Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

‘ৰৈ ৰৈ বিনালে’ত আন্তঃৰাষ্ট্ৰীয় পাইৰেচী চক্ৰৰো হাতোৰা

publisher by publisher
November 13, 2025
in News, Assam
Reading Time: 1 min read
0
‘ৰৈ ৰৈ বিনালে’ত আন্তঃৰাষ্ট্ৰীয় পাইৰেচী চক্ৰৰো হাতোৰা
1
SHARES
10
VIEWS
ShareShareShareShare

Roi Roi Binale:✒️বছৰীয়া অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত বাজীমাৎ কৰিলে ‘ ৰৈ ৰৈ বিনালে’ই। একে সময়তে ছবিখনৰ পাইৰেচীক লৈ আৰক্ষীৰো তদন্তত বহু দিশ উন্মোচিত হৈছে। ছিংগাপুৰৰ সাগৰত ৰহস্যজনক মৃত্যুক সাবটি লোৱা জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ‘ ৰৈ ৰৈ বিনালে’ ছবিখনে বক্স অফিচত ধুমুহা অব্যাহত ৰখাৰ সময়তে অসম আৰক্ষীৰ চিআইডিৰ কাৰ্যালয়ত চলিছে প্ৰাণৰ শিল্পীগৰাকীক হত্যাৰ অভিযোগৰ তদন্তও।

ADVERTISEMENT

হিয়াৰ আমঠু শিল্পীগৰাকীৰ অন্তিম ছবিখন চাবলৈ অসমৰ বাহিৰে-ভিতৰে চিত্ৰগৃহত দৰ্শকৰ ভিৰ অব্যাহত আছে। এই সময়ত সমগ্ৰ দেশৰ চিত্ৰগৃহৰ এগৃহৰ ১৮০ খন পর্দাত ‘ৰৈ ৰৈ বিনালে’ প্রদর্শিত হৈ আছে। অসমৰ কে’বাটাও চিত্রগৃহত দৈনিক ১০টা পর্যন্ত প্রদর্শনী অনুষ্ঠিত হৈছে। এই বৃহৎ সফলতাৰ বাবে যোৱা ৩১ অক্টোবৰত মুক্তি লাভ কৰা ছবিখনে মাত্র ১২ দিনতে উপাৰ্জন কৰিবলৈ সক্ষম হয় ১৯.২৮ কোটি টকা। এয়া গৌৰৱময় অসমীয়া চলচ্চিত্ৰখনত স্থাপিত নতুন অভিলেখ।

RelatedPosts

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

জুবিন বিহীন গৰু বিহুৰ দিনাই জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ,পামী বৰঠাকুৰ

কোনো অসমীয়া ছবিয়েই পূর্বে ইমান বৃহৎ বাণিজ্যিক সফলতা লাভ কৰা নাছিল। এতিয়াও আৰু বহুদূৰ আগবাঢ়িবলৈ আছে জুবিনৰ ছবিখনে। আটাইতকৈ দ্রুত গতিত ইমান বৃহৎ বাণিজ্যিক সফলতা লাভ কৰা অসমীয়া ছবিৰ অভিলেখো স্থাপন কৰিলে ‘ৰৈ ৰৈ বিনালে’ই।

জুবিন গাৰ্গৰ ছবিখনৰ জৰিয়তে অসমত চলচ্চিত্ৰৰ জগতত আন্তঃৰাষ্ট্ৰীয় পাইৰেচী চক্ৰৰ প্ৰৱেশৰ উদ্বেগজনক তথ্যও পোহৰলৈ আহিছে। ইয়াকে লৈ গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ চলচ্চিত্র সমাজ। ছবিখন ব্যাপক হাৰত পাইৰেচী হোৱাক লৈ ‘ৰৈ ৰৈ বিনালে’ৰ লগত জড়িতসকলে অসম আৰক্ষীৰ দ্বাৰস্থ হৈছে। পাইৰেচীক লৈ গোচৰো ৰুজু হৈছে। স্থানীয় একাংশ দুষ্কৃতিকাৰীৰ লগতে পাইৰেচীৰ লগত আন্তঃৰাষ্ট্ৰীয় চক্রও জড়িত থকাৰ তথ্য উদ্ধাৰ হৈছে। ইয়াৰ উপৰি এই কাণ্ডত অসমীয়া ছবি বিৰোধী আন এটা চক্রও জড়িত থকাৰ গভীৰ সন্দেহ প্রাথমিক বহু তথ্যৰ আধাৰত কৰা হৈছে। তদন্তকাৰী আৰক্ষীৰ সূত্ৰৰ তথ্য অনুসৰি, অতি জনপ্রিয় হোৱা হিন্দী অথবা দক্ষিণ ভাৰতীয় ভাষাৰ ছবি আন্তঃৰাষ্ট্ৰীয় পাইৰেচী চক্ৰৰ গ্ৰাসত পৰাৰ তথ্য আছে। অসমক সেই চক্রটোৱে ইমান দিনে গুৰুত্ব দিয়া নাছিল।

যোৱা কেইবছৰমানৰ ভিতৰত কে’বাখনো অসমীয়া ছবিয়ে বৃহৎ বাণিজ্যিক সফলতা অর্জন কৰিবলৈ সক্ষম হয়। তথাপি চক্ৰটোৰ হাতোৰা অসমীয়া ছবি জগতখনলৈ সম্প্ৰসাৰিত হোৱা নাছিল; কিন্তু জুবিনৰ ছবিখনে মুক্তিৰ প্ৰথম দিনটোৰ পৰাই যি অভাৱনীয় বাণিজ্যিক সফলতা লাভ কৰিবলৈ সক্ষম হয়, তাৰ ফলতেই আন্তঃৰাষ্ট্ৰীয় পাইৰেচী চক্ৰৰ গ্ৰাসতো অসমীয়া ছবি সোমাই পৰে।

ইয়াৰ লগতে অসমীয়া ছবি বিৰোধী আন এটা চক্রও ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী কৰাত জড়িতৰ সন্দেহ কৰা হৈছে। ইতিহাস দীঘলীয়া হ’লেও চালুকীয়া অৱস্থাত থকা অসমীয়া ছবিয়ে অসমৰ চাৰিসীমাৰ ভিতৰতেই যে কোটি কোটি টকাৰ ব্যৱসায় কৰিব পাৰে, সেয়া বহুতেই ধাৰণাই কৰা নাছিল। অথচ যোৱা কেইবছৰমানত নির্মিত ইখনৰ পাছত সিখন ছবিয়ে কোটি কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয়।

ইয়াৰ ফলত অসমীয়া ছবি নির্মাণৰ সংখ্যা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ বাণিজ্যিক সফলতা লাভ কৰা ছবিৰ সংখ্যাও বৃদ্ধি হৈছে। চলিত বর্ষতেই ‘ভাইমন দা’ নামৰ ছবিখনে ১৫ কোটিৰো অধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয়। অসমীয়া ছবিৰ এই সফলতাৰ ফলত ব্যাঘাত জন্মিছে বহিঃৰাজ্যত নির্মিত অন্য ভাষাৰ ছবিৰ বজাৰত। অসমীয়া ছবিৰ বাবেই বহু বিগ বাজেটৰ হিন্দী ছবিও ৰাজ্যখনত মুখথেকেচা খায়। ইয়াকে লৈ অসমীয়া ছবি বিৰোধী এটা চক্র সক্রিয় হোৱাৰ তথ্য কেতিয়াবাই পোহৰলৈ আহিছে। ‘ ৰৈ ৰৈ বিনালে’ তেনে চক্ৰৰ বলি হোৱাৰ গভীৰ আশংকা কৰা হৈছে।

ইয়াৰ মাজতে আকৌ অসমৰো দুষ্কৃতিকাৰীয়ে ছবিখন চিত্রগৃহত গোপনে ৰেকর্ডিং কৰি সামাজিক মাধ্যমত ৰাজহুৱা কৰাৰ ঘটনাও সংঘটিত হৈছে। ছবিখন পাইৰেচী নকৰিবলৈ নিৰ্মাতা গোষ্ঠীয়ে ৰাইজক বাৰম্বাৰ অনুৰোধ জনোৱা সত্ত্বেও একাংশ লোক এনে কাণ্ডত জড়িত হৈ পৰিছে। আজি তেনে এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গোৱালপাৰাৰ লক্ষীপুৰৰ ৰফিকুল ইছলাম নামৰ এজন যুৱকক কালি এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে।

সম্প্রতি মহানগৰীৰ পাণবজাৰ আৰক্ষী থানাত ৰখা ৰফিকুলে নিজৰ ‘ৰফিকুল আৰ ব্লগ’ নামৰ ইউটিউব চেনেলত গোটেই ছবিখন আপলোড কৰিছিল। আৰক্ষীয়ে ধৃত ছফিকুলৰ জেৰা অব্যাহত ৰাখিছে। একেদৰে ধুবুৰীতে আছিকুৰ হুছেইন নামৰ যুৱকক। ধুবুৰীৰ ঝুগ্ৰাপাৰৰ বাসিন্দা আছিকুৰে ম’বাইল ফোনৰে ছবিখন ৰেকর্ডিং কৰি সামাজিক মাধ্যমত আপলোড কৰিছিল। আছিকুৰৰ ম’বাইল ফোনটোও আৰক্ষীৰে জব্দ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assamese MoviemovieRoi Roi binaleZubeen Garg
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d