নিৰ্বাচনৰ পূৰ্বে অসমত নহয় SIR

election commission 9f

SIR:✒️চলি থকা চৰ্চা অনুসৰিয়ে দেশজুৰি ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ)ৰ বাবে প্রস্তুতি চলাইছে নির্বাচন আয়োগে।

আজি আবেলি দিল্লীৰ বিজ্ঞান ভৱনত আয়োগৰ এক সংবাদমেলতে এই ঘোষণা কৰা হয়।

নিৰ্বাচনৰ পূৰ্বে অসমত নহয় SIR।নির্বাচনমুখৰ পশ্চিমবংগ, কেৰালা, পুডুচেৰী আৰু তামিলনাড়ুকে ধৰি ১২খন ৰাজ্যত হ’ব SIR ।

উল্লেখ্য যে,২৬ ৰ সাত ফেচাৰি নৱেম্বৰৰ পৰা হ’ব SIR ৰ কাম। চাৰি নবেম্বৰৰ পৰা হ’ব SIR ৰ কাম।

Exit mobile version