Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ওপজা দিনত হেজাৰ হেজাৰ অনুৰাগীয়ে জুবিনক্ষেত্রক উপচাই দিলে চকুলো আৰু উপহাৰেৰে

প্ৰাণৰ শিল্পীলৈ হিয়া উজাৰি শুভেচ্ছা

publisher by publisher
November 19, 2025
in Assam, News
Reading Time: 1 min read
0
ওপজা দিনত হেজাৰ হেজাৰ অনুৰাগীয়ে জুবিনক্ষেত্রক উপচাই দিলে চকুলো আৰু উপহাৰেৰে
1
SHARES
5
VIEWS
ShareShareShareShare

Zubeen Garg:✒️লক্ষ লক্ষ জনৰ মৰমৰ মাজৰ পৰা নিষ্ঠুৰ সময়ে দুমাহ পূর্বে ছিংগাপুৰৰ সাগৰৰ বুকুত কাঢ়ি নিছিল তেওঁক। সেই সময় আজি যেন নিজেই প্রত্যাহ্বান হৈ পৰিছে জুবিন গাৰ্গ নামৰ সত্তাটোক মৰম-শ্ৰদ্ধাৰে উপচাই দিয়া মানুহৰ ওচৰতে। অন্ততঃ আজিৰ পৰিৱেশে সময়ৰ নিষ্ঠুৰতাক মানুহে প্রত্যাহ্বান জনোৱা বুলি বাৰুকৈয়ে উপলব্ধি হয় ৰাজ্যৰ চুকে-কোণে।

ADVERTISEMENT

কালি জুবিন গাৰ্গৰ অবৰ্তমানত কেৱল অসমেই নহয়, বিশ্বৰ চৌদিশে সিঁচৰতি হৈ থকা অগণন অনুৰাগীয়ে তেওঁৰ প্ৰথমটো জন্মদিন পালন কৰে। সোণাপুৰৰ জুবিনক্ষেত্ৰৰ পৰিৱেশে কালি সেয়াই প্রতিভাত কৰে।শেষ বুলিলেইতো শেষ হৈ নাযায়! জুবিন গাৰ্গ নামৰ সত্তাটো কায়িকভাৱে আঁতৰি গ’ল যদিও জনতাৰ হৃদয়ত তেওঁ যেন আৰু অধিক অন্তর্নিহিত হৈ পৰিছে। যোৱা দুমাহে জুবিনক্ষেত্ৰ এটা মুহূৰ্তৰ বাবেও উদং হোৱা নাছিল। কাৰণ প্ৰাণৰ শিল্পীগৰাকীক কোনেও অকলশৰে এৰিব নিবিচাৰে। জন্মদিন বুলি সোমবাৰে সন্ধিয়াৰ পৰাই মানুহে স্বেচ্ছাই নতুন পৰিৱেশৰ সৃষ্টি কৰে। সকলোৰে অপেক্ষা আছিল ঘড়ীৰ কাঁটাই নিশা ১২ বজাৰ সংকেত দিয়া মুহূর্তটোলৈ।

RelatedPosts

Judicial Custody:বিতৰ্কিত লেখিকা শিখা শৰ্মাক ন্যায়িক জিন্মালৈ প্ৰেৰণ

Manas Rabin Latter:জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া আৰু ১০৮ ৰ কৰ্মচাৰী সকলৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ চিঠি মানস ৰবীনৰ

Pressmeet:শুকুৰবাৰে গৰিমা শইকীয়া গাৰ্গৰ সংবাদমেল

সেই মুহূর্তটো বছৰ বছৰ ধৰি গুণমুগ্ধই জুবিনক সন্মুখত লৈ উদ্যাপন কৰি আহিছিল। তেওঁৰ ঘৰ, স্টুডিঅ’ত গুণমুগ্ধ উপচি পৰিছিল। আহিব নোৱাৰা সকলেও দূৰৰ পৰাই শুভেচ্ছা জনাইছিল অথবা নিজৰ নিজৰ ধৰণে ইয়াক উদ্যাপন কৰিছিল। এইবাৰ জুবিন নাই। সেই বুলি জন্মদিনটো উদ্যাপন নহ’বনে? যোৱা নিশা ১২ বজাৰ পূৰ্বে শশ অনুৰাগী জুবিনক্ষেত্ৰত ভৰি পৰে। ৰাজ্যৰ দূৰ-দূৰণিৰ বিভিন্ন প্ৰান্তৰ পৰাও মানুহবোৰ আহিছিল। বহু শিল্পীয়েও তাত ভিৰ কৰিছিল। ঘড়ীৰ কাঁটাই নির্দিষ্ট সময়ৰ সংকেত দিয়াৰ লগে লগে জুবিনক্ষেত্ৰৰ চৌদিশ বজনজনাই উঠে ‘মায়াবিনী ৰাতিৰ বুকু’ৰ সুৰেৰে। কে’বাটাও কেক কটা হয়।

অজস্রজনে শুভেচ্ছা ৰূপে জুবিনক গামোচা, ফুলৰ তোৰা, প্রতিচ্ছবি আদি উপহাৰ হিচাপে আগবঢ়ায় আৰু কান্দোনত ভাগি পৰে। নিশাই সমবেত হৈছিল বিভিন্ন বয়সৰ লোক। সেই যি মানুহৰ ভিৰ হৈছিল, কালি নিশালৈকে একেই পৰিৱেশ বিৰাজ কৰে।

পুৱাৰ পৰা আৰু অধিক লোকৰ সমাগম ঘটে জুবিনক্ষেত্রত। ধূপ-চাকি জুলাই অনুৰাগীয়ে সমগ্ৰ পৰিৱেশক আৰু অধিক পৱিত্ৰ কৰি তোলে। পুৱাৰ পৰা স্বেচ্ছাই ইটোৰ পাছত সিটো নামতী দলৰ আগমন হয়। হিয়া উজাৰি পৰিবেশন কৰা নামত ভক্তিৰসৰ অমিয়া সুৰ চৌদিশে ভৰি পৰে। আগবেলাতে জুবিনক্ষেত্ৰৰ বৃহৎ পৰিসৰত বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। অলৰ বৃদ্ধৰ পৰা কোলাত এমহীয়া কেঁচুৱা লৈ পিতৃ-মাতৃ আহে। কে’বাখনো বিদ্যালয়ৰ ছাত্র-ছাত্রীবো আগমন হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে দূৰ-দূৰণিলৈ যানবাহনৰে ভৰি পৰে। পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীক নিয়োগ কৰা হয় যদিও বিশেষ প্রয়োজন নহ’ল। ইমান মানুহ, অথচ ক’তো একো জটিলতা নাই।

সকলোৱে আহিছে, প্রিয় শিল্পীক জন্মদিনৰ শুভেচ্ছা, হুকহুকাই কান্দোনবে, ঘণ্টাৰ পাছত ঘণ্টা ধৰি চোকা ৰ’দতে মানুহবোৰ থিয় হৈ ৰৈছে। ক’তো একো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া পৰিৱেশেই নাছিল। সকলোৰে হাতে হাতে আছিল জুবিনলৈ অনা উপহাৰৰ টোপোলা। আজিৰ দিনটোতে হেজাৰ হেজাৰ গামোচাৰে সমাধিস্থলী ভৰি পৰে। জুবিনে কিতাপ ভাল পাইছিল আৰু মানুহকো কিতাপ পঢ়িবলৈ আহ্বান জনাইছিল। বহুতেই আজি জুবিনক কিতাপ উপহাৰ দিয়ে। জুবিন ফুটবল খেলক জনপ্রিয়কৰণত আগভাগ লৈছিল। ৰাজ্যজুৰি ফুটবল খেলক সংগঠিত কৰাৰ লগতে নিজেই সেই খেলত অংশ লৈছিল। কোনো অনুৰাগীয়ে আজি ফুটবল খেলৰ জোতাও উপহাৰ হিচাপে আগবঢ়ায়।

বলিউদৰ কে’বাগৰাকী আগশাৰীৰ শিল্পীও জুবিনক্ষেত্রত উপস্থিত হয়। কণ্ঠশিল্পী নীৰজ ধৰ, জিৎ গাংগুলীৰ দৰে সংগীত পৰিচালকৰ আগমন হয়। বোম্বে ভাইকিংছ ব্ৰেণ্ডৰ দৰে জনপ্রিয় সংগীত ব্রেন্ডেও কালি মুম্বাইৰ পৰা আহি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁলোকৰ প্রিয় জুবিনক। পুরাই শ্রদ্ধাঞ্জলি জনায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

ইয়াৰ মাজতে জুবিনৰ ভগ্নী পামী বৰঠাকুৰো জুবিনক্ষেত্রত উপস্থিত হয়। ককায়েক জুবিনক অসমবাসীয়ে দিয়া মৰমৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই তেওঁ কয়, ‘আমি তেওঁৰ কামবিলাক আগুৱাই লৈ যাব লাগিব। বিশ্ব মঞ্চলৈ লৈ যাম। অসমবাসীয়ে দাদাক যিমান মৰম দিছে, আমি সকলোকে অশেষ ধন্যবাদ জনাইছো। যোৱা দুমাহে মানুহৰ শোক কমা নাই, মৰমবোৰ বাঢ়িহে গৈছে। সকলোৱে দাদাক ইমান মৰম দিছে, তেনেকৈয়ে আমি তেওঁক উদ্যাপন কৰি যাম।’ পুরাতেই জুবিনক্ষেত্রত উপস্থিত হয় লুৰীণজ্যোতি গগৈ।

তেওঁ কয়, ‘আজি অসমৰ সমাজ জীৱনৰ বাবে এটা অতি দুখৰ দিন। জুবিনদাক জীয়াই ৰাখিবলৈ সমগ্র পৃথিৱীৰ অনুৰাগীয়ে পণ লৈছে। আমাক এতিয়া লাগে জুবিনদাৰ ন্যায়। তাৰ বাবে যাতে এচুলিমানো ইফাল-সিফাল নহয়, সেই কথাত সকলোরে সচেতন হৈ থাকিব লাগিব। জুবিনদাৰ আদৰ্শৰে আমি তেওঁক জীয়াই ৰাখিব লাগিব।’

মৰিগাঁৱৰ ড্ৰীম একাডেমী নামৰ শৈক্ষিক প্রতিষ্ঠান এটাৰ কণ কণ ছাত্র-ছাত্রীসকলেও জুবিনক জন্মদিনৰ শুভেচ্ছা জনাবলৈ আহে। তেওঁলোকে ‘মায়াবিনী’ গীতটো পৰিবেশন কৰে। প্ৰতিষ্ঠানৰ শিক্ষক-শিক্ষয়িত্রীসকলে জনায় যে ছাত্র-ছাত্ৰীসকলে নিজৰ শ্ৰেণীকোঠাত জুবিন গাৰ্গৰ আলোকচিত্ৰ ৰাখি সদায় সেৱা জনাই আহিছে। তেওঁলোকৰ ‘মায়াবিনী’ গীতটো মুখস্থ হৈ গৈছে। বাইহাটা চাৰিআলিৰ পৰা কোলাত এমহীয়া কেঁচুৱা লৈ আহিছে পিতৃ-মাতৃ। জুবিন নামৰ সত্তাটোক ওপজা দিনত শুভেচ্ছা নজনালে তেওঁলোকৰ বহু কামেই আধৰুৱা হৈ ৰ’ব বুলি মন্তব্য কৰে দম্পতীয়ে। গুৱাহাটীৰ ছয়মাইলৰ ৰবীন্দৰ সিঙে কয় যে তেওঁৰ মাতৃভাষা অসমীয়া নহ’লেও জুবিন গাৰ্গৰ গীত হ’ল তেওঁৰ বাবে সঞ্জীৱনী। জুবিনক ভাল পাইছিল, তাৰ অনুমান কৰিব নোৱাৰে।

হিন্দীতে তেওঁ কয়, ‘হৃদয়ত শিল বান্ধি আজি ইয়ালৈ আহিছো। সূর্য-চন্দ্র থকালৈকে জুবিন গাৰ্গ জীয়াই থাকিব।’ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দয়ো জুবিনক্ষেত্রত উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীক ওপজা দিনৰ শুভেচ্ছা জনায়। পূব অসমমুখী দূৰণিবটীয়া কে’বাখনো বাছ জুবিনক্ষেত্ৰৰ সম্মুখত আজি ৰখোৱা হয়। যাত্রীসকলে যাতে এবাৰ জুবিনক্ষেত্রত সেৱা জনাব পাৰে, তাৰ বাবেই এই ব্যৱস্থা কৰা হয়। জন্মদিন উদ্যাপনৰ অংশ হিচাপে নিশা ভাওনাও প্রদর্শন কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Zubeen GargZubeenkhetro
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d