Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati:এমএছপিত ধান ক্রয়ত যোগান বিভাগৰ সুৰুঙাৰ বাবে বঞ্চিত কৃষক

১,০২,৩৬৯.৮৫ মেট্রিক টনৰ বিপৰীতে ক্রয় ১৭,৫৬২.৫ মেট্রিক টন

publisher by publisher
November 17, 2025
in Assam
Reading Time: 1 min read
0
Guwahati:এমএছপিত ধান ক্রয়ত যোগান বিভাগৰ সুৰুঙাৰ বাবে বঞ্চিত কৃষক
1
SHARES
8
VIEWS
ShareShareShareShare

Guwahati:

কৃষকৰ আয় দুগুণ কৰাৰ বাবে তেওঁলোকৰ উৎপাদিত ফচলৰ ন্যূনতম সমর্থিত মূল্য (এমএছপি) চৰকাৰে নির্ধাৰণ কৰিলেও অসমত মধ্যভোগীৰ বাবেও সমানে দুৱাৰ মুকলি ৰখা হৈছে। ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পূৰ্বৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ কৌশিক ৰাইলৈকে সকলোৰে সহযোগিতাত চলিছে এই কাণ্ড। ৰাজ্যত ধান উৎপাদকৰ পৰা বিগত প্রায় ছবছৰে চৰকাৰে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাৰ দ্বাৰা ন্যূনতম সমর্থিত মূল্যত ধান ক্রয় কৰি আহিছে; কিন্তু এবাৰো আঁচনিখনে সফলতাৰ মুখ দেখা নাই। কিয়নো লক্ষ্য নির্ধাৰিত ধান ক্রয়ত প্রতিটো সংস্থাই ব্যর্থ হৈছে।

ADVERTISEMENT

লক্ষ্যণীয়ভাৱে ভাৰতীয় খাদ্য নিগম (এফচিআই)ৰ দৰে সংস্থাই প্রতিবাৰেই এই ক্ষেত্রত চূড়ান্ত ব্যর্থতা প্রদর্শন কৰিছে। অসম চৰকাৰে বিশেষভাৱে গ্ৰহণ কৰা চৰকাৰী সংস্থাৰ দ্বাৰা ধান ক্রয় কৰা আঁচনিখন বাৰম্বাৰ ব্যৰ্থ হোৱাৰ অন্তৰালত গোপন অভিসন্ধি থকাৰো চৰ্চা চলি আহিছে। কৃষক সমাজৰ মাজত ব্যাপকভাৱে হোৱা চৰ্চা অনুসৰি, চৰকাৰৰ আঁচনিখন সফল কৰাৰ পৰিকল্পনাক যেন কৌশলেৰে একাষৰীয়া কৰা হৈছে। ধান ক্রয় কেন্দ্ৰৰ সংখ্যা পর্যাপ্ত নোহোৱা, দুখীয়া কৃষকে সহজতে পোৱাকৈ ক্ৰয় কেন্দ্র স্থাপন নকৰা আৰু কেন্দ্ৰবোৰ যথেষ্ট দূৰে দূৰে স্থাপন কৰাৰ ফলত কৃষকে নিজৰ গাঁঠিৰ ধন ভাঙি ক্রয় কেন্দ্রলৈ ধান নিয়ো বহু সময়ত উভতি আহিবলৈ বাধ্য হোৱা আদি পৰিস্থিতি সৃষ্টি কৰি মধ্যভোগীকহে কৌশলেৰে সুযোগ দিয়া হৈছে। ফলত চৰকাৰে এফালে ধানৰ এমএছপি বৃদ্ধি কৰিলেও তাৰ লাভ আদায়ৰ পৰা ৰাজ্যৰ বৃহৎ অংশৰ কৃষক বঞ্চিত হৈছে। ইয়াৰ ফলত লক্ষ্য নির্ধাৰিত পৰিমাণৰ ধান ক্ৰয়ত চৰকাৰ উপর্যুপৰি ব্যৰ্থ হোৱাত যোৱা দুবছৰৰ পৰা ক্ৰয় সংস্থাৰ সংখ্যাও পূৰ্বৰ ছটাৰ পৰা চাৰিটালৈ হ্রাস কৰা হয়।

RelatedPosts

Nagaon:নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

২০২৪-২৫ত আন এক গুৰুত্বপূর্ণ তথ্যও ইয়াৰ মাজতে পোহৰলৈ আহিছে। একমাত্র মধ্যভোগীক সুযোগ দিয়াৰ বাবেই লাখ লাখ মেট্রিক টন ধান কৃষকে এইবাৰ বিক্ৰী কৰিব নোৱাৰিলে। কৃষি বিভাগৰ এক পৰিসংখ্যা অনুসৰি, চৰকাৰৰ ক্ৰয় কেন্দ্ৰত বিক্ৰীৰ বাবে আগবাঢ়ি আহিও ৰাজ্যৰ কে’বা হেজাৰ কৃষকে ১২ লক্ষাধিক মেট্রিক টন ধান বিক্রী কৰিব নোৱাৰিলে। ধান বিক্ৰীৰ বাবে কৃষকে প্ৰথমতে নিজৰ নাম পঞ্জীয়নৰ বাবে নির্দিষ্ট প’র্টেলত আবেদন জনাব লাগে। সেই অনুসৰি, এইবাৰ ৯৯,১৪২ জন কৃষকে নাম পঞ্জীয়নৰ বাবে আবেদন কৰিছিল। তাৰে ৯৪,৭৫৮ জন কৃষকে পঞ্জীয়নৰ যোগ্যতা আহৰণ কৰে। সেই অনুসৰি, সকলোৱে নোৱাৰিলেও পঞ্জীয়নভুক্ত সংখ্যাৰ ওচৰা-উচৰি কৃষকে ধান বিক্ৰী কৰিব পাৰিব লাগিছিল। ইয়াৰ বিপৰীতে মাত্র ৬৬,৫৩০ জন কৃষকেহে ধান বিক্ৰী কৰিবলৈ সক্ষম হয়।

২৮,২০০ৰো অধিক কৃষকে ধান বিক্রী কৰিব নোৱাৰিলে। এই বৃহৎ সংখ্যক কৃষকৰ হাতত ১২ লাখ ৩০ হেজাৰৰো অধিক মেট্রিক টন ধান বিক্রী নোহোৱাকৈ ৰৈ গ’ল। সেই ধান কৃষকসকলে উপায়ান্তৰ হৈ মধ্যভোগীক বিক্ৰী কৰিবলগীয়া হয়। চৰকাৰৰ ধান ক্ৰয় ব্যৱস্থাৰ মাজতো অসমত মধ্যভোগীৰ দৌৰাত্ম্য হ্রাস হোৱা নাই। কৃষকৰ দুৰ্বলতাৰ সুযোগ মধ্যভোগীয়ে পূর্ণমাত্রাই গ্ৰহণ কৰি আহিছে। কৃষকৰ বাবেও মধ্যভোগীয়েই বহু সময়ত সুবিধাজনক হৈ আহিছে। কাৰণ মধ্যভোগীৰ ওচৰলৈ কৃষকে নিজে ধান লৈ যাব নোৱাৰে। মধ্যভোগীয়ে বহু সময়ত নিজেই আহি কৃষকৰ পৰা ধান ক্রয় কৰি নিয়ে।

ইয়াৰ ফলত কৃষকে পৰিবহণ ব্যয় বহন কৰিব নালাগে। চৰকাৰী সংস্থাৰ ওচৰত ধান বিক্ৰী কৰিলে আৰ্দ্ৰতাৰ ন্যূনতম এটা পৰিমাণ ধাৰ্য কৰি দিয়া হয়। মধ্যভোগীৰ ক্ষেত্ৰত এনে নিৰ্ধাৰিত নিয়ম নাই। তেনে ক্ষেত্ৰত চৰকাৰে ধাৰ্য কৰা এমএছপিৰ পৰিমাণতকৈ মধ্যভোগীৰ ওচৰত কম মূল্য পালেও কৃষক সন্তুষ্ট হ’বলগীয়া হয়। মধ্যভোগীৰ ওচৰত ধান বিক্ৰী কৰিলে কৃষকে লগে লগে মূল্য লাভ কৰে। চৰকাৰী ব্যৱস্থাটোত বিক্রী মূল্য পাবলৈ অপেক্ষা কৰিব লাগে। এই ধৰণৰ দুৰ্বলতা দূৰ কৰাৰ ব্যৱস্থা ৰাজ্য চৰকাৰে এই পৰ্যন্ত গ্ৰহণ কৰা নাই। তাৰ সুযোগ লৈ আহিছে মধ্যভোগীয়ে। তাৰ ওপৰঞ্চি চৰকাৰে প্ৰকাৰান্তৰে লাখ লাখ মেট্রিক টন ধান মধ্যভোগীৰ সুবিধা হোৱাকৈ এৰাই চলাটোৱে কৃষক সমাজৰ মাজত প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্রসংগক্রমে উল্লেখ্য যে অসমত এইবাৰো চাৰিটা সংস্থাই ধান ক্রয় কৰে। সেই সংস্থাকেইটা হ’ল- অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেড, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ, নেচনেল এগ্রিকালচাৰেল কো-অ’পাৰেটিভমার্কেটিং ফেডাৰেছন অৱ ইণ্ডিয়া লিমিটেড আৰু ভাৰতীয় খাদ্য নিগম। ইয়াৰ ভিতৰত আটাইতকৈ ব্যর্থ সংস্থাটো হ’ল এফচিআই। সংস্থাটোৱে লক্ষ্য নির্ধাৰিত ১,০২,৩৬৯.৮৫ মেট্রিক টনৰ বিপৰীতে ধান ক্ৰয় কৰিবলৈ সক্ষম হয় মাত্র ১৭,৫৬২.৫ মেট্রিক টনহে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: food & civil supplies deptKaushik royMsp Paddy ProcurementNagaon
publisher

publisher

Related Posts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
News

March 9, 2026
আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
Assam

March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

March 7, 2026
প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d