Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Flood Situation In Assam:জটিল হৈয়ে আছে ৰাজ্যৰ বান পৰিস্থিতি, আৰু এজনৰ মৃত্যু

নগাঁৱত একাধিক নৈৰ ভাবুকি সৃষ্টি, ১৮১ খন ৰাজহ গাঁও জলমগ্ন, বুঢ়ীদিহিঙৰ বাঢ়নী পানীৰ তলত চাচনীৰ বিস্তীর্ণ অঞ্চল, বানৰ কৱলত মহুৰামুখত ৫১খন গাঁৱৰ ৯১২ হেক্টৰ কৃষিভূমি

publisher by publisher
June 4, 2025
in Assam, Flood, News
Reading Time: 3 mins read
0
Flood Situation In Assam:জটিল হৈয়ে আছে ৰাজ্যৰ বান পৰিস্থিতি, আৰু এজনৰ মৃত্যু
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Flood Situation In Assam:

সামগ্ৰিকভাৱে ৰাজ্যৰ বান পৰিস্থিতি জটিল হৈ আছে। বিভিন্ন জিলাৰ বৃহৎ অঞ্চল বর্তমানেও পানীৰ তলত আছে। এনে অৱস্থাতে হোজাইত বানত ডুবি এজন যুৱকৰ মৃত্যু হৈছে। সোমবাৰৰ বিয়লি বানৰ পৰা হাত সাৰিবলৈ হোজাইৰ যোগীজান বাৰিগেডিঙৰ নাৰায়ণ মল্লিক নামৰ লোকজনে ওখ স্থানলৈ যাত্রা কৰি থকা অৱস্থাত তেওঁক কপিলী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে। ফলত মল্লিকৰ মৃত্যু হয়। তেওঁক নিশাই স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়ত ভর্তি কৰে যদিও তাত চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষাৰ পাছত আজি আৰক্ষীয়ে তেওঁৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়ে।

ADVERTISEMENT

# কামপুৰত নিশাৰী নৈৰ সংহাৰ ৰূপ

নগাঁও জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত আছে। সাম্প্রতিক বানত জিলাখনৰ ১৮১খন ৰাজহ গাঁও ক্ষতিগ্রস্ত হৈছে। জিলাখনত একাধিক নৈৰ পৰা এতিয়াও ভাবুকিৰ সৃষ্টি হৈ আছে। আজি বিয়লি পাঁচ বজাত পোৱা তথ্য অনুসৰি, কামপুৰ আৰু ডিমা হাছাও জিলাৰ খেৰণিত কপিলী নৈৰ জলস্তৰ সামান্য হ্রাস পায়। অৱশ্যে কামপুৰত বৰ্তমানেও নৈখনৰ জলস্তৰ বিপদসীমাৰ ১.১৬ মিটাৰ ওপৰৰে বৈ আছে। তদুপৰি কামপুৰলৈ ভাবুকিৰ সৃষ্টি কৰিছে নিশাৰী নৈয়ে।

বৰপানী নৈয়ে ও অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছে। দুয়োখন নৈৰ বাঢ়নী পানীয়ে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কামপুৰ, কঠিয়াতলি, গৰুবাট আৰু জৰাবাৰী মৌজাৰ অধিকাংশ গাঁও বুৰাই ৰাখিছে। ইয়াৰ মাজতে যোৱা নিশা কপিলীৰ আন এখন উপ-নৈ নিশাৰীয়ে ও ফেনে ফোটোকাৰে বাঢ়ি আহি তেঁতেলীসৰা, কঠিয়াতলি, জুমৰমুৰ পঞ্চায়তৰ বহু গাঁৱৰ কৃষিভূমিকে ধৰি ঘৰ-দুৱাৰ, বাট-পথৰ প্ৰচুৰ ক্ষতিসাধন কৰে। তদুপৰি তেলিয়াআটি সংযোগী গড়কাপ্টানী পথৰ গোজোঙাহোলাতো বানে বিস্তৰ ক্ষতিসাধন কৰিছে। আনহাতে, কঠিয়াতলি মৌজাৰ টেপৰআটি-ম’হগড় পথটো নৈৰ খহনীয়াৰ কৱলত পৰাত পথটোৰে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে।

তেঁতেলীসৰা পঞ্চায়তৰ তেলিয়াআটি, কছাৰী খণ্ডকে ধৰি বহুকেইখন গাঁৱৰ ৰাইজ জলবন্দী হৈ আছে। ইপিনে, কামপুৰ-যমুনামুখ সংযোগী গড়কাপ্টানী পথৰ সৰিয়হতলিত কপিলী নৈৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। একেদৰে নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। অৱশ্যে চহৰত নৈৰ জল পৃষ্ঠ বিপদসীমাৰ ৫৩ ছেন্টিমিটাৰ তলেৰে বৈ আছে।

জিলা জলসম্পদ বিভাগৰ তথ্য অনুসৰি, জিলাখনত বানৰ কৱলত পৰা ১৮১খন ৰাজহ গাঁৱৰ ৯৫খন কামপুৰৰ, ৪৮খন ৰহাৰ, ১৩খন কলিয়াবৰৰ, ১০খন চামগুৰি আৰু ১৩খন নগাঁও সদৰৰ। আনহাতে, মঙলবাৰে নগাঁৱৰ লাওখোৱাৰ ভূৰবন্ধা আৰু বৰঘুলিত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ অৱস্থাৰ বুজ লয় মন্ত্রী কেশৱ মহন্তই। পাছত মন্ত্রীজনে সাংবাদিকৰ আগত কয় যে বানাক্ৰান্তসকলৰ বাবে প্রয়োজনীয় সাহায্য প্ৰদানৰ ব্যৱস্থা হাতত লোৱা হৈছে।

# বোকাখাতত বানত প্রভাৱিত ৫১খন গাঁৱৰ ৯৫২ হেক্টৰ কৃষিভূমি

ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপ-নৈসমূহ ফেনে ফোটোকাৰে বাঢ়ি আহি বোকাখাত সমষ্টিৰ মহুৰামুখৰ উত্তৰ অংশৰ বিস্তীর্ণ অঞ্চল বুৰাই পেলাইছে। এই বানত স্থানীয় ৰাইজে কৰা বৰো ধানৰ খেতিও নষ্ট হয়। মঙলবাৰে বানাক্ৰান্ত ৰাইজৰ অৱস্থাৰ বুজ লয় স্থানীয় বিধায়ক তথা মন্ত্রী অতুল বৰাই। মন্ত্রীজনে আজি বানে ধোৱা বোকাখাতৰ নিকৰি, নিকৰি বৰতল, বংকোৱাল কাঠনিবাৰী, ৰিৰি, যুগনীয়াআটি, দুই নম্বৰ পৰংগনীয়া আদি অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্তসকলৰ স’তে মত বিনিময় কৰে।

# বুঢ়ীদিহিঙৰ বানত বিধ্বস্ত চাচনী

বুঢ়ীদিহিং নৈৰ বাঢ়নী পানীয়ে চাচনী মৌজাৰ এক বিস্তীর্ণ অঞ্চল বুৰাই পেলাইছে। কালৰূপ ধাৰণ কৰা নৈখনৰ বানত মেৰবিল পঞ্চায়তৰ দাহাল-কুলাগড়া, নাহৰণি, দিহিংকিনাৰ দীঘলী, উৰিয়ামগুৰি, উৰিয়ামগুৰি মজদুৰ আদি গাঁৱৰ ২০টাৰো অধিক পৰিয়ালৰ বাসগৃহ বুৰ গৈছে। একেদৰে আমগুৰি পঞ্চায়তৰ এক নম্বৰ আৰু দুই নম্বৰ বালিগাঁও, টিংৰাই কৈবর্ত, দুই নম্বৰ টিংৰাই আদিৰ ৭৫-৮০টা বাসগৃহ বানৰ পানীত বুৰ গৈছে। এই বানত দুয়োখন পঞ্চায়তৰে শ শ বিঘা মাটিৰ খাৰিফ শস্য নষ্ট হৈছে। ২৫খন ৰাজহ গাঁৱৰে গঠিত বৃহৎ কৃষিভিত্তিক মৌজাখনৰ কৃষিজীৱী ৰাইজে সম্প্ৰতি হাহাকাৰ কৰিবলগীয়া হৈছে। ক্ষতিগ্রস্ত পৰিয়ালসমূহে বিদ্যালয়, মথাউৰি আদিত আশ্ৰয় লৈছে।

একাংশ বানাক্রান্ত প্রশাসনে স্থাপন কৰা আশ্রয় শিবিৰতো ভর্তি হৈছে। অৱশ্যে আজি পুৱাৰ পৰা বানৰ পানী কিছু হ্রাস পাইছে। ইপিনে, সদ্য বিজয়ী চাচনী জিলা পৰিষদৰ সদস্যা ৰাণী শইকীয়াসহ এটা দলে আশ্রয় শিবিৰত থকা লোকসকলৰ অৱস্থাৰ বুজ লৈছে। তদুপৰি নাহৰকটীয়াৰ বিভিন্ন দল-সংগঠনৰ লগতে আজি ৰাঙলীপথাৰ যুৱ সংঘই দুই শতাধিক বানাক্ৰান্তক আহাৰ যোগান ধৰে। ইপিনে, মথাউৰিত বাস কৰি থকা বানাক্ৰান্ত পৰিয়ালসমূহৰ সুৰক্ষাৰ বাবে অতিৰিক্ত সুৰক্ষা বান্ধ নিৰ্মাণ কৰিবলৈ স্থানীয় ৰাইজে জলসম্পদ বিভাগৰ প্ৰতি দাবী উত্থাপন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assamcmo ssamFlood Situation updateSDRF
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d