Suspension: জুবিন গাৰ্গৰ ২ দেহৰক্ষীক নিলম্বন

দুয়োৰে একাউণ্টত ১ কোটিৰো অধিক ধনৰ লেনদেন হোৱাৰ অভিযোগ, দুয়োকে এছ আই টিয়ে চলাইছিল জেৰা

tt 1

Suspension:

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু কনিষ্টবল নন্দেশ্বৰ বৰাক নিলম্বন অসম আৰক্ষীৰ ৷ আৰক্ষীৰ বিশেষ শাখাৰ জোৱান আছিল দুয়ো দেহৰক্ষী ৷ উল্লেখ্য দুই দেহৰক্ষীৰ বেংক একাউণ্টত লেনদেন হৈছিল ১ কোটিৰো অধিক ধন। এই সন্দৰ্ভত এছ আই টিয়ে দুয়োকে জেৰা চলোৱাৰ পিছতে তেওঁলোকৰ একাউণ্টৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হোৱাৰ তথ্য পোহৰলৈ আহিছিল ।
Exit mobile version