Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

    বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পুৰণি ৰকেটৰেই সম্ভৱ হ’ল মঙল অভিযান

publisher by publisher
November 15, 2025
in News, science
Reading Time: 1 min read
0
পুৰণি ৰকেটৰেই সম্ভৱ হ’ল মঙল অভিযান
1
SHARES
14
VIEWS
ShareShareShareShare

Jeff Bezos:✒️প্ৰথম অভিযান থমকি ৰৈছিল বেয়া বতৰৰ কাৰণে। যদিও দ্বিতীয়বাৰত ব্যর্থ নহ’ল, বৰঞ্চ মঙল অভিযানত সফল ৰকেট উৎক্ষেপণৰে ‘এক গুলিত দুই চিকাৰ’ কৰিলে মার্কিন উদ্যোগপতি জেফ বেজোছৰ কোম্পানী ব্লু অৰিজিনে। প্রথমতে, নাছাই প্রথমবাৰলৈ কোনো বেচৰকাৰী উদ্যোগত মঙল অভিযান কৰিছে। দ্বিতীয়তে, যিটো গধুৰ ৰকেটে দুখন মহাকাশ যান লৈ ৰঙাগ্ৰহৰ উদ্দেশ্যে ৰাওনা হৈছে,সেইটো পুৰণি।

ADVERTISEMENT

বিভিন্ন উপায়েৰে মেৰামতি কৰি সেই ৰকেটটো পুনর্ব্যৱহাৰযোগ্য কৰি তোলা হৈছে। ইয়াত খৰচো ৰাহি হৈছে। ইয়াৰ দ্বাৰাই বেচৰকাৰী মহাকাশ অভিযানত এলন মাস্কৰ কোম্পানী স্পেচ এক্সক প্রত্যাহ্বান জনালে বেজোছৰ কোম্পানীয়ে। তেওঁলোকে লগতে দাবী কৰিছে যে ৰকেটক এইদৰে পুনৰ্য্যৱহাৰযোগ্য কৰি তুলিব পাৰিলে অনেক কম খৰচতে মহাকাশ অভিযান কৰিব পাৰি।

RelatedPosts

Rocket : ইতিহাস ৰচিলে ভাৰতে : মহাকাশত উৰিল আটাইতকৈ বেছি ওজনৰ ৰকেট –

বৃহস্পতিবাৰে ফ্ল’ৰিডাৰ কেপ কেনাভেৰালৰ পৰা ব্লু অৰিজিনৰ নিউ গ্লেন বুষ্টাৰ ৰকেটৰ সফল উৎক্ষেপণ কৰা হয়। কেৱল সেয়াই নহয়, নিজৰ কাম সমাধা কৰি মিনিটৰ ভিতৰতে ৰকেটটো সফলভাবে ঘূৰিও আহে। আটলান্টিক মহাসাগৰৰ জেকলিনত অৱতৰণ কৰে ৩২০ ফুট দীঘল ৰকেটটোৱে। ব্লু অৰিজিনৰ সূত্রই জনাইছে যে এই ৰকেটটো এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে ইয়াক কমেও ২৫ বাৰ ব্যৱহাৰ কৰিব পাৰি। বেচৰকাৰী উদ্যোগত মহাকাশ গৱেষণা আৰু অভিযানত এই ধৰণৰ প্ৰযুক্তিৰ ব্যৱহাৰ অতি জৰুৰী। তাত খৰচো কমে।

অৱশ্যে ইচ্ছা কৰিলেই জানো ৰকেটক পুনর্ব্যৱহাৰ কৰি সফল উৎক্ষেপণ সম্ভৱ হয়? এই কামত স্পেচ এক্সৰ ব্যৰ্থতাৰ ইতিহাস আছে। তেওঁলোকৰ ফেলকন নাইন ৰকেট অতি গধুৰ। তাক পুনর্ব্যৱহাৰযোগ্য কৰি পুনৰ উৎক্ষেপণৰ চেষ্টা কৰা হৈছিল; কিন্তু উঠাৰ পাছতে সেইটো ভাঙি পৰে। সেই ক্ষেত্ৰত কিছু আগবাঢ়ি থাকিল ব্লু অৰিজিনৰ নিউ গ্লেন বুষ্টাৰ ৰকেট।

মঙললৈ মহাকাশ যান প্ৰেৰণৰ প্রথম স্তৰতে এই গধুৰ ৰকেটটো সফল হৈছে। এই প্রযুক্তি চৰকাৰী হওক বা বেচৰকাৰী, মহাকাশ অভিযানৰ খৰচ যে বহুখিনি কমাই দিব সেয়া সন্দেহ নাই। সেই পথকে দেখুৱালে জেফ বেজোছৰ কোম্পানীৰ এই সাফল্যই।

এই সাফল্যৰে ব্লু অৰিজিন বেচৰকাৰী মহাকাশ অভিযানৰ ক্ষেত্ৰত মাস্কৰ ডাঙৰ প্ৰতিদ্বন্দ্বীত পৰিণত হৈছে। অভিজ্ঞ মহলৰ মতে, প্রতিযোগিতা প্ৰৱল হ’লে অভিযানৰ ক্ষেত্ৰতে লাভ হ’ব। ইয়াৰ ফলত সকলো পক্ষৰে উৎসাহ বাঢ়িব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: MarceReusable Launch Vehicle (RLV)RocketScience News
publisher

publisher

Related Posts

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ
News

April 30, 2026
ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ
Assam

ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

April 30, 2026
সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
News

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা
News

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

April 30, 2026
Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা
News

Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

April 30, 2026
বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু
News

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d