Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Flood

দুর্গা পূজাৰ জনপ্রিয় মিঠাইৰ জন্ম মধ্যপ্রাচ্যত

publisher by publisher
September 27, 2025
in Flood
Reading Time: 1 min read
0
দুর্গা পূজাৰ জনপ্রিয় মিঠাইৰ জন্ম মধ্যপ্রাচ্যত
0
SHARES
2
VIEWS
ShareShareShareShare

Jilapi:✒️দুর্গা পূজা আৰু জেলেপীৰ মাজত যেন এটা ওতঃপ্রোত সম্পর্ক আছে। দুর্গী পৃজাত জেলেপী খোৱাটো সম্প্রতি এক পৰম্পৰাতে পৰিণত হৈছে। ভাৰতীয় মিঠাইৰ ভাণ্ডাৰত অসংখ্য নাম থাকিলেও জেলেপীৰ স্থানেই পৃথক। সৰু সৰু পাকত ডুবাই তেলত ভজাৰ পাছত চেনিৰ ৰসত ডুবাই তৈয়াৰ কৰা এই মিঠাই কেৱল স্বাদৰ বাবেই নহয়, ইয়াৰ ৰূপ আৰু সুগন্ধিয়েও মানুহৰ মন কাঢ়ি নিয়ে। এতিয়া প্রশ্ন হয় যে জেলেপী পুৱাৰ খাদ্য, সন্ধিয়া চাহৰ লগত খোৱা খাদ্য নে নিশাৰ খাদ্য?

ADVERTISEMENT

ইয়াৰ উত্তৰ হৈছে, প্রত্যেক সময়। পূজাৰ সময়ত এইবিধ মিঠাইৰ জনপ্রিয়তাই শীৰ্ষত আৰোহণ কৰে।লক্ষ্যণীয়ভাবে আজি আমি যি মিঠাইক ভাৰতৰ সবাতোকৈ প্রিয় মিঠাই বুলি কওঁ, তাৰ শিপা কিন্তু মধ্যপ্রাচ্যহে। খাদ্য ইতিহাসবিদব মতে, জেলেপীৰ উৎপত্তি ‘জালাবিয়া’ নাম লৈ মধ্যপ্রাচ্যত হৈছিল।

RelatedPosts

No Content Available

পাৰস্যৰ পৰা ব্যৱসায়ী আৰু পৰ্যটকৰ হাতত ধৰি ১৩ৰ পৰা ১৫শ শতিকাৰ ভিতৰত এই মিঠাই ভাৰতলৈ আহে। প্রাচীন পাৰস্যৰ প্রখ্যাত বন্ধনপুস্তিকা ‘কিতাব আল-তাৰিখ’ আৰু দশম শতিকাৰ ইবন হাইয়াৰ আল-বাববাকৰ গ্রন্থতো জেলেপীৰ উল্লেখ আছে।

সময়ৰ লগে লগে ভাৰতীয় বন্ধনশালাত এই মিঠাই সোমাই পৰে আৰু এতিয়া ই হৈ উঠিছে উৎসৱ আৰু আনন্দৰ প্রতীক। উত্তৰ ভাৰতৰ উত্তৰপ্রদেশ,বিহাৰ, ৰাজস্থান অথবা মধ্যপ্রদেশত জেলেপী পুৱাৰ আহাৰৰ অপৰিহার্য অংগ। গৰম গাখীৰ আৰু দৈৰ স’তে পৰিবেশন কৰিলে ইয়াৰ স্বাদ দ্বিগুণ হৈ পৰে।

পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ আৰু গুজৰাটত বিশেষকৈ দশেৰা আৰু দীপাৱলীৰ পুৱা ফাফড়াৰ স’তে জিল, জেলেপীৰ যুটি সবাতোকৈ জনপ্রিয়। দক্ষিন ভাৰতত অৱশ্যে বিয়লি চাহৰ স’তে বা পাতল জলপানত জেলেপী খোৱাৰ ৰীতি বেছিকৈ দেখা যায়।

কেৱল ভাৰতেই নহয়, দক্ষিণ এছিয়াৰ বহু দেশ আক মধ্যপ্রাচ্যত এতিয়াও ৰমজান তথা অন্যান্য উৎসৱত জেলেপী অপৰিহার্য। ৰেস্তোৰাৰ ডেজার্ট মেন্যুতো ই এক আধুনিক পৰিবেশনাত আছে-ৰাববিব স’তে বা পৃথক গৰম পৰিবেশন।

পুৱা গাখীৰত তিয়াই খোৱাই হওক বা সন্ধিয়া চাহৰ লগত, জেলেগী খোৱাৰ কোনো নির্ধাৰিত সময় নাই জেলেপীৰ ইতিহাসে যিদৰে বহু যুগ অতিক্রম কৰি আহিছে, সেইদৰে ইয়াৰ স্বাদো বহুমাত্রিক।

ই কেতিয়াবা ঐতিহ্য, কেতিয়াবা উৎসৱৰ অংশ, আকৌ কেতিয়াবা একান্তই নস্টালজিক। সেয়ে পুৱাৰ আহাৰ হওক বা নিশাৰ আহাৰৰ লগৰ মিষ্টান্ন, জেলেপী সদায় ভাৰতৰ যিকোনো সময়ৰ খাদ্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Jelpi
publisher

publisher

Related Posts

Pm Narenda Modi:অসমক কেন্দ্ৰৰ সকলো সহায়ৰ আশ্বাস মোদীৰ
News

June 4, 2025
Flood Situation In Assam:জটিল হৈয়ে আছে ৰাজ্যৰ বান পৰিস্থিতি, আৰু এজনৰ মৃত্যু

Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !

June 2, 2025
Heavy Rainfall: গুৱাহাটীত কৃত্রিম বানৰ তাণ্ডৱ,মুষলধাৰ বৰষুণত মহানগৰৰ অধিকাংশ অঞ্চলজলমগ্ন

May 30, 2025
Floods threatened in Middle Assam:কপিলীৰ গেট খুলিছে নীপকোৱে, মধ্য অসমত বানৰ আশংকা

May 22, 2025
Floods in Assam:বান-ক্ষতিৰ এটকাও নিদিলে কেন্দ্রই
Flood

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d