Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ছয় শতাধিক কুঁৱা-পুখুৰী-হৃদক পুনৰ জীৱনদান: ২০ বছৰত অৰুণ কৃষ্ণমূৰ্তিৰ উল্লেখনীয় সফলতা

publisher by publisher
December 19, 2025
in India, News
Reading Time: 1 min read
0
ছয় শতাধিক কুঁৱা-পুখুৰী-হৃদক পুনৰ জীৱনদান: ২০ বছৰত অৰুণ কৃষ্ণমূৰ্তিৰ উল্লেখনীয় সফলতা
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

DWSSB In Bengaluru:খোৱাপানী আন কামত ব্যৱহাৰ কৰিলে ভৰিব লাগিব পাঁচ হেজাৰ জৰিমনা !

Lack of irrigation in Assam: জলসিঞ্চনৰ অভাৱত ৰাজ্যত হ্রাস শালি খেতিৰ ভূমি,হাহাকাৰ কৃষকৰ

Delhi Ahmedabad worlds most unsustainable megacities : ৫০ বছৰৰ ভিতৰত খাদ্য, জল সংকটত ‘অস্থিৰ’ হ’ব দিল্লী, আহমেদাবাদ, দাবী প্ৰতিবেদনত

Water Crisis:✒️অৱহেলাৰ বাবেই হওক বা দ্রুত নগৰীকৰণৰ বাবেই হওক নগৰ-চহৰ আদিত কুঁৱা-পুখুৰী আদিৰ সংখ্যা উদ্বেগজনকভাবে হ্রাস পাবলৈ ধৰিছে। ফলত পৰিৱেশৰ ওপৰতো বিৰূপ প্রভাৱ পৰিছে। মানুহকে ধৰি বিভিন্ন জীবয়ো এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱাৰ দিন সমাগত হৈছে বুলিও চর্চা হৈছে।

ADVERTISEMENT

এনে জটিল অৱস্থাৰ আগতীয়াকৈ অনুধাৱন কৰি তামিলনাডুৰ পৰিৱেশ কৰ্মী অৰুণ কৃষ্ণমূর্তিয়ে ২০ বছৰ পূৰ্বে এক সাহসী পদক্ষেপ গ্রহণ কৰে। এই পদক্ষেপৰ অধীনত বিগত বছৰসমূহত তামিলনাডুকে ধৰি দেশৰ ১৯ খন ৰাজ্যত কৃষ্ণমূর্তিয়ে ‘জলৰক্ষাৰ অভিযান’ চলায়। তেওঁ গঢ়ি তোলা পৰিৱেশ সংস্থা ‘এনভাইৰণমেন্টেলিষ্ট ফাউণ্ডেছন অৱ ইণ্ডিয়া’ (ইএফআই)ই বিগত ২০ বছৰত এই ১৯ ৰাজ্যত ৬৫৭টা পুখুৰী, কুঁৱা, হ্রদ আদিক পুনৰ জীৱন দিয়ে।

অর্থাৎ এই জল উৎসসমূহ এদিন বন্ধ হৈছিল। অর্থাৎ এইসমূহ কোনেও ব্যৱহাৰ কৰিব নোৱাৰা হৈছিল। এনে মৃত জল উৎসসমূহক পুনৰ জীৱনদান দিয়াত সফল হোৱাৰ পাছত শেহতীয়াভারে ইএফআয়ে বিভিন্ন ৰাজ্যৰ একপ্ৰকাৰ পোত যাবলৈ ধৰা প্ৰাচীন স্টেপবেল (ছিৰিৰে বগাই পানী তোলাৰ ব্যৱস্থা থকা জল উৎস) সমূহক পুনৰ জীৱনদান দিয়াৰ লক্ষ্য লৈছে।

এই সম্পর্কত কৃষ্ণমূর্তিয়ে কয়, ‘স্টেপৱেলক পুনৰ জীৱনদান দিবলৈ লোৱাটো হৈছে ইএফআইৰ সন্মুখত আন এক ডাঙৰ প্ৰত্যাহ্বান। আমি এনে ঐতিহাসিক সম্পদসমূহো সুৰক্ষিত কৰিবলৈ বিচাৰো। এইসমূহে মানুহৰ বুদ্ধিমত্তাৰ এক সাক্ষ্য বহন কৰে।’ পানীৰ বাবে স্টেপৱেলৰ ব্যৱস্থা কৰা কাৰ্য ৰজাদিনত আৰম্ভহৈছিল। গতিকে ইয়াক ঐতিহাসিক সম্পদ আখ্যা দিয়া হয়।

এই সম্পর্কত কৃষ্ণমূর্তিয়ে আৰু কয়, ‘ষ্টেপবেলসমূহ কেনেদৰে নিৰ্মাণ কৰা হৈছিল, অতীতৰ সেই জ্ঞান আমি এতিয়া প্রয়োগ কৰিবলৈ বিচাৰিছো। প্রত্যাহানো আছে।’ প্রাকৃতিক জল উৎসক পুনৰ জীবনদান দিয়া সম্পৰ্কত প্ৰচুৰ জ্ঞান থাকিলেও পৰিৱেশবিদজনে স্বীকাৰ কৰে যে স্টেপৱেলসমূহৰ ক্ষেত্রত কথাটো সম্পূর্ণ সুকীয়া। এনে জল উৎসক পূৰ্বৰ অৱস্থালৈ ঘূৰাই নিয়াৰ ক্ষেত্রত বিশেষীকৃত পৰম্পৰাগত জ্ঞান আৰু শৈল্পিক মানসিকতাৰ প্রয়োজন বুলিও তেওঁ উল্লেখ কৰে। সেয়েহে স্টেপৱেলসমূহক পুনৰ জীৱনদান প্ৰক্ৰিয়াৰ স’তে ইএফআয়ে বিশেষজ্ঞ নিয়োগ কৰিছে।

ইতিমধ্যে বাংগালুৰুৰ ওচৰৰ দেৱানাশালিত এটা স্টেপৱেলক পুনৰ জীৱনদান প্রক্রিয়া সংস্থাটোৱে আৰম্ভ কৰিছে। ইতিমধ্যে এই স্টেপবেল শুকাই তলি ওলাইছে। অৱশ্যে ইয়াৰ ছিৰি বা খটখটাকে ধৰি শিলৰ আন্তঃগাঁথনি সম্পূর্ণরূপে অক্ষত অৱস্থাত আছে। স্টেপৱেলটোক পুনৰ জীৱনদানৰ সময়ত ইয়াৰ নান্দনিক সৌন্দর্য বৃদ্ধিৰো চেষ্টা কৰা হ’ব বুলি কৃষ্ণমূর্তিয়ে জনায়। সংস্থাটোরে ৰাজস্থানৰ আলোৱাৰতো স্টেপবেল পুনৰুজ্জীৱিতকৰণৰ লক্ষ্য লৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Water Crisis
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত
India

October 21, 2026
এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ
India

এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

October 21, 2026
সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি
India

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

October 21, 2026
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ
International

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

October 21, 2026
দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

October 21, 2026
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d