বুলি নাচনীয়ে কঁকাল ভাঙিবলৈ লৈও থমকিছে, ঢোলত ছেও দিবলৈ সত যোৱা নাই ঢুলীয়াৰ। কাৰণ এইবাৰ বিহুত নাই অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চেনেহৰ আৱেশ। জুবিনবিহীন বিহুত এইবাৰ বহু মঞ্চ হৈ ৰ’ব উকা, বহুজনে পালন কৰিব মাথোঁ হেঁপাহৰ ৰঙালীৰ আনুষ্ঠানিকতা।

ADVERTISEMENT

নির্বাচনী ধামখুমীয়াৰ মাজৰে নঙলামুখত থিয় দিয়া ৰঙালীক আদৰিবলৈ ৰাজ্যত এইবাৰ নাই পূৰ্বৰ উখল-মাখল। প্রিয় শিল্পীক অনাহুত পৰিস্থিতিত হেৰুওৱাৰ বিষাদৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই অসমীয়া। এইবেলি বিহু মঞ্চত নাথাকিব জুবিনৰ মায়াবী কণ্ঠ। ‘এক অতি যন্ত্রণাদায়ক অনুভৱ। জুবিনদা অবিহনে বিহু মঞ্চখনেই আধৰুৱা। জুবিনদাবিহীন বিহু যে কেতিয়াবা উদযাপন কৰিব লাগিব সেই কথা ভাবিবই পৰা নাছিলো।’ এইদৰে কয় এজন উদ্যোক্তাই। জুবিন অবিহনে গভীৰ শূন্যতাই ৰঙালীৰ ৰং ম্লান কৰিছে বুলি কয় মহানগৰীৰ বাসিন্দাই। পদূলিৰ ব’হাগক আদৰিবলৈ অন্তৰে যেন সাহস কৰিব পৰা নাই বুলিও তেওঁ কয়।

আজি গৰু বিহুৰ দিনা হেজাৰ আধুনিকতাই গৰকিলেও অসমৰ আকাশে-বতাহে ব’হাগ তথা ৰঙালী বিহুৰ গুঞ্জন চিৰ প্ৰবহমান। কিন্তু এইবাৰ বহু পৰিমাণে পৰিৱেশ স্তিমিত। বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ সমাপ্ত হ’ল যদিও কঁকালত টঙালি বান্ধি বিহু উদযাপনৰ বাবে সাজু হ’ব পৰা নাই বিহুবলিয়া অসমীয়াই। কিয়নো প্ৰাণৰ শিল্পীৰ প্রয়াণৰ শোক এতিয়াও সজীৱ হৈয়ে আছে। ৰাজ্যত এইবাৰ জুবিন গাৰ্গবিহীন প্রথম বিহু উদযাপন হ’ব। পৰম্পৰা ৰক্ষা কৰি বিহুক আদৰিবলৈ সাজু হ’লেও ৰাজহুৱা উদযাপনত জুবিনৰ অভাৱ বাৰুকৈয়ে অনুভব কৰিছে অসমীয়াই। জুবিন নাই বাবেই কে’বাখনো উল্লেখযোগ্য মঞ্চৰ বিহু এইবাৰ স্থগিত ৰখা হৈছে। জুবিনৰ অনুপস্থিতিৰ বিষাদ অসমতে সীমাবদ্ধ থকা নাই, দেশৰ বিভিন্ন প্রান্ততে অনুভূত হৈছে প্রিয় শিল্পীৰ অনুভৱ। নগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙে ৰঙালী বিহুৰ শুভেচ্ছা সামাজিক মাধ্যমত জনাই লিখিছে, ‘জুবিনদা আপোনাক মিছ কৰিম।’

আনহাতে মঙলবাৰে গৰু বিহুৰ দিনাই জুবিন ক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ ৷জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰিয়জনক বিচাৰি উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ, সহ:শিল্পী ৰাজা বৰুৱা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Zubeen Garg
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d