Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Pm Narenda Modi:অসমক কেন্দ্ৰৰ সকলো সহায়ৰ আশ্বাস মোদীৰ

বান পৰিস্থিতিৰ বুজ ল'লে প্রধানমন্ত্রীয়ে: এপিএছচিৰ পৰীক্ষাৰ দিন সলনিৰ সম্ভাৱনা

publisher by publisher
June 4, 2025
in Assam, Flood, News
Reading Time: 2 mins read
0
Pm Narenda Modi:অসমক কেন্দ্ৰৰ সকলো সহায়ৰ আশ্বাস মোদীৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

Dr.Himanta Viswa Sarma:আজি পদত্যাগ কৰিব মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Pm Narenda Modi:

অসমৰ সাম্প্ৰতিক বানৰ পৰিস্থিতিৰ বুজ লৈ প্ৰয়োজনীয় সকলো সাহায্য কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব বুলি আজি আশ্বাস দিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। প্রধানমন্ত্রীয়ে মঙলবাৰে ফোনযোগে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ পৰা বানৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়। এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় যে তেওঁ প্রধানমন্ত্রীক বিস্তৃতভাবে বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। তাৰ ভিত্তিত কেন্দ্ৰই সকলো প্ৰকাৰে সহায় কৰিব বুলি প্রধানমন্ত্রীয়ে জনায়।

ADVERTISEMENT

ইপিনে, মুখ্যমন্ত্রীয়ে মঙলবাৰে শিলচৰত উপস্থিত হৈ কাছাৰৰ বান পৰিস্থিতিৰ বুজ লয়। তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয় যে বানাক্ৰান্ত ৰাজ্যৰ প্ৰতিজন লোকক চৰকাৰে সহায় কৰিব। তদুপৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘চহৰ-নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত থকা জলাশয় সংৰক্ষণত সকলোৱে গুৰুত্ব দিব লাগে। জলাশয় সংৰক্ষণৰ জৰিয়তে নগৰীয়া বান বহু পৰিমাণে দূৰ কৰিব পৰা যায়। জলাশয় দ্রুত গতিত হ্রাস পোৱাৰ বাবে পৰিৱেশগত সমস্যা আহি পৰিছে।’

ইপিনে, কাছাৰৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে জিলাখনৰ পাঁচটা ৰাজহ চক্ৰৰ ১৪৬ খন গাঁও বানৰ কৱলত পৰিছে। জিলাখনত ৯০টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰবোৰত ৯০,২৯৪ গৰাকী লোকে আশ্রয় লৈ আছে। মুখ্যমন্ত্রীয়ে ছটা আশ্রয় শিবিৰ পৰিদৰ্শন কৰি বানপীড়িত লোকৰ স’তে মত বিনিময় কৰে। বৰাক নদীৰ জল পৃষ্ঠ এতিয়াও বিপদসীমাৰ ওপৰত থকা বুলি মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে চৰকাৰী বয়জ হায়াৰ ছেকেণ্ডাৰী স্কুল, নর্মাল স্কুল, কেন্দ্রীয় বিদ্যালয়, কচমিক মার্কেট মালিনী বিল, উকীল বজাৰ এলপি স্কুল আৰু হিৰণপ্রভা শিশু মন্দিৰত স্থাপন কৰা শিবিৰকেইটালৈ যায়।

# এপিএছচিৰ পৰীক্ষাৰ দিন সলনিৰ সম্ভাৱনা

অহা আঠ জুনত অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ চলিত বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ’ব। অৱশ্যে মুখ্যমন্ত্ৰীয়ে মঙলবাৰে শিলচৰত সাংবাদিকৰ আগত সদৰী কৰে যে বান পৰিস্থিতি জটিল হৈ থাকিলে পৰীক্ষাৰ দিন সলনি কৰা হ’ব পাৰে। তেওঁ কয়, ‘পৰীক্ষা পিছুৱাব বুলি কোনো পৰীক্ষার্থীয়ে ভাবিব নালাগে। এনেয়ে পৰীক্ষা পিছুৱালে পৰৱৰ্তী বছৰৰ নিযুক্তিত অসুবিধা হয়। যদি বান পৰিস্থিতি জটিল হৈ থাকে, তেতিয়াহে পৰীক্ষা পিছুওৱাৰ কথাটো বিবেচনা কৰা হ’ব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam FloodCM Himanta Biswa SharmaPM Modi
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d