Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Bangladesh’s ousted PM Hasina convicted in students crackdown case:বাংলাদেশৰ বহিষ্কৃত প্ৰধানমন্ত্ৰী শেখ হাছিনাক ছাত্ৰ দমন গোচৰত দোষী সাব্যস্ত

মৃত্যুদণ্ডৰে দণ্ডিত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

publisher by publisher
November 17, 2025
in International
Reading Time: 1 min read
0
Bangladesh’s ousted PM Hasina convicted in students crackdown case:বাংলাদেশৰ বহিষ্কৃত প্ৰধানমন্ত্ৰী শেখ হাছিনাক ছাত্ৰ দমন গোচৰত দোষী সাব্যস্ত
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

India Delivers 5000 Tonnes Diesel To Bangladesh Amid Oil Crisis:তীব্ৰ ইন্ধনৰ সংকটৰ সন্মুখীন হোৱা বাংলাদেশলৈ ভাৰতে অতিৰিক্তভাৱে প্ৰদান কৰিলে ৫,০০০ টন ডিজেল

Terrible bus accident in bangladesh: বাংলাদেশত ভয়ংকৰ বাছ দুর্ঘটনাত মৃত্যু ২৩ জন যাত্ৰীৰ

Bangladesh’s ousted PM Hasina convicted in students crackdown case:

সোমবাৰে বহিষ্কৃত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বাবে দোষী সাব্যস্ত  বাংলাদেশৰ ঢাকাস্থিত ইন্টাৰনেচনেল ক্ৰাইমচ ট্ৰিবিউনেল আদালতৰ ৷ আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক I

ADVERTISEMENT

যোৱা বছৰ ছাত্ৰ নেতৃত্বাধীন বিদ্ৰোহৰ বিৰুদ্ধে মাৰাত্মক দমনৰ নিৰ্দেশ দিয়াৰ বাবে দোষী সাব্যস্ত কৰা কেইবামাহোজোৰা বিচাৰৰ সামৰণি মাৰে এইদৰেই ।

ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচনৰ কেইমাহমান পূৰ্বে এই ৰায়দান। ন্যায়াধিকৰণক নিয়ন্ত্ৰণ কৰা আইনৰ অধীনত সৰ্বোচ্চ শাস্তি হ’ল মৃত্যুদণ্ড।

উল্লেখ্য যে হাছিনাৰ আৱামি লীগ দলক ইতিমধ্যে মহম্মদ ইউনুছ নেতৃত্বাধেন অন্তৱৰ্তীকালীন চৰকাৰে প্ৰতিদ্বন্দ্বিতা কৰাত বাধাৰোপ কৰিছে আৰু সোমবাৰৰ ৰায়দানে দেশ খনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ব্যাপকঅশান্তিৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে ।

ৰাজধানী ঢাকাত অৱস্থিত বাংলাদেশৰ আভান্তৰীণ যুদ্ধ অপৰাধ আদালতৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ২০২৪ চনৰ আগষ্ট মাহত ভাৰতলৈ পলায়ন কৰাৰ পিছত কটকটীয়া নিৰাপত্তাৰ মাজত আৰু হাছিনাৰ অনুপস্থিতিত দোষী সাব্যস্ত কৰে। অৱশ্যে এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব পাৰিব শেখ হাছিনাই।

আনহাতে হাছিনাৰ পুত্ৰ তথা আবামী লীগৰ উপদেষ্টা ছাজিব ৱাজেদে ৰায়দানৰ প্ৰাকক্ষণত ৰয়টাৰক কয় যে আৱামি লীগৰ অংশগ্ৰহণেৰে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰে কাৰ্যভাৰ গ্ৰহণ নকৰালৈকে তেওঁলোকে আবেদন নকৰে।

উল্লেখ্য যে ব্যাপক ছাত্ৰ আন্দোলনৰ ফলশ্ৰুতিত প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰি ভাৰতত আশ্ৰয় লৈ আছে শ্বেখ হাছিনা ৷ দেশৰ পৰা পলায়ন কৰাৰ পিছতে তেওঁৰ বিৰুদ্ধে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে অপসাৰণ,পলায়ন আৰু গণহত্যাৰ গোচৰ ৰজু কৰিছিল ইণ্টাৰনেশ্যনেল ক্ৰাইমছ্ ট্ৰিবিউনেলত ৷ আনকি এই সন্দৰ্ভত ট্ৰিবিউনেল আদালতত সোঁ- শৰীৰে শ্বেখ হাছিনা সহ আন সকলক হাজিৰ হ’বলৈ বাৰম্বাৰ নটিছ জাৰি কৰিছিল যদিও শ্বেখ হাছিনা হাজিৰ ন’হল ৷

ইতিমধ্যে বহু শুনানিৰ অন্তত ৰায়দান চলিত সপ্তাহত দিয়াৰ কথা আছিল যদিও ট্ৰিবিউনেলে গোচৰৰ ৰায়দান পিছুৱাইছিল ১৭ নৱেম্বৰলৈ। একেদৰে আৱামী লীগৰ আন আন নেতা সকলৰ বিৰুদ্ধে আদালতত চলি থকা গোচৰৰ ৰায়দানো পিছুৱাইছিল ১৭ নৱেম্বৰলৈ ৷

অবশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই আজি আদালতে মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু প্ৰতিবাদীক মাৰণাস্ত্ৰৰে আক্ৰমণৰ বাবে দোষী সাব্যস্ত কৰে শেখ হাছিনাক ৷

# ১৯৭১ চনৰ পিছত আটাইতকৈ বেয়া দিশৈ গতি বাংলাদেশৰ !

বিচাৰৰ সময়ত অভিযুক্তসকলে আদালতক কয় যে তেওঁলোকে ২০২৪ চনৰ জুলাই আৰু আগষ্ট মাহত ছাত্ৰ নেতৃত্বাধীন বিদ্ৰোহ দমন কৰিবলৈ মাৰাত্মক শক্তি ব্যৱহাৰ কৰিবলৈ তেওঁৰ প্ৰত্যক্ষ আদেশ আমাক দিছিল ৷

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ ১৫ জুলাইৰ পৰা ৫ আগষ্টৰ ভিতৰত হোৱা প্ৰতিবাদৰ সময়ত ১৪০০ জনলৈকে লোক নিহত হ’ব পাৰে, আৰু হাজাৰ হাজাৰ লোক আহত হৈছে৷ ইয়াৰে অধিকাংশই নিৰাপত্তাৰক্ষীৰ গুলীত ৷১৯৭১ চনৰ স্বাধীনতা যুদ্ধৰ পিছত বাংলাদেশত হোৱা আটাইতকৈ ভয়াৱহ হিংসা হিচাপে বিবেচিত হৈছে ৷

হাছিনাৰ হৈ ৰাষ্ট্ৰনিযুক্ত প্ৰতিৰক্ষা অধিবক্তাই আদালতত কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন আৰু তেওঁক দোষমুক্ত কৰাৰ বাবে আবেদন জনায়।

ৰায়দানৰ পূৰ্বে হাচিনাই অভিযোগ আৰু ন্যায়াধিকৰণৰ কাৰ্য্যবিধিৰ ন্যায্যতাক খাৰিজ কৰি দোষী সাব্যস্ত কৰা ৰায় “এটা পূৰ্বনিৰ্ধাৰিত সিদ্ধান্ত” বুলি দাবী কৰে। এই ৰায়দানৰ পূৰ্বে বাংলাদেশত উত্তেজনা সৃষ্টি হৈছে, বিগত কিছুদিনত সমগ্ৰ দেশতে কমেও ৩০টা হস্ত নিৰ্মিত বোমা বিস্ফোৰণ আৰু ২৬খন বাহন জ্বলাই দিয়া হৈছে। অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহত হোৱা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BANGLADESHousted PM Hasina convictedstudents crackdown case
publisher

publisher

Related Posts

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d