Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

এবছৰতে আঠ-১০ শতাংশ বৃদ্ধি

বংগৰ দুর্গোৎসৱত ৬৫ হেজাৰ কোটি টকাৰ ব্যৱসায়

publisher by publisher
October 7, 2025
in News, India
Reading Time: 1 min read
0
এবছৰতে আঠ-১০ শতাংশ বৃদ্ধি
1
SHARES
14
VIEWS
ShareShareShareShare

Durga Puja 2025:✒️এইবাৰৰ পশ্চিমবংগৰ শাৰদীয় দুর্গোৎসৱৰ অর্থনীতিয়ে ৬৫ হেজাৰ কোটি টকাক স্পর্শ কৰিলে। অর্থাৎ দুর্গতিনাশিনীৰ পূজাৰ কেইদিনত ৰাজ্যখনত এই বুজন অংকৰ ধনৰ ব্যৱসায় সম্পন্ন হয়। সমগ্র ৰাজ্যখনৰ ভিতৰত কলকাতাত সর্বাধিক অংকৰ ব্যৱসায়-বাণিজ্য আছিল। দুর্গা পূজাৰ কেইদিনত হোৱা ব্যবসায়-বাণিজ্যৰ ৬৫ৰ পৰা ৭০ শতাংশই কলকাতাৰ আছিল। এই সম্পর্কত অর্থনীতিবিদ অজিতাভ ৰায়চৌধুৰীয়ে কয় যে যোৱা বছৰৰ তুলনাত এইবাৰ পশ্চিমবংগত শাৰদীয় উৎসৱৰ সময়ত ব্যবসায়িক লেনদেন কমেও আঠৰ পৰা ১০ শতাংশ বৃদ্ধি পায়।অর্থাৎ শাৰদীয় দুর্গোৎসৱে সামগ্রিকভাৱে ৰাজ্যখনৰ অর্থনীতিলৈ বৰঙণি আগবঢ়ায়।

ADVERTISEMENT

উল্লেখ্য যে ২০১৯৩ ব্রিটিছ কাউন্সিলে সম্পন্ন কৰা এক অধ্যয়নত দেখা যায় যে কলকাতাৰ দুর্গা পূজাৰ অর্থনীতি ৩৩ হেজাৰ কোটি টকাৰ। যোৱা বছৰ পশ্চিমবংগত পূজাৰ সময়ৰ ব্যৱসায় ৫৫ হেজাৰ কোটিৰ পৰা ৫৭ হেজাৰ কোটি টকা আছিল। ব্যবসায় জগতৰ অভ্যন্তৰৰ হিচাপ মতে ৰাজ্যখনত এইবাৰ দুর্গোৎসৱৰ সময়ত ব্যৱসায়-বাণিজ্য ৭০ হেজাৰ কোটি টকাৰ ঘৰক অতিক্ৰম কৰে।

RelatedPosts

ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

Bijoya Dasami:আজি বিজয়া দশমী ,শিলচৰত পুৱাৰে পৰা আৰম্ভ দেৱীক বিসর্জন দিয়া প্ৰক্ৰিয়া

পূজাৰ সময়ত এনেদৰে ফেচিয়েল কৰিলে মুখখন উজ্জ্বল হ’ব

এই ক্ষেত্ৰত জিএছটি হ্রাসেও ইতিবাচক প্রভাৱ পেলায় বুলি ধাৰণা কৰা হৈছে। লক্ষ্যণীয়ভাবে জিএছটি পৰিষদে দুর্গোৎসৱৰ আগে আগে জিএছটি হ্রাস পাব বুলি ঘোষণা কৰাত ব্যৱসায়-বাণিজ্য কিছু মন্দা হয়। কাৰণ বহু গ্রাহকে প্রয়োজনীয় সামগ্রী ক্রয়ৰ বাবে দুর্গোৎসৱৰ সময়লৈ অপেক্ষা কবে। সেই অনুসৰি জিএছটি হাসৰ পাছত বহুতে প্রয়োজনীয় সামগ্রী কিনিবলৈ বজাৰত উথপথপ্ লগায়। উল্লেখ্য যে এইবাৰ কলকাতাত ২৫শ দুর্গা পূজা সমিতিয়ে পূজা আয়োজন কৰে। এই পূজা সমিতিসমূহে প্রতিমা, মণ্ডপ সজাই পৰাই তোলা, পোহৰ আৰু ধর্মীয় অনুষ্ঠানৰ বাবদ প্রায় দুশ কোটি টকা ব্যয় কৰে।

এই কথা সদৰী কৰে ফ’ৰাম ফৰ দুর্গোৎসৱৰ প্ৰতিষ্ঠাপক সদস্য পার্থ ঘোষে। গতিকে সমগ্র ৰাজ্যখনত প্রতিমা, মণ্ডপ সজাই পৰাই তোলা আদিত কমেও ৪৫০ কোটি টকা ব্যয় হয়। এনেদৰে বিপুল অংকৰ ধন ব্যয় হোৱাত প্ৰতিমাৰ খনিকৰ, কাৰু শিল্পী, শ্রমিক আৰু ক্ষুদ্র ব্যৱসায়ীসকল আর্থিকভাবে প্ৰচুৰ লাভান্বিত হয়। একেদৰে হোটেল, ৰোস্তোৰাঁসমূহেও বৃহৎ অংকৰ ধন আয় কৰে। পূজাৰ কেইদিনত বিভিন্ন ৰেস্তোৰাঁত গ্রাহক ২০ৰ পৰা ২৫ শতাংশ পর্যন্ত বৃদ্ধি পায়। এই সম্পর্কত এটা ব্যৱসায় সংস্থাৰ স’তে জড়িত বিষয়ববীয়াই জনায় যে পূজাৰ কেইদিনত কলকাতা মহানগৰৰ ৰেস্তোৰাঁসমূহৰে আয় ১২শ কোটি টকাৰ পৰা ১৫শ কোটি টকা হয়।

কাৰণ বিভিন্ন ৰেস্তোৰাঁত অভিলেখ সংখ্যক গ্রাহকে ভিৰ কৰে। একেদৰে কলকাতাৰ আঠটা বৃহৎ শ্বপিংমলে পূজাৰ কেইদিনত সামগ্রিকভাবে নশ কোটি টকাৰ ব্যৱসায় কৰে। এই সম্পর্কত কলকাতাৰ দুটা মল পৰিচালনা কৰা অম্বুজা নিঅ’চিয়াৰ ৰমেশ পাণ্ডেই কয় যে যোবা ছেপ্টেম্বৰৰ অন্তিমৰ পৰা বয়-বস্তুব চাহিদা বৃদ্ধি পায়। ফলত পূজাৰকেইদিনত ব্যৱসায়-বাণিজ্যই বিশেষ স্থান দখল কৰে। বিগত কেইদিনত এক্র’পলিচ মলত পদার্পণ কৰা লোকৰ সংখ্যা যোৱা বছৰৰ পূজাৰ কেইদিনতকৈ ১০ৰ পৰা ১৫ শতাংশ বৃদ্ধি পায়। ইয়াৰ অনুপাতত বিক্রীও বৃদ্ধি পায়।

অৱশ্যে পূজাৰ কেইদিনত পৰম্পৰাৰ বজাৰসমূহৰ আয় ২০ শতাংশ হ্রাস পায়। ইয়াৰ কাৰণ হৈছে পূজাৰ আগৰ পৰা হোৱা নেবেনেপেৰা বৰষুণ। আনহাতে, কনফেডাৰেছন অৱ ৰেষ্ট বেংগল ট্রেড এছ’চিয়েছনছৰ মতে গৰিয়াহাট, হাটিবাগান আৰু নিউ মার্কেটত পূজাৰ কেইদিনত সামগ্রিকভাবে আঠশ কোটি টকাৰ সা-সামগ্রী বিক্রী হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Durga puja 2025Kalkalta
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d