Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মাটিৰ লোভতে মুখ্যমন্ত্রী-মন্ত্রী-বিধায়কে কিনিছে এখনৰ পাছত আনখন চাহ বাগিচা

publisher by publisher
October 15, 2025
in News, Assam
Reading Time: 1 min read
0
মাটিৰ লোভতে মুখ্যমন্ত্রী-মন্ত্রী-বিধায়কে কিনিছে এখনৰ পাছত আনখন চাহ বাগিচা
2
SHARES
24
VIEWS
ShareShareShareShare

CM:✒️মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আদিবাসী-চাহ জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰা বুলি মঙলবাৰে এক তথা জ্যেষ্ঠ কংগ্রেছ নেতা ৰাজু চাহু আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ সমন্বয়ক ঝাৰখণ্ডৰ প্রদীপ বালামুশ্বুৱে। চাহুৱে কয় যে মুখ্যমন্ত্রী শর্মা দীর্ঘদিন ধৰি অসমৰ নেতৃত্বত থাকিলে ৰাজ্যৰ চাহ বাগিচাসমূহ ধ্বংসত পতিত হ’ব।

ADVERTISEMENT

তেওঁ কয়, ‘বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা ভয়াৱহ ষড়যন্ত্রৰ পৰিণতিত বিভিন্ন চাহ কোম্পানীসমূহে বাগিচা বিক্রী কৰি আঁতৰি গ’ল। সংবাদমেলত অভিযোগ কৰে প্রাক্তন বিধায়ক এই ভয়াৱহ অভিসন্ধিৰ বাবে মেকলয়ড বাছেল, বাৰেণ্ট ইন্ডিয়া টি লিমিটেড আদিকে ধৰি কোম্পানীসমূহে চাহ বাগিচাবোৰ বিক্ৰী কৰি থৈ গ’ল। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়ক, বৃহৎ পুঁজিপতিয়ে এই বাগিচাসমূহ ক্ৰয় কৰিছে। ইয়াৰ বাবে তেওঁলোকে এখন নতুন আইন প্রণয়ন কৰে যে চাহ বাগিচাৰ ১০ শতাংশ আন কামত ব্যৱহাৰ কৰিব পাৰিব। এই আইন ব্যৱহাৰ কৰি মুখ্যমন্ত্রী শৰ্মা আৰু তেওঁৰ মন্ত্রীসভাৰ আন আন সদস্যসকলে কোম্পানীৰ পৰা কম দামত ক্ৰয় কৰি আন কামত ব্যৱহাৰৰ ষড়যন্ত্ৰৰ কথা আজি অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে বুজি পাইছে।’

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

তেওঁ পুনৰ কয়, ‘মানুহখিনিৰ বাবে নহয়, মাটিৰ লোভত তেওঁলোকে বাগিচাসমূহ ক্ৰয় কৰি আছে। চাহ বাগিচাক লৈ এটা বৃহৎ অশুভ চক্র সক্রিয় হৈ আছে। এইখন চৰকাৰ থাকিলে অসমত চাহ বাগিচা নাথাকে।’ তেওঁ কয় যে বিজেপি চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত প্ৰদান কৰা প্রতিশ্রুতিসমূহ পূৰণ কৰা নাই।

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ নেতা বালামুশু আৰু চাহুৱে কয়, ‘বিজেপিয়ে ঢাক-ঢোল বজাই থাকে; কিন্তু আজি পর্যন্ত মাটি পট্টা প্ৰদান নকৰিলে। এশদিনৰ ভিতৰত মজুৰি বৃদ্ধিৰ প্রতিশ্রুতি দিছিল, কিন্তু এটাও পালন নকৰিলে। সেয়েহে লাখ লাখ ৰাইজ আজি পথলৈ ওলাই আহিছে, আন্দোলনত নামি পৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছিল যে বিজেপিৰ মানুহো আন্দোলনত জড়িত হৈছে। আমি ভাল পাইছো যে বিজেপিৰ মানুহ আহিছে, কিন্তু তেওঁলোকে হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, নৰেন্দ্ৰ মোদী মুর্দাবাদ ধ্বনি দিছে। বিজেপি চৰকাৰ হায় হায় বুলি কৈছে। বিজেপিৰ মন্ত্ৰী-বিধায়ক-সাংসদ কাকো আমি আন্দোলনত দেখা নাই। কামাখ্যা প্রসাদ তাছা, পল্লবলোচন দাস, হকে-বিহকে কথা কৈ থকা ৰূপজ্যোতি কুর্মীকে ধৰি কোনো এজনো মন্ত্রী-বিধায়ক-নেতা তাত নাছিল। মুখ্যমন্ত্রীয়ে ছলাহী কথা কৈ বিষয়টো অইনফালে ঢাল খুৱাব বিচাৰিলে নহ’ব। এইবাৰ আমাৰ চাহ জনগোষ্ঠীৰ বিভিন্ন সংগঠনসকলো একত্রিত হৈছে।’

চাহুৱে কয় যে খাদ্যৰ অভাৱত ৮০ শতাংশ চাহ জনগোষ্ঠীৰ লোকৰ ওজন ৫০ কিলোৰ কম। প্ৰ’টিনৰ অভাৱত, মাছ-মাংসৰ অভাৱত শৰীৰৰ ওজন এইদৰে কমি গৈছে। চৰকাৰে এই কথাবোৰ অনুধাৱন কৰিব পৰা নাই। তিলতিলকৈ এই জনগোষ্ঠীৰ লোকসকলক মাৰিবলৈ পৰিকল্পনা কৰিছে বিজেপি চৰকাৰে। চাহ বাগিচা ধ্বংস কৰিবলৈ পৰিকল্পনা কৰিছে। মানুহে পৰিকল্পনাবোৰ বুজি পাইছে। তেওঁলোকৰ অভিসন্ধিবোৰ ফাদিল হৈছে।’

তেওঁ কয় যে বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে আন্দোলন হৈছে। অনাগত সময়ত শিৱসাগৰ, যোৰহাট, নগাঁও,গোলাঘাট, তেজপুৰকে আদি কৰি সমগ্ৰ অসমতে এই আন্দোলন হ’ব বুলি চাহুবে কয়। তেওঁ কয়, ‘ফাকিবাজ বিজেপি চৰকাৰ। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত জনজাতিকৰণৰ বাবে এখন কমিটী বনাই দিয়া হৈছিল আৰু ইয়াৰ অধ্যক্ষ আছিল তেতিয়া মন্ত্রী হৈ থকা হিমন্ত বিশ্ব শর্মা। তেওঁ অধ্যক্ষ হৈ থাকি অসমৰ পৰা কোনো ধৰণৰ অনুমোদন প্ৰেৰণ কৰা নাই। এতিয়া আকৌ ছমাহৰ ভিতৰত কৰিম, নৱেম্বৰত কৰিম-ডিচেম্বৰত কৰিম এইবোৰ ক’বলৈ ধৰিছে। তেওঁ কি কৈছে তেওঁ বুজি পাইছে। আন্দোলনত মোৰেই মানুহ আছিল বুলি মিছা কথাবোৰ কৈছে। মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীৰ প্ৰতিবাদত বিজেপিৰ লোক আছে বুলি কোৱাটো হাস্যকৰ। কিন্তু তেওঁ বুজিব লাগিব যে এই সমস্যা সমাধানৰ দায়িত্ব তেওঁৰে। তেওঁ সমাধান কৰিবই লাগিব। ইয়াত বিজেপি-কংগ্রেছ বুলি কথা নাই। এইটো এটা জাতিৰ সমস্যা। চৰকাৰত যিয়ে আছে, সিয়েই সমস্যা সমাধান কৰিব লাগিব। বিগত সময়ত কংগ্রেছে সমস্যা সমাধান নকৰা বাবে ৰাইজে প্রত্যাখ্যান কৰিলে। এইবাৰ বিজেপিৰ চৰকাৰ, তেওঁলোকে সমস্যা সমাধান কৰক। তেতিয়াহে শাসনত তিষ্ঠি থাকিব পাৰিব।’

অনাগত সময়ত অধিক শক্তিশালী আন্দোলন হ’ব বুলি সকীয়াই দিয়ে চাহুবে। গুৱাহাটীতো এক মহাৰেলী হ’ব বুলি চাহুৱে হুংকাৰ দিয়ে। তেওঁ কয়, ‘বিজেপি চৰকাৰৰ দিনত আদিবাসী-চাহ জনগোষ্ঠী সম্পূর্ণরূপে বঞ্চিত হৈছে। চাহ জনগোষ্ঠী-আদিবাসীৰ শিক্ষিত নিবনুৱাক তিনি শতাংশক চাকৰি দিম বুলি আইন প্রণয়ন কৰিলে। তেওঁলোকে কৈছে যে ডেৰ লাখক চাকৰি দিছে। মুখ্যমন্ত্রী শৰ্মাই জনাব পাৰিব নে যে ডেৰ লাখৰ ভিতৰত তিনি শতাংশ চাকৰি পালে নে নাই? ডেৰ লাখৰ ভিতৰত আইন অনুসৰি, কেইজনে চাকৰি পালে মুখ্যমন্ত্রী শর্মাই জনাব পাৰিবনে? এইবোৰ আভুৱা ভাঁৰি আছে। কিন্তু আৰু নহ’ব, এইবাৰ ৰাইজে বুজি পাইছে।’

তেওঁ পুনৰ কয়, ‘আমাৰ কোনো ধন নাই, সেয়েহে ৰাইজে নিজে ধন সংগ্ৰহ কৰি আহিছে। নিজেই গাড়ী-বাছ ভাড়া কৰিছে, ট্রাক-অট’ ভাড়া কৰি আহিছে। লগত ৰুটি-পানীৰ বটল লৈ আহিছে। চৰকাৰে কথাবোৰ বুজা উচিত। অহা সাত মাহৰ ভিতৰত জনজাতিকৰণ কৰিব পাৰিব বুলি আমি বিশ্বাস কৰা নাই। হিমন্ত বিশ্ব শর্মা অধ্যক্ষ হৈ থাকোতেই অনুমোদনৰ তালিকা প্ৰেৰণ নকৰিলে, তেওঁ এতিয়া আৰু কি জনজাতিকৰণ কৰিব সেয়া মহাপ্রতাপী মুখ্যমন্ত্রীজনেহে জানিব। মুঠতে চাহ বাগিচা ধ্বংসৰ বাবে বিজেপি এক নম্বৰ দল। বিজেপি থাকিলে চাহ বাগিচা নাথাকে। দুশ বছৰীয়া চাহ উদ্যোগ ধ্বংসৰ মুখলৈ ঠেলি দিলে। বিজেপিৰ নেতা আৰু বৃহৎ ব্যৱসায়ীৰ স্বাৰ্থত ধ্বংসৰ মুখলৈ ঠেলি দিলে। কেনিয়া আৰু বাংলাদেশৰ পৰা ভাৰত চৰকাৰে চাহপাত ক্ৰয়ৰ ব্যৱস্থা কৰা বাবে অসমৰ চাহ উদ্যোগ আজি ধ্বংসৰ মুখলৈ গৈছে। এই ষড়যন্ত্রত মুখ্যমন্ত্রী প্রত্যক্ষভাবে জড়িত।’

ডিব্ৰুগড় আৰু তিনিচুকীয়াত লাখ লাখ চাহ শ্রমিকে কৰা প্ৰতিবাদক চৰকাৰে গুৰুত্ব দিয়া নাই বুলি চাহুৱে কয়। সংবাদমেলত বালমুশ্বুৱে প্রশ্ন কৰে যে ঝাৰখণ্ডত জনজাতি হিচাপে স্বীকৃতিপ্রাপ্তসকল অসমত কিয় জনজাতি নহয়। জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বাবে তেওঁ দাবী উত্থাপন কৰে। আনহাতে, বৰ্তমানৰ চৰকাৰখনে চাহ জনজাতিৰ লোকসকলৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে কংগ্রেছে বিষয়টো সন্দর্ভত এক চিন্তন বৈঠক অনুষ্ঠিত কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCMHimanta Biswa Sarma
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d