Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ছয় শতাধিক কুঁৱা-পুখুৰী-হৃদক পুনৰ জীৱনদান: ২০ বছৰত অৰুণ কৃষ্ণমূৰ্তিৰ উল্লেখনীয় সফলতা

publisher by publisher
December 19, 2025
in India, News
Reading Time: 1 min read
0
ছয় শতাধিক কুঁৱা-পুখুৰী-হৃদক পুনৰ জীৱনদান: ২০ বছৰত অৰুণ কৃষ্ণমূৰ্তিৰ উল্লেখনীয় সফলতা
1
SHARES
13
VIEWS
ShareShareShareShare

Water Crisis:✒️অৱহেলাৰ বাবেই হওক বা দ্রুত নগৰীকৰণৰ বাবেই হওক নগৰ-চহৰ আদিত কুঁৱা-পুখুৰী আদিৰ সংখ্যা উদ্বেগজনকভাবে হ্রাস পাবলৈ ধৰিছে। ফলত পৰিৱেশৰ ওপৰতো বিৰূপ প্রভাৱ পৰিছে। মানুহকে ধৰি বিভিন্ন জীবয়ো এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱাৰ দিন সমাগত হৈছে বুলিও চর্চা হৈছে।

ADVERTISEMENT

এনে জটিল অৱস্থাৰ আগতীয়াকৈ অনুধাৱন কৰি তামিলনাডুৰ পৰিৱেশ কৰ্মী অৰুণ কৃষ্ণমূর্তিয়ে ২০ বছৰ পূৰ্বে এক সাহসী পদক্ষেপ গ্রহণ কৰে। এই পদক্ষেপৰ অধীনত বিগত বছৰসমূহত তামিলনাডুকে ধৰি দেশৰ ১৯ খন ৰাজ্যত কৃষ্ণমূর্তিয়ে ‘জলৰক্ষাৰ অভিযান’ চলায়। তেওঁ গঢ়ি তোলা পৰিৱেশ সংস্থা ‘এনভাইৰণমেন্টেলিষ্ট ফাউণ্ডেছন অৱ ইণ্ডিয়া’ (ইএফআই)ই বিগত ২০ বছৰত এই ১৯ ৰাজ্যত ৬৫৭টা পুখুৰী, কুঁৱা, হ্রদ আদিক পুনৰ জীৱন দিয়ে।

RelatedPosts

DWSSB In Bengaluru:খোৱাপানী আন কামত ব্যৱহাৰ কৰিলে ভৰিব লাগিব পাঁচ হেজাৰ জৰিমনা !

Lack of irrigation in Assam: জলসিঞ্চনৰ অভাৱত ৰাজ্যত হ্রাস শালি খেতিৰ ভূমি,হাহাকাৰ কৃষকৰ

Delhi Ahmedabad worlds most unsustainable megacities : ৫০ বছৰৰ ভিতৰত খাদ্য, জল সংকটত ‘অস্থিৰ’ হ’ব দিল্লী, আহমেদাবাদ, দাবী প্ৰতিবেদনত

অর্থাৎ এই জল উৎসসমূহ এদিন বন্ধ হৈছিল। অর্থাৎ এইসমূহ কোনেও ব্যৱহাৰ কৰিব নোৱাৰা হৈছিল। এনে মৃত জল উৎসসমূহক পুনৰ জীৱনদান দিয়াত সফল হোৱাৰ পাছত শেহতীয়াভারে ইএফআয়ে বিভিন্ন ৰাজ্যৰ একপ্ৰকাৰ পোত যাবলৈ ধৰা প্ৰাচীন স্টেপবেল (ছিৰিৰে বগাই পানী তোলাৰ ব্যৱস্থা থকা জল উৎস) সমূহক পুনৰ জীৱনদান দিয়াৰ লক্ষ্য লৈছে।

এই সম্পর্কত কৃষ্ণমূর্তিয়ে কয়, ‘স্টেপৱেলক পুনৰ জীৱনদান দিবলৈ লোৱাটো হৈছে ইএফআইৰ সন্মুখত আন এক ডাঙৰ প্ৰত্যাহ্বান। আমি এনে ঐতিহাসিক সম্পদসমূহো সুৰক্ষিত কৰিবলৈ বিচাৰো। এইসমূহে মানুহৰ বুদ্ধিমত্তাৰ এক সাক্ষ্য বহন কৰে।’ পানীৰ বাবে স্টেপৱেলৰ ব্যৱস্থা কৰা কাৰ্য ৰজাদিনত আৰম্ভহৈছিল। গতিকে ইয়াক ঐতিহাসিক সম্পদ আখ্যা দিয়া হয়।

এই সম্পর্কত কৃষ্ণমূর্তিয়ে আৰু কয়, ‘ষ্টেপবেলসমূহ কেনেদৰে নিৰ্মাণ কৰা হৈছিল, অতীতৰ সেই জ্ঞান আমি এতিয়া প্রয়োগ কৰিবলৈ বিচাৰিছো। প্রত্যাহানো আছে।’ প্রাকৃতিক জল উৎসক পুনৰ জীবনদান দিয়া সম্পৰ্কত প্ৰচুৰ জ্ঞান থাকিলেও পৰিৱেশবিদজনে স্বীকাৰ কৰে যে স্টেপৱেলসমূহৰ ক্ষেত্রত কথাটো সম্পূর্ণ সুকীয়া। এনে জল উৎসক পূৰ্বৰ অৱস্থালৈ ঘূৰাই নিয়াৰ ক্ষেত্রত বিশেষীকৃত পৰম্পৰাগত জ্ঞান আৰু শৈল্পিক মানসিকতাৰ প্রয়োজন বুলিও তেওঁ উল্লেখ কৰে। সেয়েহে স্টেপৱেলসমূহক পুনৰ জীৱনদান প্ৰক্ৰিয়াৰ স’তে ইএফআয়ে বিশেষজ্ঞ নিয়োগ কৰিছে।

ইতিমধ্যে বাংগালুৰুৰ ওচৰৰ দেৱানাশালিত এটা স্টেপৱেলক পুনৰ জীৱনদান প্রক্রিয়া সংস্থাটোৱে আৰম্ভ কৰিছে। ইতিমধ্যে এই স্টেপবেল শুকাই তলি ওলাইছে। অৱশ্যে ইয়াৰ ছিৰি বা খটখটাকে ধৰি শিলৰ আন্তঃগাঁথনি সম্পূর্ণরূপে অক্ষত অৱস্থাত আছে। স্টেপৱেলটোক পুনৰ জীৱনদানৰ সময়ত ইয়াৰ নান্দনিক সৌন্দর্য বৃদ্ধিৰো চেষ্টা কৰা হ’ব বুলি কৃষ্ণমূর্তিয়ে জনায়। সংস্থাটোরে ৰাজস্থানৰ আলোৱাৰতো স্টেপবেল পুনৰুজ্জীৱিতকৰণৰ লক্ষ্য লৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Water Crisis
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d